POLICE SIREN AND PROP UP CAMERA PHONE HIDDEN FACTS

পুলিচৰ গাড়ীত ৰঙা,নীলা চাইৰেন কিয় থাকে?

পুলিচৰ গাড়ীত ৰঙা আৰু নীলা ৰঙৰ চাইৰেন লাইট কিয় থাকে? বেলেগ ৰঙৰ কিয় নাথাকে ?? প্ৰপ আপ (  prop up ) কেমেৰা মোবাইল ফোন কিয় বন্ধ কৰিলে মোবাইল কম্পেনী সমুহে ?

  পুলিচৰ চৰকাৰী বাহনত ৰঙা আৰু নীলা ৰঙৰ চাইৰেন লাইট  লগোৱা হয় যিটো গাড়ীৰ বাহিৰৰ ফালে ওপৰত লাগি থাকে। এম্বুলেন্সৰ চাইৰেন হয় ৰঙা ৰঙৰ।

police siren hidden facts

police vehicle siren hidden facts
why police vehicle siren is red and blue coloured?

   ৰঙা ৰঙক Danger অৰ্থাৎ বিপদৰ সংকেত হিচাপে মানুহে ভাবে আৰু ৰঙা ৰঙটো বাকী ৰঙ বোৰতকৈ উজ্জ্বল। সেয়ে সকলো গাড়ীৰ পিছফালে ৰঙা ৰঙৰ লাইট লগোৱা হয়। লগতে নীলা ৰঙৰ লাইট লগোৱাৰ কাৰণ হ’ল ৰাতি সকলো গাড়ীৰ পিছৰ লাইটো ৰঙাই হয় যেতিয়া সেইকাৰণে পুলিচৰ ৰঙা লাইট আৰু সৰ্ব সাধাৰণ সকলোৰে পিছৰ ৰঙা লাইটৰ মাজত সমস্যা নহ’বৰ বাবে পুলিচৰ চাইৰেন লাইট এটা ৰঙা আৰু আন এটা নীলা ৰঙৰ লগোৱা হয়।

prop up camera mobile phone image

    প্ৰপ আপ (  prop up ) কেমেৰা মোবাইল ফোন কিয় বন্ধ কৰিলে মোবাইল কম্পেনী সমুহে ?

   প্ৰপ আপ কেমেৰা মোবাইল ফোন  যেতিয়া বজাৰলৈ আহিছিল তেতিয়া সকলোৱে প্ৰপ আপ কেমেৰা মোবাইল ফোন বহুত ভাল পাইছিল আৰু সকলোৱে ব্যৱহাৰ কৰিছিল। ল’ব নোৱাৰা সকলে দুখ ও কৰিছিল। কিন্তু খুব কম দিনতে প্ৰপ আপ কেমেৰাৰ ফোনটো সকলোৰে বাবে ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিল । কাৰণ এই ফোনটোত সংযোজিত প্ৰপ আপ কেমেৰা টোৱে ফোনটোৰ ভিতৰৰ গ্ৰাফিক্স বোৰ দুৰ্বল কৰি পেলায়।

prop up camera mobile phone image

আৰু বাহিৰত প্ৰপ আপ কেমেৰাটো উলিয়াই ব্যবহাৰ কৰিলে মোবাইলৰ টাটছপেদ নষ্ট হোৱাৰ  আশাংকা থাকে ফলতে আৰু ২/৩ বছৰৰ ভিতৰত মোবাইটো বেয়া হৈ যায় কাৰণ মোবাইলৰ ভিতৰৰ মাদাৰ বৰ্ড দুৰ্বল হৈ পৰে। আৰু যদি মোবাইলটো পকেটৰ ভিতৰত থাকোতে ভিডিঅ’ কল আহে তেতিয়া  পকেটতে প্ৰপ আপ কেমেৰা অন হৈ বাহিৰলৈ ওলাই আহে । যদি আপোনাৰ জেপ বা পকেট টান হয় তেতিয়া সেই প্ৰপ আপ কেমেৰাটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এইবোৰ কাৰণতেই বহু জনপ্ৰিয় প্ৰপ আপ কেমেৰা সংযোজিত মোবাইল ফোন সমুহ বন্ধ হৈ পৰিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *