Thomas Edision biography in Assamese language

  এটা কথা আছে খিছিৰি যদি কেৰাহীত প্ৰস্তুত হয় সেই খিছিৰিয়ে এজন অসুস্থ লোককো সুস্থ কৰি তুলিব পাৰে আৰু যদি সেই খিছিৰি মগজুত তৈয়াৰ হয় তেতিয়া এজন সুস্থ লোককো অসুস্থ্য কৰিব পাৰে। চিন্তা চিতাৰ সমান হয়, যেতিয়াই আপুনি কিবা বিষয়ত বেছিকৈ চিন্তা কৰিব সেই চিন্তাই আপোনাক ভিতৰৰ পৰা দূৰ্বল কৰিContinue Reading

Share it with:

 এদিন এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সোমাই আকস্মিক ভাৱে ছাত্ৰ ছাত্ৰীক এটি পৰীক্ষা লব বুলি কৈ পেলালে। ছাত্ৰ ছাত্ৰী সকল অস্বস্তিত পৰিল যদিও শিক্ষকৰ কথা শুনিবই লাগিব বাবে মান্তি হৈ গল সকলো ছাত্ৰ । শিক্ষক জনে প্ৰত্যেকজন ছাত্ৰক একোখনকৈ প্ৰশ্ন কাকত যোগান ধৰিলে । প্ৰশ্ন কাকত চাই ছাত্ৰ ছাত্ৰী সমূহ অবাকContinue Reading

Share it with:
PSYCHOLOGICAL FACTS ABOUT THE BOYS IN LOVE

  আপুনি জানেনে যে এজন লৰাই আনৰ আগত যিমানে মিছা কথা নকওঁক কিয় তেওঁ কিন্তু নিজৰ প্ৰকৃত ভালপোৱা জনৰ আগত কেতিয়াও মিছা কথা নকয়। আৰু আপুনি জানেনে এজন লৰা বা পুৰুষ লোকে নিজৰ প্ৰেমিকাৰ মুখত অন্য কোনো পুৰুষৰ বা লৰাৰ নাম শুনিবলৈ কেতিয়াও পছন্দ নকৰে। এজন লৰাৰ ক্ষেত্ৰত এনে ধৰণৰContinue Reading

Share it with:

  কেতিয়াবা Blessed mind ৰ কথা শুনিবলৈ পাইছেনে ? Blessed mind ইমানেই শক্তিশালী হয় যে যি লোক এই Blessed mind ৰ অধিকাৰী হয় তেওঁ এখন মোটা পৃষ্ঠাৰ কিতাপ এবাৰ মাত্ৰ পঢ়িলে দ্বিতীয় বাৰ আৰু কোনোকালে নপঢ়িলেও হয়,  এক বাৰতে জেৰক্স কৰাৰ দৰে গোটেই কিতাপ খন আয়ত্বলৈ আহে। যদি এই BlessedContinue Reading

Share it with:
Nature of stupid people

  আপোনালোকে হয়তো শুনিছে যে কিছু কথা মানুহক সুধিব নালাগে যেনে বিয়া কেতিয়া হ’ল, ঘৰ কেতিয়া বনালে , দৰমহা কিমান পাই আদি প্ৰশ্ন হঠাতে মানুহক কৰি দিব নালাগে। আপুনি কেইজনমান বন্ধুৰ সৈতে কিবা ধেমালি কৰি আছে সেই সময়ত যদি কোনো এজনে একেবাৰে আগ্ৰহ দেখুৱা নাই বা হাঁহিবলৈ ইচ্ছা কৰা নাইContinue Reading

Share it with:
THOMAS EDISION

 মানসিক ভাৱে শক্তিশালী হোৱা কাক বুজাই জানেনে ? ১৯১৪ চনত বৈজ্ঞানিক থমাছ আলভা এদিচনৰ ফেক্টৰিত জুই লাগিছিল, জুই ইমানেই ভয়ানক আছিল যে সকলো জ্বলি ভস্মীভূত হৈছিল ; যত তেওঁৰ প্ৰায় ২৩ মিলিয়ন আমেৰিকান ডলাৰ লোকচান হৈছিল। যি অগ্নিকাণ্ডত তেওঁৰ পৰীক্ষাগাৰ পৰ্যন্ত জ্বলি  গৈছিল। এই কথা জানিবলৈ পায় থমাছ এলবাৰ্ট এদিছনেContinue Reading

Share it with:
20 amazing facts of woman

যত্ন লোৱা প্ৰৱণতা আৰু আবেগ মহিলাৰ ক্ষেত্ৰত সহজে পৰিলক্ষিত হয়, মহিলাই আনৰ সুখ – দুখ খুব ভালকৈ বুজি পাই, সময়ত এই মহিলাই মা হৈ পৰে, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সৈতে বন্ধুত্ব ভালকৈ পালন কৰে। মহিলাই সদায় সময় অনুযায়ী, অৱস্থান অনুসৰি, প্ৰয়োজনত বেলেগ বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। এই মহিলাৰ ক্ষেত্ৰতContinue Reading

Share it with:
Three kinds of people to be avoided

 You are the average of five people you have spent the most time with . এই বিখ্যাত উক্তিৰ অৰ্থ হৈছে আপুনি যি পাঁচজন মানুহৰ সতে চলা ফুৰা কৰে আপুনিও তেনে ধৰণৰ হৈ পৰে গঢ় লৈ উঠে । এই৫ জনৰ ভিতৰত যদি কোনোবা ভাল বা কোনো বেয়া তেন্তে আপুনিও এই ৫Continue Reading

Share it with:

  আপুনি কি হিচাপে মানুহৰ সন্মুখত বা সমাজৰ আগত শৰণীয়া হ’ব বিচাৰে তাক নিজেই প্ৰকাশ কৰিব লাগিব , নিজেই ঠিৰাং কৰিব লাগিব আৰু তাৰ ওপৰত অহৰহ যত্ন লব লাগিব। ডঃ আব্দুল কালাম আজাদ এজন পৃথিৱী বিখ্যাত বিজ্ঞানী হোৱাৰ লগতে ভাৰতবৰ্ষৰ ১১ নম্বৰ জন ৰাষ্ট্ৰপতি আছিল। ১৯৩১ চনৰ ১৫ অক্টোবৰ মাহতContinue Reading

Share it with:
way of a happy life

  মানুহৰ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে । বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰ জন বেছি সুখী আৰু সৌভাগ্যৱান। আৰু তেনে লোক সকলে তলৰ এই কাহিনীটো পঢ়া বাৰুকৈয়ে উচিত। এসময়ত এখন জংঘলত থকা কাউৰী এজনীয়ে এজোপা গছত বহি খুব কা কাContinue Reading

Share it with: