Facts of reverse psychology in relationship

  সম্পৰ্কত reverse psychology ৰ প্ৰয়োগ আজিৰ নতুন কথা নহয়, আমি নজনাকৈয়ে এই reverse psychology ৰ ব্যৱহাৰ কৰি থাকোঁ। এই অস্ত্ৰ পাত কেতিয়াবা সম্পৰ্কত থকা কাৰোবাক blackmail কৰিবলৈ, কোনোয়ে একো ভুল নকৰাকৈয়ে দোষী সাব্যস্ত কৰিবলৈ, কাৰোবাৰ ইচ্ছাৰ বিপৰীতে কিবা সিদ্ধান্ত লবৰ বাবে বাধ্য কৰাবলৈ আনকি কাৰোবাক ভুল প্ৰমাণ কৰিবলৈকেও এইContinue Reading

Share it with:
Ill effect of musterbation habit

  চিকিৎসকৰ ওচৰলৈ নানান ধৰণৰ লোকে নানান ধৰণৰ ৰোগ আৰু নানান সমস্যা লৈ অহাটো সাধাৰণ কথা। আৰু চিকিৎসকৰ নিজৰ কৰ্তব্য ব্যস্ততাৰ ভিতৰতে কিছুমান এনে লৰা উপস্থিত হয় যিয়ে খুব লাজ লাজকৈ নিজৰ সমস্যাৰ কথা কব আৰম্ভণি কৰে । যি হৈছে তেওঁলোকৰ এক কুঅভ্যাস বা এক নিচা বুলিও অভিহিত কৰিব পৰাContinue Reading

Share it with:
never miss this words in life

  বহু সময়ত আমাৰ নিজৰ ভুলৰ বাবে আমাৰ জীৱনত বহুত ক্ষতি হৈ যায় আৰু যেতিয়া ভুলটি বুজি পোৱা যায় তেতিয়ালৈ ইতিমধ্যে বহুত পলম হৈ পৰে আৰু কৰিবলৈ একো নাথাকে। এবাৰ গৌতম বুদ্ধই তেওঁৰ শিষ্যক এটি গল্প শুনাইছিল ,, সেইমতে এজন ৰজা এবাৰ জংঘলত চিকাৰ কৰিবলৈ যায়, ঘন জংঘলত সোমাই সেইContinue Reading

Share it with:
Side effect of less sleep

  Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়াContinue Reading

Share it with:
New inventions in future

   এবাৰ ভাবি চাওঁকচোন আজিৰ পৰা ৫০ বছৰ আগতে পৃথিৱীৰ সকলো প্ৰযুক্তিবিদ্যা কি স্তৰত আছিল , আজি কি অৱস্থা পাইছে আৰু অনাগত ৫০ বছৰ পিছত এই প্ৰযুক্তিবিদ্যা কি স্তৰ পাবগৈ ! বিজ্ঞানীসকলে ভৱিষ্যত প্ৰযুক্তিৰ বিষয়ে চকু ৰাখি নতুন কিছু সামগ্ৰীৰ আবিষ্কাৰৰ বাবে অহৰহ ভাবে লাগি আছে। আৰু অনুমান কৰা হৈছেContinue Reading

Share it with:
Nick Vujicic story

যদি আপোনাক হাত ভৰি বান্ধি জলাশয়ত পেলাই দিয়া হয় বাছি থাকিব পাৰিবনে ? নিশ্চয় নোৱাৰিব নহয়নে ? কিন্তু পৃথিৱীত এনে এজন ব্যক্তি আছে যিয়ে জীয়াই থাকিব পাৰে  সেয়া আকস্মিক ভাবে এবাৰ নহয় বাৰে বাৰে পাৰে ; যাৰ কথা আপুনি হয়তো শুনা নাই বা বহুতে শুনিব পাৰে । তেওঁৰ জন্মৰ পৰাContinue Reading

Share it with:
Old age care

বৃদ্ধাৱস্থা বা বাদ্ধক্য এটা বিশ্বজনীন প্ৰক্ৰিয়া। চুলি পকিলে,দাঁত সৰিলে,ছাল সোঁতৰা হ’লে আমি বুজি পাওঁ যে বাৰ্দ্ধক্য আহিল। কিমান বয়সত মানুহৰ বাৰ্দ্ধক্য আহে ? ধৰা বন্ধা এটা বয়সৰ কথা কোৱা টান। ব্যক্তি বিশেষে ইয়াৰ তাৰতম্য হ’ব পাৰে। দৰাচলতে ৬৫ বছৰ বয়সীয়াল এগৰাকী ব্যক্তিক বাৰ্দ্ধক্যত উপনীত হোৱা বুলি ধৰা হয়। জীৱন ধাৰণৰContinue Reading

Share it with:
Way to be a richer man

  এখন গাঁওত এজন ল’ৰা আছিল আৰু সেই ল’ৰাজন বৰ দুখীয়া আছিল বাবে পঢ়া শুনা ভালকৈ নকৰি সেই গাওঁতে এখন চাহৰ হোটেল খুলি ব্যৱসায় আৰম্ভণি কৰিছিল। হোটেল ভালে চলিছিল যদিও বেচা কিনা কম হোৱা হেতুকে হোটেলৰ উপাৰ্জনৰ টকাৰে ঘৰ নচলে বাবে তেওঁ পুনৰ কিবা কৰ্মসংস্থাপন বিচাৰি চহৰলৈ ঢাপলি মেলিছিল। আৰুContinue Reading

Share it with:
Thomas Edision biography in Assamese language

  এটা কথা আছে খিছিৰি যদি কেৰাহীত প্ৰস্তুত হয় সেই খিছিৰিয়ে এজন অসুস্থ লোককো সুস্থ কৰি তুলিব পাৰে আৰু যদি সেই খিছিৰি মগজুত তৈয়াৰ হয় তেতিয়া এজন সুস্থ লোককো অসুস্থ্য কৰিব পাৰে। চিন্তা চিতাৰ সমান হয়, যেতিয়াই আপুনি কিবা বিষয়ত বেছিকৈ চিন্তা কৰিব সেই চিন্তাই আপোনাক ভিতৰৰ পৰা দূৰ্বল কৰিContinue Reading

Share it with:

 এদিন এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সোমাই আকস্মিক ভাৱে ছাত্ৰ ছাত্ৰীক এটি পৰীক্ষা লব বুলি কৈ পেলালে। ছাত্ৰ ছাত্ৰী সকল অস্বস্তিত পৰিল যদিও শিক্ষকৰ কথা শুনিবই লাগিব বাবে মান্তি হৈ গল সকলো ছাত্ৰ । শিক্ষক জনে প্ৰত্যেকজন ছাত্ৰক একোখনকৈ প্ৰশ্ন কাকত যোগান ধৰিলে । প্ৰশ্ন কাকত চাই ছাত্ৰ ছাত্ৰী সমূহ অবাকContinue Reading

Share it with: