চিৰযৌৱনা হৈ থাকিবলৈ আঙুৰ খাওক-স্মৃতি শক্তি বৰ্ধক!!
সদায় আঙুৰ খালে কি স্বাস্থ্য উপকাৰ হব ?? ডায়েবেটিচ ৰোগ বাঢ়িব নেকি?? আঙুৰ এবিধ সুস্বাদু ফল। সমগ্ৰ বিশ্বতে প্ৰায় ২০০ প্রকাৰৰ আঙুৰ উপলব্ধ। ঠিক তেনেদৰে ইয়াৰ ৰঙবোৰো ভিন্ন যেনে:- কলা, বগা, গুলপীয়া, সেউজীয়া আৰু নীলা আদি। একেদৰে এই আঙুৰক পৰিপুষ্টিৰ ভঁৰাল বুলি কোৱা হয়। মানুহৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰাইবিধContinue Reading