Ill effect of musterbation habit

হস্ত মৈথুনৰ ভয়ংকৰ পৰিনাম জানা উচিত ! এৰিব কেনেকৈ এই নিচা ?

  চিকিৎসকৰ ওচৰলৈ নানান ধৰণৰ লোকে নানান ধৰণৰ ৰোগ আৰু নানান সমস্যা লৈ অহাটো সাধাৰণ কথা। আৰু চিকিৎসকৰ নিজৰ কৰ্তব্য ব্যস্ততাৰ ভিতৰতে কিছুমান এনে লৰা উপস্থিত হয় যিয়ে খুব লাজ লাজকৈ নিজৰ সমস্যাৰ কথা কব আৰম্ভণি কৰে । যি হৈছে তেওঁলোকৰ এক কুঅভ্যাস বা এক নিচা বুলিও অভিহিত কৰিব পৰা যায়, যাৰ পৰা হয়তো তেওঁলোকে দূৰৈত থাকিব বিচাৰে কিন্তু নোৱাৰে। বাৰে বাৰে সেই কৰ্মত অভ্যস্ত হৈয়ে নিজৰ দৈহিক আৰু মানসিক স্বাস্থ্য নষ্ট কৰি পেলাই। সেয়া হৈছে হস্তমৈথুন । প্ৰশ্ন হয় তেওঁলোকে কিয় এৰিব নোৱাৰে এই অভ্যাস , কিয় নষ্ট কৰি পেলাব লগীয়াত পৰে নিজৰ স্বাস্থ্য আৰু মগজু এই নিচাৰ কবলত পৰি।

how to manage child by parent

যিকোনো নিচাৰ ( addiction) ৰ অন্তৰালত বহু কিছু কাৰণ থাকে বা থাকিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কাৰণ বা যিকোনো নিচাৰ কবলৰ পৰা ৰক্ষা পাবলৈ আটাইতকৈ বেছি দৰকাৰী কথাটো হৈছে সেই বেয়া অভ্যাসে নিজৰ জীৱনক কেনেকৈ শেষ কৰিব ধৰিছে তাৰ সম্পৰ্কে জ্ঞান আহৰণ কৰাটো ; যেনে , জানি লোৱা দৰকাৰী ইয়াৰ ফলত নিজৰ দেহত কি কি ঋণাত্মক ফলাফল দেখা গৈছে, কি কি পাৰ্শ্বক্ৰিয়া হ’বলৈ গৈ আছে। তেতিয়াহে পুনৰ বাৰ এই বেয়া অভ্যাস ব্যৱহাৰ বা প্ৰয়োগ কৰিবলৈ ভয় লাগিব। সেয়ে প্ৰথমে জানো আহক হস্তমৈথুনৰ ৫ টি পাৰ্শ্বক্ৰিয়া বা ক্ষতিৰ বিষয়ে।

১) Low energy :- যি ল’ৰা হস্তমৈথুন addicted তেওঁ সদায় দেহৰ দুৰ্বলতা অনুভৱ কৰে। এই কৰ্ম কৰাৰ কিছু চেকেণ্ডৰ মুহূৰ্ততে লৰাই অনুভৱ কৰে যে তেওঁৰ vital energy একেবাৰে নাই ; যেন কিবা vital বস্তু দেহৰ পৰা নাইকিয়া হৈ গৈছে। লগে লগে দেহৰ অলস ভাৱ আহে, কাম কাজ আৰু পঢ়া শুনাৰ মন নাথাকে লাগিলে যিমানেই আমোদজনক কাম নহওঁক। ফলতে কিশোৰ আৰু ছাত্ৰৰ জীৱনৰ বাকী দিনবোৰ অন্ধকাৰলৈ আগবাঢ়ে। কাৰণ এই কৰ্মৰে দুই মিনিটত মজা লোৱাৰ পিছত জিৰণি লৈ বা শুই থাকিবলৈ মন যায়। এক কথাত কবলৈ গলে এই কৰ্মত নিচা থকা লৰা সদায় ভিজা মেকুৰীৰ দৰে হৈ থাকে।

how to handle stupid child by parents

২) Low testosterone hormone :- হস্তমৈথুন কৰাৰ পিছত পুৰুষৰ এক ঘাই হৰমন টেষ্টষ্টেৰণ ৰ ওপৰত প্ৰভাৱ পৰে। এই হৰমনে মাংসপেশীৰ গঠন, দেহ গঠন, দেখিবলৈ সুন্দৰ কৰা, কণ্ঠৰ স্পষ্টতা, যৌন ইচ্ছাৰ যোগান আদিৰ কাম কৰে। আনকি পুৰুষৰ দাড়ি আৰু চুলিৰ শ্ৰীবৃদ্ধি এই হৰমনৰ ওপৰত নিৰ্ভৰশীল হয়। এতিয়া প্ৰশ্ন হৈছে যি হৰমনে লৰা এজনৰ ব্যক্তিত্বৰ বিকাশ কৰে আৰু যদি তেওঁ সেই হৰমনকে নষ্ট কৰি থাকে তেন্তে কি ক্ষতি নহ’ব পাৰে। যিয়ে অত্যাধিক হস্তমৈথুনত অভ্যস্ত থাকে তেওঁৰ দাড়ি, চুলি আদিৰ growth ঠিক মতে নহ’ব, দেহৰ গঠন আৰু বিকাশৰ হ্ৰাস হ’ব, অকালত চুলি পকা , চুলিসৰা, মানুহ দেখিবলৈ লেহুকাৰ দৰে হৈ পৰিব।

৩) Unattractive face :- এই সমস্যাটোৰ কথা বহুতেই নাজানে যে অত্যাধিক হস্তমৈথুনৰ ফলত ল’ৰাজনৰ মুখমণ্ডলৰ আকৰ্ষণীয় চেহেৰাৰ ( look) পৰিৱৰ্তন ঘটে , দেখিবলৈ কুৎসিত হৈ পৰে। এই অত্যাধিক হস্তমৈথুনৰ ফলত যি বিজলুৱা দ্ৰব্য নিৰ্গত হয় সেই দ্ৰব্যত শৰীৰৰ বহু পোষক দ্ৰব্য, এমিনো এচিড ইত্যাদিবোৰ ওলাই যায় তাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য্য বিনাশ হয়।

৪) Un attractive body posture :- যিহেতু হস্তমৈথুনত অভ্যস্ত লোকৰ শৰীৰৰ দুৰ্বলতা আহি পৰে সেইবাবে দেহত শক্তিৰ অভাৱৰ প্ৰত্যক্ষ কৰে তেওঁৰ সন্মুখৰ জনে। কুজা হৈ খোজকঢ়া এটা অভ্যাসত পৰিণত হৈ পৰে , চিধা হৈ উঠা বহা কৰাত যন্ত্ৰণাদায়ক সমস্যাৰ সৃষ্টি হয়, থিয় হলেও যেন কঁকালত ধৰিহে থিয় হয়। যাৰ ফলত তেওঁক দেখিবলৈ unfit দেখা যায়। আৰু যিজনে দুই এক বছৰৰ পৰা এই অভ্যাসত অভ্যস্ত তেওঁ ইতিমধ্যে এই লক্ষণ অনুভৱ কৰিব।

Advertisement

৫) Low hair quality :- ডেকা ল’ৰাৰ চুলিৰ ষ্টাইল বেছি, আৰু এই চুলিয়ে হৈছে ল’ৰা এজনৰ আত্মবিশ্বাসৰ আহিলা। কিন্ত এই নিচাত অভ্যস্ত ল’ৰাৰ চুলিৰ ঘনত্ব কমি যায় ফলতে তেওঁ কম আত্মবিশ্বাসী হৈ পৰে।

সেয়ে এই সমস্যা বোৰৰ পৰা দূৰৈত থাকিবলৈ হলে এই নিচাৰ পৰা বিৰত থকা অতি দৰকাৰী। মাত্ৰ এশদিন যদি এই কৰ্মৰ পৰা বিৰত থাকিব পাৰে তেন্তে এই কৰ্মৰ নিচা তেওঁৰ নাইকিয়া হৈ যায়। আৰু মনত ৰাখিব যে handsome হ’বলৈ এই অভ্যাস এৰিবই লাগিব। এই কৰ্ম এৰিবলৈ প্ৰথমে নিজে decision লব লাগিব যে মই আজিৰ পৰা এৰিলোঁ, আৰু এৰাৰ দিনৰ পৰা সাতদিন পাৰ কৰিব পাৰিলে ল’ৰাজনৰ আত্মবিশ্বাস বাঢ়ি যাব। আৰু ইয়াক সফল কৰিবলৈ এই কৰ্মক trigger কৰা উৎস সমূহ যেনে পৰ্ণ চোৱা, বন্ধুৰ সৈতে উত্তেজনা বৃদ্ধি হোৱা কথা বতৰা আদিৰ পৰা দূৰৈত থকা অৱশ্যে দৰকাৰী।

বিয়াৰ পিছতো স্ত্ৰীয়ে স্বামীক প্ৰতাৰণা কৰে কিয় জানিবলৈ তলত ক্লিক কৰি পঢ়ক

বিয়াৰ পিছতো মহিলাই স্বামীক প্ৰতাৰণা কৰে কিয় ?

 

হিট কমেদি ভিডিঅ👇👇 এশ গৰু মাৰিলে বাঘৰ মৰণ 👇👇

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *