Featured Video Play Icon

এজন আৰক্ষী বিষয়াৰ মহানুভব

দৰং জিলাৰ পথৰুঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই পথৰুঘাট অঞ্চলৰ কেইবাটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। সমগ্ৰ দেশ ক’ৰণা আতংকত Lock down ৰ সময়ত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল পৰিছে আৰ্থিক সংকটত।
এই জটিল সময়ত মহেন্দ্ৰ শৰ্মাই কেইবাটি পৰিয়াললৈ নিজৰ পকেটৰ ধন খৰছ কৰি খাদ্য সম্ভাৰ যোগান ধৰি যি আদৰ্শ দেখুৱালে সচাই প্ৰসংশনীয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *