…..ডাঃ আজিমুদ্দিন আহমেদ…. জানোচা শব্দ হেৰাওঁ মোৰ বিতচকুৰে লাখুতি আৰু কম্বল ! , অৰ্ধচন্দ্ৰ এন্ধাঁৰৰ অমাবশ্যা ও জোনাকৰ ভোটা তৰাৰে মিতিৰালি আপেক্ষিক নিয়মৰ অসহ্য হুমুনীয়াহ ! , ৰৈ ৰৈ গাম ইনাই বিনাই পুন: সেই ওমলা ঘৰত সগোপনে উভতনী যাত্ৰাৰ গান ! , মই আৰু মোৰ ছাঁ বিৰাজমান প্ৰশ্নৰ বিপৰীত জানোছাContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমদ…. নাখান্দিবা ঠিয় ঠেক গাতৰ সৌধ বিভিষিকাৰ নিষ্ঠুৰ কবৰ ! নালাগে চন্দনৰ ঠিয় দাল সৰিয়হ,ঘি আৰু খেৰকূটাৰ উল্লাসিত অগ্নি ! কবৰ নিদিবা নকৰিবা ভষ্মীভূত বিষাক্ত কৰি জননী আইৰ অবয়ব ! আহ্বান কৰি শৃগাল কুকুৰ আৰু শগুনক টুকৰা-টুকুৰ কৰি মোৰ মেদবহুল কংকালৰ পেশী তিঘিল ঘিলাই হওঁক বনভোজ তৃপ্তি সিহঁতৰContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ….. অ মইনা অ’ মইনা জোলোঙাত তোমাৰ কি? মামাই দিছে পকা জাম আনিছোঁ গণি গণি । আম আপেল আঙুৰ আৰু নাগফল, বতৰত খালে পাবা সিংহৰ সম বল । কমলা কলা-জামু আৰু কল, ঈশ্বৰ সৃষ্ট সকলো যেনে: জাম কঠাল, মৌচুম্বী ডালিম পানীফল ইত্যাদি পনিয়ল, খাই উঠি নাখাবা লগে লগেContinue Reading

Share it with:

……ডাঃ আজিমুদ্দিন আহমেদ….. সেই বাটেৰেই আহিবি তই যি বাট মোৰ ৰণভূমিৰ তোৰ চিনাকী পৃথিৱীৰ সপোন বা-মাৰলী অথচ ধূলিকণা হৈ ৰঙালী বহাগৰ নাচনীৰ লহৰত । তই আহিবি এখোজ আমাৰ পৃথিৱীলৈ নহ’লে দাইনীজনীৰ গতিৰে ডাল পাতবোৰৰ সৈতে খেলিবলৈ । পিছে এটি কথা ৰাখিবি তই আপোন পঁজাবোৰৰ চিনাকী ক’তো নজৰ নকৰিবি , নাভাগিবিContinue Reading

Share it with:

……✍️ডাঃ আজিমুদ্দিন আহমেদ….. আহিবানে আকৌ এবাৰ দিবানে সঁহাৰি হিয়াৰ জীৱনৰ থৌকি বাথৌ বিৰহত মনৰ কপৌ পুৰণি দিনৰে কথা ক’লে আকুল বেথা জীৱনৰ এয়াই মায়া ভাবিলে আপোন পাহৰা সপোনে হহুৱাই সদায় দিঠকে কন্দুৱাই ঘণাই হৃদয়ে ৰিঙিয়াই সঁচাই দিন নাযায় নুপুৱাই হেপাঁহৰ সোনোৱালি সেতেলিৰ বাখৰ কলি দিবানে সঁহাৰি আহি চতিয়াই মৰম এপাহিContinue Reading

Share it with:

……লিখক : ডা: আজিমুদ্দিন আহমেদ…. মোৰ দুখৰ ৰাতি সুখৰ পনবন্দী নিঃশব্দে পলাইছে সুখ অবুজ চুক্তিপত্ৰত অস্বাক্ষৰিত বাবেই দোষ! সেইদিনা সুখে বন্দী কৰিছিল এবাৰ লগতে কিছু প্ৰলোভন ভাবিলো পন্যৰ সোৱাদ নালাগে দুখেই ভাল ।।Continue Reading

Share it with:

…..🙏🙏 ✍️ প্ৰাণেশ্বৰ শৰ্মা….. ……(ভূপেনদালৈ ক্ষমা প্ৰাৰ্থনাৰে)…… কৰণা ভাইৰাচ সংক্ৰমণৰ বাবে প্ৰয়োগ কৰা Lock down অমান্য কৰা সকলক উদ্দেশী সমগ্ৰ বিশ্বৰে  অসংখ্যজনৰে হাহাকাৰ শুনিও দিনে প্ৰতিদিনে নিয়ম ভংগ কৰি, পথলৈ ওলোৱা কিয়? কৰণা ভাইৰাছৰ নাচোন দেখিও হেজাৰজনৰ মৰণ দেখিও নিয়ম কানুনবোৰ নামানা কিয়? জ্ঞানবিহিন উদণ্ডসবৰ শংকাবিহিন  মূৰ্খসবৰ সামান্য চেতনা নাহেনোContinue Reading

Share it with:

….লিখক: প্ৰাণেশ্বৰ শৰ্মা….. সপোন দেখি কোনেনো ভাল নাপায়  !ময়ো দেখিছিলো সপোন।  প্ৰথম বিভাগত যেতিয়া মেট্ৰিক পাছ কৰিলো, সপোনবোৰে তেতিয়া ডেউকা মেলিলে। মা দেউতায়ো সপোন দেখি আছিল, মোক হাকিম সজাৰ।এতিয়া আৰু মা দেউতাক কোনে পায়!! ল’ৰাই প্ৰথম বিভাগ পালে।গতিকে হাকিম হোৱাৰ পথত এখোজ আগবাঢ়িলেই। গাৱত থাকি পঢ়া শুনা কৰিলে আল্টু ফাল্টুContinue Reading

Share it with: