প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। জন্ম = ১৩/৫/১৯০৫ জন্ম ঠাই = পুৰণি দিল্লী। মৃত্যু = ১১/০২/১৯৭৭ মৃত্যুৰ ঠাই = নতুন দিল্লী,কাৰ্য্যলয়। শিক্ষা = St Stephens College, St Catharines College. ৰাষ্ট্ৰপতি কাৰ্য্যকাল = ২৪/০৮/১৯৭৪ পৰা ১১/০২/১৯৭৭ লৈ।Continue Reading

Share it with:

ফেচবুকত চৈয়দ আব্দুল মালিকৰ কবিতা অপবাখ্যা কৰা প্ৰবক্তা ৰূপাৰাণী ভূঞাক আটক। মঙলদৈৰ প্ৰতিবেদক, ৬ মে’ : চ’চিয়েল মিডিয়া ফেচবুকত বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কবিতাৰ অপবাখ্যা কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা কেতবোৰ মন্তব্য দি বিতৰ্কিত হৈ পৰা প্ৰৱক্তা ৰূপাৰাণী ভূঞাক আজি মঙলদৈ থানাৰ আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে মঙলদৈContinue Reading

Share it with:

পেটৰ ৰোগত মৃত্যু হ’ল বলিউড অভিনেতা ইৰফান খানৰ…. মাতৃৰ মৃত্যুৰ তিনিদিন পিছতে মৃত্যু হল বলিউড অভিনেতা ইৰফান খানৰ । যোৱাকালি মঙ্গলবাৰে পেটৰ ৰোগত ভোগাৰ পিছত ৫৩ বছৰীয়া অভিনেতা জনক কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইৰফান খানৰ ৯৫ বছৰীয়া মাতৃ ছঈদা বেগমৰ মৃত্যু হয় তিনিদিন পূৰ্বে। লক্ দাউন ৰContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা….. চীনৰ পৰা পি পি ই কিট সৰবৰাহ কৰাৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণে কৈছে। মই ভাবো জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবেই এয়া কৰিবলগীয়া হৈছে।প্ৰথমতে জীৱন তথা দেশ ৰক্ষা, তাৰ পিছত আন চিন্তা। জৰুৰীকালীন এই সময়ত এইটো হয়তো একো ভাবিবলগীয়া কথা হোৱা নাই।কিন্তু মই পৰৱৰ্তী সময়ৰ কথাহে ভাবিছো। আমাৰ আশা আছিলContinue Reading

Share it with:

জনসংযোগ, দৰঙৰ সৌজন্যত প্ৰেছ বিজ্ঞপ্তি নং – ৪৯/২০২০ পুণৰ ১০ জনৰ শ্লেষৰ নমুনা ক’ভিড – ১৯ ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মঙলদৈ, ১২ এপ্ৰিল : ক’ভিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ সৈতে আঠগাঁৱৰ কবৰস্হান মছজিদৰ মাছুৰাত অংশগ্ৰহণ কৰা দৰঙৰ ১০ জন ব্যক্তিক স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰContinue Reading

Share it with:

লক ডাউনৰ সময়ত আৰ্থিক সংকটৰ বাবে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত কেন্দুগুৰী গাওঁৰ কৰ্কট ৰোগী ক্ষীতিকান্ত শৰ্মা ৰ পৰিয়ালৰ ৪ জন সদস্য দিনটো অনাহাৰে আছিল। উল্লেখযোগ্য যে ক্ষীতিকান্তৰ কনিষ্ঠ পুত্ৰ বিশেষ ভাবে সক্ষম। খবৰ টো দৰং আৰক্ষী য়ে পোৱা মাত্ৰই দৰং অতিৰিক্ত আৰক্ষী উজ্জ্বল প্ৰতীম বৰুৱা আৰু পাথৰুঘাট আৰক্ষীContinue Reading

Share it with:

আকৌ ৯ জন আত্মগোপন কৰি থকা নিজামুদ্দিনৰ পৰা ঘুৰি অহা লোক দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁওৰ য়াকুব আলিৰ ঘৰত যোৱা ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল ৯ জন নিজামুদ্দিনৰ পৰা ঘুৰি অহা জামাতী সদস্য। দিল্লী নিজামুজিন জামাতত অংশ গ্ৰহণ কৰা পাছত কলিকাতা হৈ দৰঙলৈ আহিছিল তেওঁলোক। খাৰুপেটীয়া আৰক্ষীContinue Reading

Share it with:

“ক’ৰণাৰ সতে যুজঁ দিবলৈ প্ৰাণ বায়ু” আই আই টি ৰূৰকীয়ে সাজি উলিয়াইছে অতি কম খৰচী, যতে ততে লৈ ফুৰিব পৰা portable Ventilator যাৰ নাম দিয়া হৈছে “প্ৰাণ_বায়ু” | এক তথ্য মতে আমাৰ দেশৰ সমুহ চিকিৎসালয়ত থকা সৰ্বমুঠ ventilator সংখ্যা প্ৰায় ৫০ হাজাৰ মানহে হ’ব। ক’ৰণা ভাইৰাছ সংক্ৰমণ যদিহে আমাৰ দেশতContinue Reading

Share it with:
Featured Video Play Icon

দৰং জিলাৰ পথৰুঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই পথৰুঘাট অঞ্চলৰ কেইবাটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। সমগ্ৰ দেশ ক’ৰণা আতংকত Lock down ৰ সময়ত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল পৰিছে আৰ্থিক সংকটত। এই জটিল সময়ত মহেন্দ্ৰ শৰ্মাই কেইবাটি পৰিয়াললৈ নিজৰ পকেটৰ ধন খৰছ কৰি খাদ্য সম্ভাৰ যোগানContinue Reading

Share it with: