BE HEALTHY WELTHY AND RICH BY OFFERING WORSHIP LIKE THIS TO LORD DURGA

পৱিত্ৰ দশমীৰ সন্ধিয়া আৰু দিনৰ ভাগত কৰক এই শুভ কাম পাব হাজাৰ গুণ উপকাৰ !!

LET THE COW EAT SWEET, GREEN GRAAASES AND SUGERCANE JUICE WITH YOUR HANDS AS WORSHIPS TO MA DURGA TODAY

১) দশমীৰ দিনা দিনত এই কাম কৰিলে হাজাৰ গুণ ফল লাভ হয়। হিন্দু ধৰ্মত গাই গৰুক অধিক মহত্ব দি মাতা ৰূপে আখ্যা দিয়া হয় সেয়ে আজি এই দশমীৰ দিনটিত ৰাতিপুৱা আৰু সন্ধিয়া গৰুক নিজ হাতেৰে গুৰ আৰু কল খুৱাব লাগে। এনে কৰিলে অধিক পূৰ্ণ লাভ হয়। লগতে সেউজীয়া ঘাঁহ বন আদি খুৱাব পাৰিলে অশেষ কৃপা লাভ হয় যিহেতু গাই গৰুত ৩৩ কোটি দেৱতাই বাস কৰে। গৰু মাতাক সেৱা কৰিলে বা ভক্তি কৰিলে দেৱতাগণৰ সকলো আশীৰ্বাদ লাভ হয়।

BE DISEASE FREE BY OFFERING WORSHIP TO COW TODAY

যাৰ দ্বাৰা আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ যাব। ঘৰত দেৱ দেৱতাই বাস কৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকিব। এনেদৰে দশমী দিনটিত ৰাতিপুৱা বা সন্ধিয়াৰ সময়ত গো মাতাক মিঠাই, গুৰ, সেউজীয়া ঘাঁহ নিজ হাতেৰে খুৱাই দি শেষত হাত জোৰ কৰি এই মন্তটি ” ঔম লক্ষ্মী নমঃ ” জপ কৰিলে সকলো দেৱ দেৱতাই সন্তুষ্ট হৈ  দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰিব।

BE HEALTHY , WEALTHY AND RICH BY OFFERING WORSHIIP TODAY LIKE THIS

(২) আজি দশমী আৰু বাৰত শুক্ৰবাৰ, শুক্ৰবাৰ দিনটি মা লক্ষ্মীৰ দিন । সেয়ে মা দূর্গাৰ লগতে মা লক্ষ্মীক অৰ্চনা কৰিলে মা লক্ষ্মীও সন্তুষ্ট হয় আৰু তাতোকৈ অধিক প্ৰসন্ন হয় তেওঁৰ স্বামী ভগবান বিষ্ণুক আৰধনা কৰিলে। সেয়ে এই শুক্ৰবাৰ দিনটিত শঙ্খত জল ভৰাই ভগৱান বিষ্ণু‌ক অবিশেষ কৰা উচিত যাৰ দ্বাৰা সৌভাগ্যশালী হব পাৰি। এই শুভ কৰ্ম নিয়মিত ভাৱে প্ৰত্যেক শুক্ৰবাৰে কৰিব পাৰে যাৰ দ্বাৰা মা লক্ষ্মীৰ আশীষ প্ৰাপ্ত হয় ।

(৩) এই পবিত্ৰ দিনত এখন হালধীয়া বস্ত্ৰত ৫ টা কড়ী , অলপ কেশৰ, আৰু এটি ৰূপৰ মুদ্ৰা বান্ধি লৈ মা লক্ষ্মীৰ ওচৰত ৰাখি পূজা প্ৰাৰ্থনা কৰি সেই টোপোলাটো যদি টকা পইচা বা ধন ধান ৰখোৱা ঠাইত থোৱা হয় ঘৰলৈ ধন অহাৰ বাট প্ৰশস্ত হয়। আৰু ঋণ মুক্ত হোৱাৰ পথ মুকলি হয়।

(৪) এই পবিত্ৰ দিনটিত ঘৰৰ উত্তৰ পূব দিশত এগচি ঘিউ প্ৰদীপ জ্বলোৱা উত্তম। সেই প্ৰদীপত শলীতা হিচাপে ৰঙা সুঁতা দিব আৰু কেশৰ দিব লাগে। তাৰ পিছত মা লক্ষ্মীৰ এই মহামন্ত্ৰ “ঔম মহালক্ষ্মী নমঃ ” ২১ বাৰ জপ কৰিব ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *