scientific time of marriage for male

  বিবাহ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিন্তু সঠিক আৰু মনে বিচৰা জীৱন সংগী নাপালে বহু মানুহ বিবাহত নবহে। আমাৰ সমাজ ব্যৱস্থাত এইটো ঠিক যে সকলোৱে সঠিক সময়ত বিবাহত বহা উচিত । ছোৱালী ২৫ আৰু ল’ৰা ৩০ বছৰ বয়সৰ ভিতৰত বিবাহ কৰা অত্যন্ত দৰকাৰী। কিন্তু আজিৰ প্ৰজন্মই বিশ্বাস কৰে যেContinue Reading

Share it with:
5 beautiful advice for people below 25 years

যিসকলৰ বয়স কম অৰ্থাৎ ২৫ বছৰৰ কম সেই লোকসকলে জীৱন বাটত খোজ দিওঁতে খুব সাৱধান হোৱা উচিত কিয়নো এই বয়সৰ সকলো লোকৰ বাবে জীৱন পথ খুব মসৃণ নহয় , বহুতৰে জীৱন পথত কাঁইট থাকে। যাৰ ফলতে এটি ভুল খোজে তেওঁৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ মাতিব পাৰে। কিন্তু বহু কবিয়ে, বহু সাহিত্যিকেContinue Reading

Share it with:
Few worst qualities of male person

  আজিৰ কথাখিনি প্ৰত্যেকজন পুৰুষৰ বাবে প্ৰয়োজনীয়, সেয়ে কথাবোৰ ভালকৈয়ে বুজি লোৱা দৰকাৰী । ইয়াত পুৰুষৰ কেইটামান বদ অভ্যাসৰ কথা কোৱা হৈছে যিসমূহ যিমানেই পাৰে সিমান সোনকালে বৰ্জন কৰা উচিত। ১) বহু পুৰুষে নিজৰ স্ত্ৰীৰ অন্ধ ভক্ত হৈ থাকে। সত্যতা আৰু সততাৰ বিচাৰ নকৰাকৈয়ে সকলো কথাতে স্ত্ৰীৰ কথাকে প্ৰাধান্য দিContinue Reading

Share it with:
spiritual thoughts of BABA LOKNATH

  আপুনি ভগৱান, ঈশ্বৰৰ সান্নিধ্যত আছেনে নাই ; আপোনাৰ সম্পৰ্ক ভগৱানৰ সৈতে কেনে জানিবৰ বাবে নিশ্চয় কিছুমান সংকেত থাকে , আপোনাৰ কিছুমান গুণেই আপোনাক ঈশ্বৰৰ সৈতে দৃঢ়তাৰে একাকাৰ কৰে। এই গুণ আৰু সংকেতৰ পৰাই অনুভৱ কৰিব পাৰি যে ঈশ্বৰ আপোনাৰ সৈতে আছে নে নাই। প্ৰভু ঈশ্বৰে নিজৰ সন্তানক নিজৰ ওচৰতContinue Reading

Share it with:
PILES AND FISTULA ARE CURABLE

পাইলস বা অৰ্শ কিয় হয় ? ইয়াৰ মুক্তিৰ উপায় কি ?পাইলস বা অৰ্শ এনে এটি ৰোগ যিয়ে প্ৰাচীন কালৰ পৰা মানুহৰ জীৱনত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আহিছে। পাইখানা ৰাস্তা বা মলদাৰত পাইলস বা অৰ্শ ( piles ) ফিছাৰ ( fissure ) আৰু ভগণ্ডৰ ( fistula) এই তিনি ধৰণৰ ৰোগContinue Reading

Share it with:
Assamese belief

  এগৰাকী বিবাহিত মহিলা হৈছে স্বামী গৃহৰ লক্ষ্মী স্বৰূপ । এই লক্ষ্মীৰ হাতত সীমাবদ্ধ থাকে স্বামীৰ ঘৰ খনৰ সুখ শান্তি আৰু সমৃদ্ধি। সেয়ে বিবাহিত মহিলা গৰাকীয়ে নিজৰ আৰু পৰিয়ালৰ হিটৰ বাবে যেনেকৈ কিছু বাধ্য বাধকতা আৰু অনুশাসন মানি চলা উচিত ঠিক একেদৰে তেওঁলোকে ঘৰখনৰ আৰু তেওঁলোকৰ ব্যক্তিগত কিছুমান বস্তু আনকContinue Reading

Share it with:
reason-of-dog-barking-at-night

মাজৰাতি কুকুৰে আকাশৰ ফালে মুখ কৰি কিয় ভুকে ? দুভাগৰাতি বিছনাৰ পৰা শুনা যায় বাহিৰত প্ৰচণ্ড চিঞৰ বাখৰ কৰি কুকুৰে ভুকিছে, কেতিয়াবা পুৱতি নিশা প্ৰচণ্ড জোৰেৰে কুকুৰে ভুকিছে আৰু সেয়া শুনি বহুতৰ মনত প্ৰশ্ন হয় কিয় ভুকিছে কুকুৰে আৰু কোনোবাই যদি উঠিও চাই একো দেখিবলৈ নাপায় কুকুৰে ভুকি মৰাৰ কাৰণContinue Reading

Share it with:
how to avoid foul smell from mouth cavity

বহু লোকৰ মুখৰ ভীষণ দুৰ্গন্ধ থাকে আৰু তেনেলোকৰ ওচৰত কথা পাতিলে অইন লোকে বহু অস্বস্তি বোধ কৰে। অকল অইন লোক জনে নহয় তেওঁ নিজেও ভীষণ অস্বস্তি অনুভৱ কৰে। এই দুৰ্গন্ধ কিয় হয় আৰু কি ঘৰুৱা উপাদানেৰে ইয়াৰ সমাধান পাব পাৰি তাকে জনাবলৈ চেষ্টা কৰা হৈছে। কবলৈ গলে যেনেদৰে সকলো ৰোগৰContinue Reading

Share it with:

  এদিন গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু কৈছিল, ” হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছোঁ , নিজকে সলনি কৰি অনেক ভাল হৈ গৈছোঁ সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে বৰং মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ; যেতিয়ালৈ মই আপোনাৰ শিষ্য হোৱা নাছিলোঁ তেতিয়ালৈContinue Reading

Share it with:
Good work to do on the first day of new year

  প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যাতে আগন্তুক বছৰটো সকলোৰে ভালে কুশলে পাৰ হয় তাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই যত্নপৰ হোৱা উচিত । মান্যতা দিয়া হয় যে কিছুমান কাম নৱবৰ্ষৰ প্ৰথম দিন অৰ্থাৎ বহাগৰ প্ৰথম দিনটোত কৰিলে গোটেই বছৰত অপাই অমংগল হয়। কিয়নো কোৱাContinue Reading

Share it with: