কবৰ
…..ডাঃ আজিমুদ্দিন আহমদ…. নাখান্দিবা ঠিয় ঠেক গাতৰ সৌধ বিভিষিকাৰ নিষ্ঠুৰ কবৰ ! নালাগে চন্দনৰ ঠিয় দাল সৰিয়হ,ঘি আৰু খেৰকূটাৰ উল্লাসিত অগ্নি ! কবৰ নিদিবা নকৰিবা ভষ্মীভূত বিষাক্ত কৰি জননী আইৰ অবয়ব ! আহ্বান কৰি শৃগাল কুকুৰ আৰু শগুনক টুকৰা-টুকুৰ কৰি মোৰ মেদবহুল কংকালৰ পেশী তিঘিল ঘিলাই হওঁক বনভোজ তৃপ্তি সিহঁতৰContinue Reading