Viral conjunctivitis prevention

  আজি প্ৰায় দুই তিনি সপ্তাহৰ পৰা চকু নমা ( বা চকু উঠা বা চকু ৰঙা পৰা ইংৰাজীত pink eye ) নামৰ চকুৰ ৰোগ বিধ বহু লোকৰ হোৱা পৰিলক্ষিত হৈছে। যিটো চিকিৎসা বিজ্ঞানে Viral conjunctivitis বুলি চিনাক্ত কৰিছে। ঘাইকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু জনবহুল ঠাইত বিচৰণ কৰা লোকসকলৰ মাজতContinue Reading

Share it with:

   এগৰাকী মাতৃৰ বাবে নিজৰ নৱজাত শিশু অত্যন্ত আদৰ আৰু চেনেহৰ ; অকণমান বেছিকৈ কান্দিলেই হাঁহাকাৰ লাগি যায় মাতৃৰ যেন কিবা ৰোগেই পালে শিশুটিক আৰু সেইখিনিতে উপায়ন্তৰ হৈ বহু শিশুৰ মাতৃয়ে শিশুৰ বয়স ৬ মাহ সম্পূৰ্ণ হোৱাৰ আগতে বহু ঘৰুৱা দিহা ও পৰামৰ্শ নবজাতক শিশুৰ ওপৰত প্ৰয়োগ কৰে। যেনে বেছিকৈContinue Reading

Share it with:
qualities of intelligent person

    এজন বুদ্ধিমান মানুহ হৈছে সেইজন যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লব জানে , যিজনে সঠিক সময়ত সঠিক উত্তৰ দিব পাৰে ; বুদ্ধি কেতিয়াও স্কুল আৰু কলেজত পোৱা নাযায়, স্কুল কলেজত মানুহে মাত্ৰ জ্ঞান অৰ্জন কৰিব পাৰে। আৰু সেই স্কুল কলেজত পোৱা জ্ঞানসমূহ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা ক্ষমতাContinue Reading

Share it with:
Perfect time for intercourse

   শাস্ত্ৰ সমূহত উল্লেখ যে এনে কিছুমান কাৰ্য্য আছে যিসমূহ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কৰিব নালাগে। কিয়নো দিনৰ আৰম্ভণি যদি ভাল হয় তেনেহলে গোটেই দিনটো ভাল হয় , আৰু যদিহে কাৰোবাৰ আৰম্ভণি আৰু শেষ দুয়োটা ভাল হয় তেতিয়া হলে তেওঁৰ জীৱনত সুখ আৰু শান্তি সদায়ে থাকে। আৰু এই সহজ সৰলContinue Reading

Share it with:
local herbs in Assam

কেইবিধ মান বনৌষধিৰ থলুৱা নাম, বৈজ্ঞানিক নাম , ইংৰাজী নাম আৰু তাৰ ঔষধি গুণসমূহ তলত উল্লেখ কৰা হৈছে :- ১) অসমীয়া নাম :- মাটি কান্দুৰী । ইংৰাজী নাম :- Racaba বৈজ্ঞানিক নাম :- Alternanthera sessilis ব্যৱহাৰৰ উপযোগী অংগ :- পাত আৰু ফুল। ঔষধি গুণ সমূহ :- ক) পাতৰ ৰস খালেContinue Reading

Share it with:
Importance of fasting

বহুলোকে ভিন্ন মনোবাঞ্ছা লৈ ব্ৰত পালন কৰে , আৰু এই ব্ৰত পালন কৰাৰ সময়ত নিজৰ মন সৃষ্টিকৰ্তাৰ বাবে নিয়োজিত কৰাৰ লগতে সম্পূৰ্ণ দিন উপবাশ থাকে। এই ব্ৰত পালনে মানুহৰ শৰীৰ আৰু মন উভয়ক একেলগে পবিত্ৰ কৰি তোলে। ঈশ্বৰৰ চিন্তাত যেতিয়া আমি সম্পূৰ্ণ দিন নিয়োজিত ৰাখোঁ আমাৰ অৱচেতন মনত এই বিষয়টিয়েContinue Reading

Share it with:
Hunza valley an adventure

  হুনজা ভেলি ( Hunza valley ) , মানুহ যত চিৰতৰুণ , আশ্চৰ্যকৰ পৃথিৱীৰ এক ৰহস্যময় কথা। আমি যদি ভাবো মানুহৰ গড় আয়ুস কিমান ? খুব বেছি ৭০ বা ৮০ বছৰ ! কিন্তু আমাৰ পৃথিৱীত এনে এক স্থান আছে যত মানুহৰ গঢ় আয়ুস ১২০ বছৰ , যত ৬৫ বছৰ বয়সৰContinue Reading

Share it with:
secretes of good health

  মানুহে সম্পুৰ্ণ সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হ’বলৈ কি কৰিব লাগিব ? পৃথিৱীৰ সকলো ধৰ্মৰ ধৰ্ম গ্ৰন্থ সমূহত উল্লেখ আছে যে মানুহে যদি খুব সৰু সৰু বিষয় কেইটামানৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰে তেতিয়া সদায় তেওঁ সুস্থ থাকিব পাৰে, সদায় সুখত থাকিব পাৰে আৰু কোনো অশান্তি কেতিয়াও তেওঁৰ জীৱনত বিৰাজContinue Reading

Share it with:
meditation and good health

দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? নিজৰ শাৰীৰিক আৰু মানসিক সতেজতা সদায় অটুট ৰাখিবলৈ প্ৰত্যেক দিন সকলো মানুহে দুই মিনিট হলেও ধ্যান কৰা উচিত। ধ্যান অৰ্থাৎ meditation ৰ মাজত কি অপাৰ শক্তি লুকাই আছে তাক কৈ শেষ কৰিব নোৱাৰি ; বিজ্ঞানৰ পৰা আদি কৰিContinue Reading

Share it with:
Secretes of longevity

 আপুনিও বিচাৰে নেকি দীৰ্ঘ জীৱন , সুস্থ আৰু সুখী জীৱন ? আপুনি হয়তো কব এইটো এটা অদ্ভুত প্ৰশ্ন কাৰণ সকলো মানুহৰে কাম্য এনে এটি জীৱন। কিন্তু কেনেকৈ সম্ভৱ এয়া ? ইয়াৰ গোপন সূত্ৰ কি , ৰহস্য কি ? ইয়াৰ গোপন সূত্ৰ পোৱা যাব জাপানৰ এটি দ্বীপত যাৰ নাম “ৱাকিনাৱা দ্বীপ”Continue Reading

Share it with: