PSYCHOLOGICAL FACTS ABOUT THE BOYS IN LOVE

প্ৰেমত পৰা লৰাৰ ১০ টি আচৰিত psychological fact !

  আপুনি জানেনে যে এজন লৰাই আনৰ আগত যিমানে মিছা কথা নকওঁক কিয় তেওঁ কিন্তু নিজৰ প্ৰকৃত ভালপোৱা জনৰ আগত কেতিয়াও মিছা কথা নকয়। আৰু আপুনি জানেনে এজন লৰা বা পুৰুষ লোকে নিজৰ প্ৰেমিকাৰ মুখত অন্য কোনো পুৰুষৰ বা লৰাৰ নাম শুনিবলৈ কেতিয়াও পছন্দ নকৰে। এজন লৰাৰ ক্ষেত্ৰত এনে ধৰণৰ ১০ টি psychological facts জনাবলৈ বিচৰা হৈছে যিসমূহ আপুনি শুনিলে অবাক হৈ পৰিব। সেইসমূহ হৈছে :-

Life after 40 years

১০) Addiction ( নিচা ) :- যেতিয়া এজন লৰাই কোনো ছোৱালীৰ প্ৰেমত পৰে তেতিয়া সেই লৰাৰ অজানিতে এটি addiction তৈয়াৰ হৈ যায় । যিদৰে এজন ব্যক্তিৰ এদিন, দুদিন , তিনিদিন , চাৰিদিন নিচা কৰাৰ পিছত নিচাৰ প্ৰতি আসক্তি হৈ যায় ঠিক একেদৰে এজন লৰা এজনী ছোৱালীৰ প্ৰেমত পৰিলে সেই ছোৱালী জনী তেওঁৰ বাবে addiction হৈ পৰে।

৯) Flirting :- এজন লৰাই দিনটোত বহুতৰ লগত যিমানে হাঁহি ধেমালি নকৰক কিয় যদি তেওঁৰ কাৰোবাৰ প্ৰতি ভালপোৱা থাকে তেন্তে টোপনি যোৱাৰ আগতে তেওঁৰ মনত ভালপোৱা জনীৰ ছবিহে ভাঁহি উঠে যাক তেওঁ আটাইতকৈ বেছি ভাল পাই। আৰু তাইৰ কথা স্মৰণ কৰিহে টোপনি যায়।

Apply these six tips in love, he or she will miss you always !!

৮) Response quickly :- যদি কোনো লৰাই এজনী ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় তেওঁ সেই ছোৱালীক যিকোনো কথাতে অতি শীঘ্ৰে সঁহাৰি জনাই। যেনে ধৰক text message , Whatsapp message ৰ উত্তৰ , ফোনৰ উত্তৰ বা বিপদৰ সময়ত সহায় কৰা আদি সকলো বোৰ খুব সোনকালে কৰাৰ চেষ্টা কৰে।

৭) Always represent :- যেতিয়া লৰা এজনে ছোৱালীৰ প্ৰেমত মজগুল হৈ থাকে সেই সময়ত তেওঁ যিমানেই ব্যস্ত নাথাকক বা যিমানেই কষ্ট স্বীকাৰ কৰিবলগীয়া নহওঁক কিয় প্ৰেমিকাৰ প্ৰয়োজনত তেওঁ সদায় এক চেকেণ্ড হলেও আগত উপস্থিত হয়।

৬) Her likes his likes :- যেতিয়া কোনো লৰাই কোনো এজনী ছোৱালীক ভাল পাই পেলাই তেওঁ সেই বস্তুবোৰকো ভাল পাই পেলাই যিবোৰ ছোৱালী জনীয়ে ভাল পাই। যেনে ছোৱালী ৰ প্রিয় খাদ্য, প্রিয় ৰং, প্রিয় ঠাই ইত্যাদি বোৰ লৰাজনৰো প্রিয় হৈ পৰে। অকল সেয়াই নহয় ছোৱালী জনীৰ বন্ধু আৰু শত্ৰু লৰাজনৰ বন্ধু আৰু শত্ৰু হৈ পৰে।

৫) Protective :- যেতিয়া লৰাই কোনো ছোৱালীক ভালপাই পেলাই তেতিয়া লৰাজনে সকলো সময়তে ছোৱালী জনীক সুৰক্ষা দিয়াৰ চেষ্টা ৰাখে।

great legends quotes of life

৪) Compliments :- প্ৰেমত পৰা লৰাক যদি প্ৰেমিকাই প্ৰশংসা কৰে, সেই প্ৰশংসা লৰাজনে কেতিয়াও পাহৰি নাযায়। ধৰাহ’ল প্ৰেমিকাই এদিন কলে যে লৰাজনক নীলা ৰঙৰ পোছাকত বেছি ভাল লাগে তেন্তে দেখিব পিছৰ বছৰটোত লৰাজনে নীলা ৰঙৰ কেইবাটাও পোছাক সংগ্ৰহ কৰি পেলাইছে।

৩) Love and break up :- মানোবিজ্ঞান অনুসৰি লৰা এজন ছোৱালী এজনীৰ তুলনাত খুব কম সময়তে প্ৰেমত পৰে আৰু সেয়াই নহয় যেতিয়া break up হয় ছোৱালীৰ তুলনাত বেছিকৈ দুখ অনুভৱ কৰে।

get true love with this tips

২) Listen to her feelings :- যেতিয়া এজন লৰাই কোনো এজনী ছোৱালীক ভাল পাবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰা তেওঁ ছোৱালীৰ কথাবোৰতকৈ তাইৰ feelings বোৰত বেছিকৈ ধ্যান দিয়া আৰম্ভ কৰে। তেওঁ সকলো সময়তে ছোৱালীৰ মুখত হাঁহি দেখিবলৈ পছন্দ কৰে । সেই বাবেই তেওঁ ছোৱালীৰ পছন্দ, অপছন্দ , সুখ , দুখ আদিক অনুভৱ আৰু নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে।

১) Expresses her love always :- এজনী ছোৱালীৰ প্ৰেমত পৰাৰ পিছত লৰাজনে সন্মুখত কব নোৱাৰিলেও তেওঁৰ কাম কাজৰ মাজেৰে ছোৱালী জনীক পতিয়ন নিয়াবলৈ যত্ন কৰে যে তেওঁ তাইক খুব ভাল পাই আৰু খুবেই পছন্দ কৰে।

ইমানবোৰ কথা জানি আচৰিত লগা নাইনে ? ভাল লাগিলে এই facts বোৰ বিলাই দিব।

প্ৰেম ছাত্ৰছাত্ৰীৰ কেৰিয়াৰৰ বাবে ক্ষতিকাৰক কিয় জানিবলৈ তলত ক্লিক কৰক

ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেম সদায় কেৰিয়াৰৰ প্ৰতিকুল ! -Best motivational talk

হিট কমেদি ভিডিঅ 👇👇 বুৰ্বক চাকৰ😂😂

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *