Featured Video Play Icon

দৰং জিলাৰ পথৰুঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই পথৰুঘাট অঞ্চলৰ কেইবাটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। সমগ্ৰ দেশ ক’ৰণা আতংকত Lock down ৰ সময়ত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল পৰিছে আৰ্থিক সংকটত। এই জটিল সময়ত মহেন্দ্ৰ শৰ্মাই কেইবাটি পৰিয়াললৈ নিজৰ পকেটৰ ধন খৰছ কৰি খাদ্য সম্ভাৰ যোগানContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা…… কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া ইতিবাচক আৰু প্ৰশংসনীয়।আশা কৰা হৈছে যে,অসমত কৰণা আক্ৰান্ত লোক নোলাব, বা ওলালেও নগণ্য সংখ্যক হব।আৰু আক্ৰান্ত হলেও চৰকাৰে লোৱা সু-পৰিকল্পিত ব্যৱস্থাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰিব।যা নহওক, দেশত বা ৰাজ্যত এদিন কৰণাতংক শেষ হব।কিন্তু নিশ্চিতভাৱে তেতিয়া আহিব আনContinue Reading

Share it with:

জেনিফাৰ হালৰ হ’ল ক’ৰণা ভাইৰাচ ৰ টিকা লোৱা প্ৰথম মহিলা । ক’ৰণা ভাইৰাচ আতংকৰ সময়তে আমেৰিকাই দিলে ভাল খবৰ | ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা মতে তেওলোকে ক’ৰণা ভাইৰাচ ৰ প্ৰতিষেধক (Veccine) আবিষ্কাৰ কৰিছে | পৰীক্ষামুলক ভাবে তিনিজন মানুহক দিয়া হৈছে প্ৰতিষেধক | সমগ্ৰ বিশ্বতে প্ৰথম বাৰৰ বাবে ক’ৰণাৰ ভাইৰাচContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা…… বন্ধুসকল, লক ডাউনৰ ইতিমধ্যে পাৰ হোৱা সময়ছোৱাত ফেচবুকত দুই এটি অবাঞ্চিত পোষ্টে ভুমুকি মৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে এয়া সংখ্যাত অতি তাকৰ। দুই এজনে এই সময়তো ৰাজনৈতিক মতলবেৰে লেতেৰা ৰাজনৈতিক পোষ্ট দিছে।তেওলোকৰ মতে চৰকাৰেহে যেনিবা কৰণা ভাইৰাছ কঢ়িয়াই আনিছে।বা বেলেগ চৰকাৰ থাকিলে কৰণা সোমাবই নোৱাৰিলেহেতেন। আকৌ কিছুমানে বিভিন্নContinue Reading

Share it with: