কেতিয়াবা Blessed mind ৰ কথা শুনিবলৈ পাইছেনে ? Blessed mind ইমানেই শক্তিশালী হয় যে যি লোক এই Blessed mind ৰ অধিকাৰী হয় তেওঁ এখন মোটা পৃষ্ঠাৰ কিতাপ এবাৰ মাত্ৰ পঢ়িলে দ্বিতীয় বাৰ আৰু কোনোকালে নপঢ়িলেও হয়,  এক বাৰতে জেৰক্স কৰাৰ দৰে গোটেই কিতাপ খন আয়ত্বলৈ আহে। যদি এই BlessedContinue Reading

Share it with:
Nature of stupid people

  আপোনালোকে হয়তো শুনিছে যে কিছু কথা মানুহক সুধিব নালাগে যেনে বিয়া কেতিয়া হ’ল, ঘৰ কেতিয়া বনালে , দৰমহা কিমান পাই আদি প্ৰশ্ন হঠাতে মানুহক কৰি দিব নালাগে। আপুনি কেইজনমান বন্ধুৰ সৈতে কিবা ধেমালি কৰি আছে সেই সময়ত যদি কোনো এজনে একেবাৰে আগ্ৰহ দেখুৱা নাই বা হাঁহিবলৈ ইচ্ছা কৰা নাইContinue Reading

Share it with:
THOMAS EDISION

 মানসিক ভাৱে শক্তিশালী হোৱা কাক বুজাই জানেনে ? ১৯১৪ চনত বৈজ্ঞানিক থমাছ আলভা এদিচনৰ ফেক্টৰিত জুই লাগিছিল, জুই ইমানেই ভয়ানক আছিল যে সকলো জ্বলি ভস্মীভূত হৈছিল ; যত তেওঁৰ প্ৰায় ২৩ মিলিয়ন আমেৰিকান ডলাৰ লোকচান হৈছিল। যি অগ্নিকাণ্ডত তেওঁৰ পৰীক্ষাগাৰ পৰ্যন্ত জ্বলি  গৈছিল। এই কথা জানিবলৈ পায় থমাছ এলবাৰ্ট এদিছনেContinue Reading

Share it with:
20 amazing facts of woman

যত্ন লোৱা প্ৰৱণতা আৰু আবেগ মহিলাৰ ক্ষেত্ৰত সহজে পৰিলক্ষিত হয়, মহিলাই আনৰ সুখ – দুখ খুব ভালকৈ বুজি পাই, সময়ত এই মহিলাই মা হৈ পৰে, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সৈতে বন্ধুত্ব ভালকৈ পালন কৰে। মহিলাই সদায় সময় অনুযায়ী, অৱস্থান অনুসৰি, প্ৰয়োজনত বেলেগ বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। এই মহিলাৰ ক্ষেত্ৰতContinue Reading

Share it with:
Three kinds of people to be avoided

 You are the average of five people you have spent the most time with . এই বিখ্যাত উক্তিৰ অৰ্থ হৈছে আপুনি যি পাঁচজন মানুহৰ সতে চলা ফুৰা কৰে আপুনিও তেনে ধৰণৰ হৈ পৰে গঢ় লৈ উঠে । এই৫ জনৰ ভিতৰত যদি কোনোবা ভাল বা কোনো বেয়া তেন্তে আপুনিও এই ৫Continue Reading

Share it with:

  আপুনি কি হিচাপে মানুহৰ সন্মুখত বা সমাজৰ আগত শৰণীয়া হ’ব বিচাৰে তাক নিজেই প্ৰকাশ কৰিব লাগিব , নিজেই ঠিৰাং কৰিব লাগিব আৰু তাৰ ওপৰত অহৰহ যত্ন লব লাগিব। ডঃ আব্দুল কালাম আজাদ এজন পৃথিৱী বিখ্যাত বিজ্ঞানী হোৱাৰ লগতে ভাৰতবৰ্ষৰ ১১ নম্বৰ জন ৰাষ্ট্ৰপতি আছিল। ১৯৩১ চনৰ ১৫ অক্টোবৰ মাহতContinue Reading

Share it with:
way of a happy life

  মানুহৰ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে । বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰ জন বেছি সুখী আৰু সৌভাগ্যৱান। আৰু তেনে লোক সকলে তলৰ এই কাহিনীটো পঢ়া বাৰুকৈয়ে উচিত। এসময়ত এখন জংঘলত থকা কাউৰী এজনীয়ে এজোপা গছত বহি খুব কা কাContinue Reading

Share it with:

 নাৰী শব্দটো শুনিলে হয়তো বহুজনৰ মনত পৰে সেই বৰ্বৰ যুগৰ কথা, যি সময়ত নাৰী বেচা কিনা হৈছিল, নাৰীক চাকৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, যি সময়ত কন্যা সন্তানক জীৱন্তে মাটিত পুতি থোৱা হৈছিল, নাছিল তেওঁলোকৰ কোনো মৰ্যাদা । কিন্তু ৫৭০ খ্ৰীষ্টাব্দৰ পিছত নাৰীয়ে পৃথিৱীত বিশেষ মৰ্যদা পালে। আৰু তেতিয়াৰ পৰা মান্যতাContinue Reading

Share it with:
TIPS TO PROTECT KIDNEY

   দহ ধৰণৰ খাদ্য আৰু সাতোটা বেয়া অভ্যাসৰ বাবে নষ্ট হৈ পৰে মানুহৰ কিডনী। অথচ ৯৯% মানুহে নাজানে কিডনী দুটি ভালে ৰখাৰ উপায়। কিডনী ৰোগৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিনৰ খোৱা লোৱা। প্ৰতিদিনে মানুহে এনে কিছুমান খাদ্য গ্ৰহন কৰে যাৰ ফলত লাহে লাহে কিডনী দুটি বিকল হৈ পৰে। কিডনী দুটিয়েContinue Reading

Share it with:

  মানুহে নিজৰ বিফলতা ঢাকিবলৈ মাত্ৰ ভাগ্য আৰু  সময়ক দোষ দিয়ে । কিন্তু মনত ৰখা উচিত যে ভাগ্য আৰু ভাল সময়তো যদি কোনোবাই হাত সাৱটি বহি থাকে লক্ষ্য আৰু উদ্দেশ্যত কেতিয়াও উপনীত হ’ব নোৱাৰে। ভগৱন্তই দিব দিব বুলি আশা কৰি হাত সাৱটি বহি থাকিলেও একো পোৱা নাযায়। তাৰোপৰি এনে কিছুমানContinue Reading

Share it with: