Facts of reverse psychology in relationship

Relationship ত প্ৰতাৰণাৰ ভয় থাকিলে এইটো কৰক ! -Reverse psychology

  সম্পৰ্কত reverse psychology ৰ প্ৰয়োগ আজিৰ নতুন কথা নহয়, আমি নজনাকৈয়ে এই reverse psychology ৰ ব্যৱহাৰ কৰি থাকোঁ। এই অস্ত্ৰ পাত কেতিয়াবা সম্পৰ্কত থকা কাৰোবাক blackmail কৰিবলৈ, কোনোয়ে একো ভুল নকৰাকৈয়ে দোষী সাব্যস্ত কৰিবলৈ, কাৰোবাৰ ইচ্ছাৰ বিপৰীতে কিবা সিদ্ধান্ত লবৰ বাবে বাধ্য কৰাবলৈ আনকি কাৰোবাক ভুল প্ৰমাণ কৰিবলৈকেও এই reverse psychology ৰ প্ৰয়োগ কৰা হয়। বৰ্তমানৰ 5G ৰ যুগত প্ৰেমৰ সম্পৰ্কত এই reverse psychology এটা এৰাই চলাব নোৱাৰা অংগ হৈ পৰিছে সেয়ে ইয়াক বুজা দৰকাৰী । ইয়াৰ জ্ঞান নহলে আজি কালি সম্পৰ্কত কিছু জটিলতা দেখা দিব পাৰে হয়তো কেতিয়াবা বিপদটো পৰিব পাৰে কোনোৱে।

Advertisement

Reverse psychology কি বস্তু তাক জানিব পাৰিব তলৰ এটি সৰু উদাহৰণৰ দ্বাৰা। এজন খুব ভাল লৰা আছিল যাৰ তিনিজনী girlfriend আছিল আৰু তেওঁ তিনিজনীকে বহুত ভাল পাইছিল। ধুনীয়াকৈ সম্পৰ্ক চলি থকা অৱস্থাতে এদিন এজনী প্ৰেমিকাই তেওঁক চিনেমা চাবলৈ লগ ধৰিলে। কিন্ত ল’ৰাজনে কলে যে পৰীক্ষাৰ সময় গতিকে এইকেইদিন চিনেমা চোৱা অনুচিত। কিন্ত জেদ ধৰি ছোৱালী জনীয়ে সুধিলে , ” তোমাৰ পৰীক্ষা বেছি দৰকাৰী নে মই “? ল’ৰাজন চিনেমাৰ বাবে মান্তি হ’ল। পিছে দুৰ্ভাগ্য যে চিনেমাখন শেষ হোৱাৰ আগতে তেওঁলোকৰ break up হ’ল। দুদিনমানৰ পিছত আন এজনী প্ৰেমিকাই এই reverse psychology প্ৰয়োগ কৰি তেওঁক প্ৰশ্ন কৰিছিল, ” তুমি সঠিককৈ কোৱা যে তুমি তোমাৰ বন্ধুসকলৰ সৈতে নে মোৰ সৈতে সময় কটাই বেছি ভাল পোৱা “। ল’ৰাই উত্তৰ দিলে তাইৰ সৈতে বুলি আৰু সেইদিনাই তেওঁলোকৰ break up হ’ল। এসপ্তাহ মানৰ ভিতৰত তৃতীয় জনী প্ৰেমিকাই কলে, ” তুমি তোমাৰ মা দেউতাক নে মোক বেছি ভাল পোৱা “? ল’ৰাজনে তাইক বুলি উত্তৰ দিয়া মাত্ৰকে ছোৱালী জনীয়ে তেওঁক break up দিলে।

Life after 40 years

 সম্পৰ্ক এটাত সকলোৱে এনেধৰণৰ প্ৰশ্নৰ সদায়ে সন্মুখীন হয় কিন্তু সন্মুখৰ জনে আপোনাৰ পৰা কি উত্তৰৰ আশা কৰি প্ৰশ্নটি কৰিছে সেইটো যিয়ে অনুমান কৰিব পাৰে তেওঁ হৈছে reverse psychology ত পাকৈত। এনে ধৰণৰ পাঁচোটা reverse psychology টিপছ্ তলত উল্লেখ কৰা হৈছে :-

১) Stop being too humble :- নম্ৰ আৰু ভদ্ৰ হোৱা ভাল কথা কিন্তু বেছিকৈ compliment কৰা, দীঘলীয়া সময় কথা বতৰাত ব্যস্ত হোৱা আদিয়ে নিজৰ মূল্য ( value ) হ্ৰাস কৰে। সম্পৰ্ক এটাত সদায় নিজৰ স্বাধীনতাক প্ৰতিষ্ঠা কৰা উচিত কিয়নো আপোনাৰ partner ৰ মূল্য যিমান আছে আপোনাৰ নিজৰ মূল্যও সিমানে। সেয়ে তেওঁ বনাই যোৱা পৰিকল্পনা সমূহক অনুসৰণ কৰাৰ অপেক্ষাত থাকিব নালাগে সদায়।

২) Be bold and assertive :- কেতিয়াবা কেতিয়াবা নিজৰ সময় আৰু schedule অনুসৰি পৰিকল্পনা কৰি নিজৰ partner ক অনুসৰণ কৰিবলৈ কওঁক। নিজৰ জীৱনক সহজতে লোকক নিয়ন্ত্ৰণ কৰিবলৈ দিব নালাগে।

Apply these six tips in love, he or she will miss you always !!

হিট কমেডি ভিডিঅ’ ” মুল্যবৃদ্ধি কালত কৃপনালী শিকক 😂😂

 continue reading main post…

৩) Value yourself :- যেনেকৈ বেছি humble দেখুৱা নিজৰ আত্মসন্মান আৰু সম্পৰ্কৰ বাবে উপযোগী নহয়। সেয়ে নিজকে straight forward আৰু bold কৰি ৰাখিবলৈ যত্নপৰ হব লাগে।

৪) Give some space in relationship :- সন্মুখৰ জনৰ ওপৰত নিৰ্ভৰ নকৰিব কেতিয়াও । তেওঁৰ ফোন call আৰু Sms ৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ mood সুখী আৰু দুখী নকৰিব নিজকে। আৰু যদিহে তেওঁৰ এই সমুহত আপোনাৰ মানসিক স্থিতিৰ সালসলনি হৈছে তেন্তে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ বাবে ইজনে সিজনক কিছু space দিব লাগিব যাতে ইজনে সিজনক miss কৰে । ইজনে সিজনৰ close থকা সকলো কথা শ্বেয়াৰ কৰা ভাল কিন্তু reverse psychology য়ে ইয়াৰ বিৰোধীতা কৰে অৰ্থাৎ কিছু distance বিচাৰে।

11 SIGNS OF TRUE LOVE

৫) Flirting challenge :- মাজে মাজে ধেমালিৰ চলেৰে কোৱা উচিত যে তেওঁ এই কামতো কৰিব নোৱাৰে , যে অহাবাৰ লগ ধৰাৰ দিনা তুমি সময়ত উপস্থিত হ’ব নোৱাৰা আদি। এনে challenge ৰ ফলত তেওঁ আপোনাক ভুল প্ৰমাণিত কৰিবলৈ সময়ত উপস্থিত হব । আৰু এই reverse psychology ৰ দ্বাৰা আপুনি তেওঁৰ দ্বাৰা সকলো কাম কৰাবলৈ সক্ষম হ’ব যিখিনি আপুনি বিচাৰে।

 

ছোৱালীক আকৰ্ষিত কৰাৰ ৫ টা টিপছ্ জানিবলৈ ক্লিক কৰক

এই ৫ টি টিপছ্ জানিলে ছোৱালীয়ে মনে মনে চাই থাকিব আপোনাক !

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *