অতিবৃষ্টি—অনাবৃষ্টি // ✍️ প্ৰাণেশ্বৰ শৰ্মা     অলপতে এটা মুছলমান পৰিয়ালে ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা বাবে বহুতো হিন্দু লোকে সন্তোষ প্ৰকাশ কৰা দেখা গৈছে।     আকৌ দুজনমান হিন্দু লোকে ইছলাম গ্ৰহণ কৰিব ওলোৱা শুনি তেওঁলোকক গৰিহণা দিছে।গদ্দাৰ বুলি কৈছে। এতিয়া কথা হ’ল –হিন্দু ত্যাগ কৰাজন যদিContinue Reading

Share it with:

—————————————— মোৰ বিয়াৰ সময়ত বন্ধু এজন লগতলৈ ছোৱালী সুধিব গ’লো। ছোৱালী জনীয়ে দুখন প্লেটত দুটা সিজোৱা কণী দিলে।কণীৰ লগত অলপ মিঠাতেল আৰু নিমখ দিছিল।প্লেট দুখন থৈ তাই পানী আনিবলৈ গ’ল। মোৰ বন্ধুজনে চামুচেৰে কণীটোত হেচা দিওতে পিচলি কণীটো সোমালগৈ ড্ৰয়িং ৰূমটোত থকা চাঙৰ তলত। দুৰ্ঘোৰ সমস্যাত পৰিলো আমি।কণীটো আনিবলৈ চাঙৰContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. এখন ৰাজ্যৰ এজন কৃষকে তৰমুজৰ খেতি কৰিছিল।এদিন তেও এটা তৰমুজ লৈ ৰাজদৰবাৰ পালেগৈ।মনত আশা—-তৰমুজটো খাই ভাল পালে ৰজাই তেওক পুৰস্কাৰ দিব। তেও আশা কৰা মতেই ৰজাই তৰমুজটো খাই ভাল পালে আৰু কি মূল্য লাগে সুধিলে।মানুহজনে তেতিয়া সানুনয়ে ক’লে—–মহাৰাজ, তৰমুজটোৰ মূল্য হিচাপে মোক উদং পিঠিত বিশটা চমতাৰ কোব মৰাওক।Continue Reading

Share it with:

….লিখক: প্ৰাণেশ্বৰ শৰ্মা….. সপোন দেখি কোনেনো ভাল নাপায়  !ময়ো দেখিছিলো সপোন।  প্ৰথম বিভাগত যেতিয়া মেট্ৰিক পাছ কৰিলো, সপোনবোৰে তেতিয়া ডেউকা মেলিলে। মা দেউতায়ো সপোন দেখি আছিল, মোক হাকিম সজাৰ।এতিয়া আৰু মা দেউতাক কোনে পায়!! ল’ৰাই প্ৰথম বিভাগ পালে।গতিকে হাকিম হোৱাৰ পথত এখোজ আগবাঢ়িলেই। গাৱত থাকি পঢ়া শুনা কৰিলে আল্টু ফাল্টুContinue Reading

Share it with: