এই কথা শুনাৰ পিছত জীৱন সলনি হৈ পৰা খাটাং ! – ডঃ কালাম।

  আপুনি কি হিচাপে মানুহৰ সন্মুখত বা সমাজৰ আগত শৰণীয়া হ’ব বিচাৰে তাক নিজেই প্ৰকাশ কৰিব লাগিব , নিজেই ঠিৰাং কৰিব লাগিব আৰু তাৰ ওপৰত অহৰহ যত্ন লব লাগিব। ডঃ আব্দুল কালাম আজাদ এজন পৃথিৱী বিখ্যাত বিজ্ঞানী হোৱাৰ লগতে ভাৰতবৰ্ষৰ ১১ নম্বৰ জন ৰাষ্ট্ৰপতি আছিল। ১৯৩১ চনৰ ১৫ অক্টোবৰ মাহত তামিলনাডুৰ ৰামেশ্বৰত জন্ম গ্ৰহণ কৰা ডঃ কালাম ছাৰ ১৯৮১ চনত পদ্মভূষণ , ১৯৯০ চনত পদ্মবিভূষণ, ১৯৯৭ চনত ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন সন্মানৰ দ্বাৰা সন্মানিত হয়। তেখেত ভাৰতীয় জনগণৰ অত্যন্ত আদৰৰ ৰাষ্ট্ৰপতি অভিহিত হৈছে।

GREAT QUOTES FOR SUCCESS BY APJ ABDUL KALAM AZAD

 তেখেত ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি যিজনে ইণ্টাৰনেটৰ যোগেদি জনগণ আৰু যুৱক যুৱতীৰ সৈতে সংযোগ স্থাপন কৰিছিল। তেখেত আছিল মিছাইল মেন ৰূপে পৰিচিত এক প্ৰবল ব্যক্তিত্ব। তেওঁ প্ৰায়ে শিশু আৰু ছাত্ৰৰ সৈতে বহু মত বিনিময় কৰিছিল তেওঁলোকক অনুপ্ৰাণিত কৰাৰ বাবে। তেখেতে বহু কেইখন গ্রন্থ লিখিছিল। তেখেতৰ সমাজৰ প্ৰতি থকা অৱদান বোৰৰ বাবেই ভাৰতীয়ৰ মনত ডঃ কালাম ছাৰ চিৰস্মৰণীয় হৈ ৰৈছে। তেখেতে কোৱা এনে ৫ টি কথা যদি কোনো লোকে ভালদৰে অনুধাৱন কৰে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰে তেন্তে মানুহে নিজৰ জীৱন নিজেই সলনি কৰিব পাৰে, জীৱন সফল মণ্ডিত কৰি তুলিব পাৰে।

Why does a lots of trouble come to the life of human being ?

১) সকলো শিশুকে সপোন দেখিবৰ বাবে উৎসাহিত কৰিব লাগে, যদি শিশুৰ কোনো সপোন নাথাকে তেনেহলে তেওঁ একো অৰ্জন কৰিবলৈ প্ৰয়াস নকৰিব। সপোন দেখা, সপোন অনুযায়ী চিন্তা কৰা, সপোনৰ ওপৰত কৰ্ম কৰা এটি এনে দৰ্শন যিটোৰ বীজ প্ৰত্যেক শিশু আৰু ছাত্ৰৰ মগজুত সিঁচি দিব লাগে। কাৰণ সপোনবোৰ চিন্তালৈ ৰূপান্তৰ হয়, আৰু চিন্তাই লৈ যাব সৎ কৰ্মলৈ ফলত সৃষ্টি হয় কৰ্ম স্পৃহা আৰু কৰ্ম প্ৰক্ৰিয়া আৰু তেতিয়া সফলতা নিশ্চিত।

২) সৃজনশীলতা হৈছে একে বস্তুকে সকলোৱে যি ভাবে দেখিছে বা অনুমান কৰিছে সেয়া। কিন্তু সকলোৱে দেখাতকৈ অন্য ধৰণে চিন্তা কৰাই হৈছে সমাধান । কাৰণ এটি জাতিৰ সৃষ্টিশীলতা যেতিয়াই বাঢ়ে তেতিয়াহে উন্নয়নশীল দেশ উন্নতিৰ দিশত আগবাঢ়ে।

5 thing you remember early in the morning to get success in life - ABDUL KALAM AZAD .

৩) গুণী আৰু জ্ঞানী দলপতি বা নেতা সমূহ হৈছে চুম্বকৰ দৰে , তেওঁলোকে সাধাৰণ মানুহক আকৰ্ষিত কৰাৰ সামৰ্থ ৰাখে। সৃষ্টিশীল নেতৃত্বৰ কাম হৈছে গতানুগতিক ভাবে পৰিচালিত কামৰ পৰিৱৰ্তন কৰাৰ অনুশীলন কৰা। যি কাৰ্যকৰী হয় সেনাপ্ৰধানৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষক জনলৈ, পৰিচালক ৰ পৰা আৰম্ভ কৰি প্ৰতিনিধি পৰ্য্যন্ত, ব্যৱস্থাপকৰ পৰা আৰম্ভ কৰি পৰামৰ্শক জনলৈ, যি ব্যক্তিয়ে সন্মান দাবী কৰে সেই ব্যক্তিৰ পৰা আত্মসন্মান থকা ব্যক্তিজনলৈ। আৰু সেই নেতাই যুগে যুগে ৰাজভাৰ ভোগ কৰিবলৈ সক্ষম হয়।

সফল হবলৈ লক্ষ্য কেনে হ’ব লাগে তলত ক্লিক কৰি পঢ়ক

জীৱনত কিবা কৰা ইচ্ছা থাকিলে এনেকৈ লক্ষ্য স্থিৰ কৰক !!

কৰুণ অসমীয়া ভিডিঅ’ 👇👇বোৱাৰীৰ অত্যাচাৰ ..

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *