health benifits of cashew nuts

দৈনিক কাজু বাদাম খোৱাটো কিমান উপকাৰী ? কাৰ বাবে অপকাৰী এই কাজু বাদাম ?? বাদাম জাতীয় খাদ্য সম্ভাৰৰ ভিতৰত কাজুবাদাম যথেষ্ট স্বাস্থ্য উপকাৰী। এই বাদামত বেছি মাত্রাত স্নেহ পদাৰ্থ থকা হেতুকে মানুহৰ এটি ভুল ধাৰণা যে এই বাদাম খালে দেহত চৰ্বী বাঢ়িব আৰু ওজন বাঢ়িব যি এক ভুল ধাৰণাহে। বিপৰীতেContinue Reading

Share it with:

ৰাতি শোৱাৰ আগত এই পাঁচটা কাম কেতিয়াও কৰিব নালাগে ।। (১) শুবৰ সময়ত মোবাইল ফোন আৰু লেপটপ চুব নালাগে। সকলোৱে জানে যে মোবাইল ফোনে ক্ষতি কৰিব পাৰে। কিন্তু এনেকুৱা নহয় যে দৈনন্দিন জীৱনত মোবাইল ফোন, লেপটপ এৰি চলিব পাৰিব। সেয়ে অতি কমেও ৰাতি টোপনিৰ সময়ত বিশেষকৈ মোবাইল ফোন আৰু লেপটপৰContinue Reading

Share it with:
NEVER DO THIS THINGS TODAY ON THE DAY OF LAKHMI PUJA

 লক্ষ্মী পূজা আৰু এই দিনটোত এই পাঁচটি কাম ভুলটো নকৰিব নহ’লে দৰিদ্ৰতা আহিব পাৰে !!   হিন্দু দেৱী মা লক্ষ্মী দেৱী হৈছে সুখ সমৃদ্ধি, ধন সম্পত্তি, সৌভাগ্য, আধ্যাত্মিকতা আৰু সৌন্দৰ্য্যৰ দেৱী। এই মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিলে নিজৰ গৃহত মা লক্ষ্মী সদায়ে বাস কৰে যাৰ ফলতে ঘৰখনৰ ধন সম্পত্তিৰ অভাৱContinue Reading

Share it with:

ৰাতিপুৱা আৰু ৰাতি ৰুটি খায় ভালপাই নেকি ? সাৱধান !! ৰুটি কিয় খাব লাগে ? ৰুটি খোৱাৰ উপকাৰ কি ? আটাৰ নে ময়দাৰ ৰুটি খাব লাগে ? যদি আপুনি ৰাতি আৰু ৰাতিপুৱা ৰুটি খাই তেন্তে সাৱধান হোৱা ভাল কাৰণ আপুনি ৰুটি কেনেকৈ প্ৰস্তুত কৰিছে, কি আটাৰ ৰুটি খাইছে আৰু কেতিয়াContinue Reading

Share it with:
CURD AS SUPER FOOD

দৈৰ লগত চেনি মিহলাই নাখাব!! দৈ শৰীৰৰ বাবে কিয় উপকাৰী ? দৈৰ প্রচুৰ উপকাৰৰ বাবে ই সমগ্ৰ বিশ্বৰ এবিধ প্রিয় খাদ্য যাক চুপাৰ ফুড বুলি কোৱা হয়। দৈ আমাৰ সকলোৰে পৰিচিত খাদ্য । দৈ – গাখীৰৰ সৈতে অসমীয়া লোকৰ চিনাকি পুৰণিকলীয়া। গাখীৰৰ আংশিক ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোৱেই হৈছেContinue Reading

Share it with:
GIVE WORSHIP IN PADDY FIELD TO BE RICH AND WEALTHY

কাতি বিহুৰ সন্ধিয়া ঘৰলৈ আনক এই বস্তু ধনে ধানে চহকী হ’ব !!   কাতি বিহু বা কঙালী বিহু কাইলৈ ইংৰাজী ১৮/১০/২০২১ তাৰিখ সোমবাৰে। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ  তিনি বিহুৰ অন্যতম এটি। আহিন মাহ আৰু  কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত বিগত বছৰতContinue Reading

Share it with:
healthy mint leaf is best for acne pimples

পদিনা পাতৰ ৰস এনেদৰে ব্যৱহাৰ কৰি পাওক চমৎকাৰ !! পদিনাৰ গুণসমূহ আৰু উপাদান সমুহ :- সাধাৰণতে চাহ, চাটনী বা অন্য ৰন্ধন প্ৰণালীত প্ৰয়োগ কৰা পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি । কেইবাটাও বৰ্ণসংকৰ প্ৰজাতিত উপলব্ধ এই চিৰসেউজ তৃণজাতীয় গছবিধ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে পোৱা যায় । এই পদিনাৰ যে স্বাস্থ্যContinue Reading

Share it with:
BE HEALTHY WELTHY AND RICH BY OFFERING WORSHIP LIKE THIS TO LORD DURGA

পৱিত্ৰ দশমীৰ সন্ধিয়া আৰু দিনৰ ভাগত কৰক এই শুভ কাম পাব হাজাৰ গুণ উপকাৰ !! ১) দশমীৰ দিনা দিনত এই কাম কৰিলে হাজাৰ গুণ ফল লাভ হয়। হিন্দু ধৰ্মত গাই গৰুক অধিক মহত্ব দি মাতা ৰূপে আখ্যা দিয়া হয় সেয়ে আজি এই দশমীৰ দিনটিত ৰাতিপুৱা আৰু সন্ধিয়া গৰুক নিজ হাতেৰেContinue Reading

Share it with:
PLANT THESE 7 TREES AT HOME TO BE LUCKY

ঘৰত যদি এই ৭ গছ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যবান :-    বাস্তু শাস্ত্ৰৰ  অৱহেলা নকৰে দৰাচলতে; এই শাস্ত্ৰৰ মান্যতাক বিশ্বাস কৰিলে ফলিব আৰু বিশ্বাস নকৰিলে কিন্তু এইসমূহ কথা পঢ়ি সময় নষ্ট কৰা যেনহে হ’ব। ঠিক তেনে অতি গুৰুত্বপূৰ্ণ বিষয় এটি বাস্তু যি শাস্ত্ৰত উল্লেখিত তাকেই কব বিচৰা হৈছে। সকলোৰেContinue Reading

Share it with:
TIPS TO KNOW THE STATUS OF FOOD INSIDE THE REFREGERATOR

ঘৰত যদি ফ্ৰীজ আছে আৰু খাদ্য সামগ্রী এই ফ্ৰীজৰ ভিতৰত ৰাখি থোৱাৰ অভ্যাস আছে তেন্তে এই দিহা আপোনাৰ বাবে অতি লাভজনক হ’ব । বহুতৰে অভ্যাস যে এবাৰ বজাৰৰ পৰা কিনি অনা পাচলি, মাছ, মাংস, পনীৰ, দৈ আদি যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ফ্ৰীজত ৰাখি শেষ নোহোৱা দিনলৈকে ব্যৱহাৰ কৰা। কিন্তু কণাContinue Reading

Share it with: