Nick Vujicic story

যদি আপোনাক হাত ভৰি বান্ধি জলাশয়ত পেলাই দিয়া হয় বাছি থাকিব পাৰিবনে ? নিশ্চয় নোৱাৰিব নহয়নে ? কিন্তু পৃথিৱীত এনে এজন ব্যক্তি আছে যিয়ে জীয়াই থাকিব পাৰে  সেয়া আকস্মিক ভাবে এবাৰ নহয় বাৰে বাৰে পাৰে ; যাৰ কথা আপুনি হয়তো শুনা নাই বা বহুতে শুনিব পাৰে । তেওঁৰ জন্মৰ পৰাContinue Reading

Share it with:
Old age care

বৃদ্ধাৱস্থা বা বাদ্ধক্য এটা বিশ্বজনীন প্ৰক্ৰিয়া। চুলি পকিলে,দাঁত সৰিলে,ছাল সোঁতৰা হ’লে আমি বুজি পাওঁ যে বাৰ্দ্ধক্য আহিল। কিমান বয়সত মানুহৰ বাৰ্দ্ধক্য আহে ? ধৰা বন্ধা এটা বয়সৰ কথা কোৱা টান। ব্যক্তি বিশেষে ইয়াৰ তাৰতম্য হ’ব পাৰে। দৰাচলতে ৬৫ বছৰ বয়সীয়াল এগৰাকী ব্যক্তিক বাৰ্দ্ধক্যত উপনীত হোৱা বুলি ধৰা হয়। জীৱন ধাৰণৰContinue Reading

Share it with:
Way to be a richer man

  এখন গাঁওত এজন ল’ৰা আছিল আৰু সেই ল’ৰাজন বৰ দুখীয়া আছিল বাবে পঢ়া শুনা ভালকৈ নকৰি সেই গাওঁতে এখন চাহৰ হোটেল খুলি ব্যৱসায় আৰম্ভণি কৰিছিল। হোটেল ভালে চলিছিল যদিও বেচা কিনা কম হোৱা হেতুকে হোটেলৰ উপাৰ্জনৰ টকাৰে ঘৰ নচলে বাবে তেওঁ পুনৰ কিবা কৰ্মসংস্থাপন বিচাৰি চহৰলৈ ঢাপলি মেলিছিল। আৰুContinue Reading

Share it with:
Thomas Edision biography in Assamese language

  এটা কথা আছে খিছিৰি যদি কেৰাহীত প্ৰস্তুত হয় সেই খিছিৰিয়ে এজন অসুস্থ লোককো সুস্থ কৰি তুলিব পাৰে আৰু যদি সেই খিছিৰি মগজুত তৈয়াৰ হয় তেতিয়া এজন সুস্থ লোককো অসুস্থ্য কৰিব পাৰে। চিন্তা চিতাৰ সমান হয়, যেতিয়াই আপুনি কিবা বিষয়ত বেছিকৈ চিন্তা কৰিব সেই চিন্তাই আপোনাক ভিতৰৰ পৰা দূৰ্বল কৰিContinue Reading

Share it with:

 এদিন এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সোমাই আকস্মিক ভাৱে ছাত্ৰ ছাত্ৰীক এটি পৰীক্ষা লব বুলি কৈ পেলালে। ছাত্ৰ ছাত্ৰী সকল অস্বস্তিত পৰিল যদিও শিক্ষকৰ কথা শুনিবই লাগিব বাবে মান্তি হৈ গল সকলো ছাত্ৰ । শিক্ষক জনে প্ৰত্যেকজন ছাত্ৰক একোখনকৈ প্ৰশ্ন কাকত যোগান ধৰিলে । প্ৰশ্ন কাকত চাই ছাত্ৰ ছাত্ৰী সমূহ অবাকContinue Reading

Share it with:
PSYCHOLOGICAL FACTS ABOUT THE BOYS IN LOVE

  আপুনি জানেনে যে এজন লৰাই আনৰ আগত যিমানে মিছা কথা নকওঁক কিয় তেওঁ কিন্তু নিজৰ প্ৰকৃত ভালপোৱা জনৰ আগত কেতিয়াও মিছা কথা নকয়। আৰু আপুনি জানেনে এজন লৰা বা পুৰুষ লোকে নিজৰ প্ৰেমিকাৰ মুখত অন্য কোনো পুৰুষৰ বা লৰাৰ নাম শুনিবলৈ কেতিয়াও পছন্দ নকৰে। এজন লৰাৰ ক্ষেত্ৰত এনে ধৰণৰContinue Reading

Share it with:

  কেতিয়াবা Blessed mind ৰ কথা শুনিবলৈ পাইছেনে ? Blessed mind ইমানেই শক্তিশালী হয় যে যি লোক এই Blessed mind ৰ অধিকাৰী হয় তেওঁ এখন মোটা পৃষ্ঠাৰ কিতাপ এবাৰ মাত্ৰ পঢ়িলে দ্বিতীয় বাৰ আৰু কোনোকালে নপঢ়িলেও হয়,  এক বাৰতে জেৰক্স কৰাৰ দৰে গোটেই কিতাপ খন আয়ত্বলৈ আহে। যদি এই BlessedContinue Reading

Share it with:
Nature of stupid people

  আপোনালোকে হয়তো শুনিছে যে কিছু কথা মানুহক সুধিব নালাগে যেনে বিয়া কেতিয়া হ’ল, ঘৰ কেতিয়া বনালে , দৰমহা কিমান পাই আদি প্ৰশ্ন হঠাতে মানুহক কৰি দিব নালাগে। আপুনি কেইজনমান বন্ধুৰ সৈতে কিবা ধেমালি কৰি আছে সেই সময়ত যদি কোনো এজনে একেবাৰে আগ্ৰহ দেখুৱা নাই বা হাঁহিবলৈ ইচ্ছা কৰা নাইContinue Reading

Share it with:
THOMAS EDISION

 মানসিক ভাৱে শক্তিশালী হোৱা কাক বুজাই জানেনে ? ১৯১৪ চনত বৈজ্ঞানিক থমাছ আলভা এদিচনৰ ফেক্টৰিত জুই লাগিছিল, জুই ইমানেই ভয়ানক আছিল যে সকলো জ্বলি ভস্মীভূত হৈছিল ; যত তেওঁৰ প্ৰায় ২৩ মিলিয়ন আমেৰিকান ডলাৰ লোকচান হৈছিল। যি অগ্নিকাণ্ডত তেওঁৰ পৰীক্ষাগাৰ পৰ্যন্ত জ্বলি  গৈছিল। এই কথা জানিবলৈ পায় থমাছ এলবাৰ্ট এদিছনেContinue Reading

Share it with:
20 amazing facts of woman

যত্ন লোৱা প্ৰৱণতা আৰু আবেগ মহিলাৰ ক্ষেত্ৰত সহজে পৰিলক্ষিত হয়, মহিলাই আনৰ সুখ – দুখ খুব ভালকৈ বুজি পাই, সময়ত এই মহিলাই মা হৈ পৰে, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সৈতে বন্ধুত্ব ভালকৈ পালন কৰে। মহিলাই সদায় সময় অনুযায়ী, অৱস্থান অনুসৰি, প্ৰয়োজনত বেলেগ বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। এই মহিলাৰ ক্ষেত্ৰতContinue Reading

Share it with: