ক’ৰণা ভাইৰাচ ৰ প্ৰতিষেধক !!!!!

জেনিফাৰ হালৰ হ’ল ক’ৰণা ভাইৰাচ ৰ টিকা লোৱা প্ৰথম মহিলা । ক’ৰণা ভাইৰাচ আতংকৰ সময়তে আমেৰিকাই দিলে ভাল খবৰ | ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা মতে তেওলোকে ক’ৰণা ভাইৰাচ ৰ প্ৰতিষেধক (Veccine) আবিষ্কাৰ কৰিছে | পৰীক্ষামুলক ভাবে তিনিজন মানুহক দিয়া হৈছে প্ৰতিষেধক |
সমগ্ৰ বিশ্বতে প্ৰথম বাৰৰ বাবে ক’ৰণাৰ ভাইৰাচ ৰ টিকা লোৱা মহিলা গৰাকী ৰ নাম হল জেনিফাৰ হালৰ |
স্মৰ্তব্য যে যিকোনো নতুন টিকা আবিষ্কাৰ কৰিলে প্ৰথমে জন্তুৰ গাত হে পৰীক্ষণ কৰা হয় যদিও আমেৰিকাই মানুহৰ গাতে পৰীক্ষা কৰিছে | আৰু আশা কৰিছে যে এয়া পৰীক্ষণ সফল হবলৈ গৈ আছে | যদিহে সফল হয় তেন্তে সমগ্ৰ বিশ্ব ক’ৰণা আতংকৰ পৰা ৰক্ষা পাব |

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *