Carrier guidance

   আজিৰ দিনত বহু ছাত্ৰ ছাত্ৰী আছে যিয়ে বহু চেষ্টা কৰিও পঢ়াশুনাত মন লগাব নোৱাৰে, সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় ; যেন কিছুমান অদৃশ্য শক্তিয়ে তেওঁলোকৰ কেৰিয়াৰৰ ওপৰত বাধা হৈ দৌৰিছে। আজি এই অদৃশ্য শক্তি সমূহৰ কথা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এই শত্ৰু সমূহৰ পৰা যদিহে কোনো ছাত্ৰ ছাত্ৰীয়েContinue Reading

Share it with:

 বৈবাহিক সম্পৰ্ক ভালে ৰাখিবলৈ হলে, দাম্পত্য জীৱনৰ সুখ শান্তি বজাই ৰাখিবলৈ হলে দম্পত্তি সকলে কিছু নহয় কিছু কথা মানি চলা খুব দৰকাৰী। অভিজ্ঞতা সম্পন্ন দম্পত্তিয়ে এই কথাও কয় যে সম্পৰ্ক এটি সুমধুৰ কৰি ৰাখিবলৈ হ’লে বহু সৰু সৰু মিছা কথাও কবলগীয়া থাকে, অৱশ্যে তেনে মিছা কথাহে যিবোৰে কাৰো ক্ষতি নকৰেContinue Reading

Share it with:

  আপোনাৰ সন্তান যদি বুদ্ধিমান হয় তেনেহলে আপুনি তাৰ অনুমান শিশুকালৰ পৰাই পাব পাৰে ; আৰু যদিহে খুব অসাধাৰণ গুণসম্পন্ন হয় আপোনাৰ শিশু, তাৰ বাহিৰে আন একো আনন্দৰ কথা থাকিব নোৱাৰে পিতৃ মাতৃ হিচাপে। যদি আপোনাৰ শিশু সাধাৰণ গুণৰো হয় তথাপিও শিশুৰ ওপৰত চাপ প্ৰয়োগ কৰা অনুচিত। এনে কিছুমান গুণContinue Reading

Share it with:
SWAMI VIVEKANANDA LESIONS

স্বামী বিবেকানন্দই এবাৰ এখন ট্ৰেইনেৰে যাত্ৰা কৰিছিল আৰু যাত্ৰাৰ সময়ত তেওঁ হাতত এজন ৰজাই উপহাৰ দিয়া ঘড়ী এটি পিন্ধিছিল। তেওঁ উঠা সেই একে ডবাটোত এটি ছোৱালীৰ দল উঠিছিল। ছোৱালীৰ দলটিয়ে স্বামীৰ দেহত গেৰুৱা পোছাক অৰ্থাৎ সন্ন্যাসীৰ পোছাক দেখি স্বামীক কিছু ধেমালি কৰিব বিচাৰিছিল আৰু স্বামীৰ সেই ঘড়ীটো খুলিবলৈ কৈছিল, লগতেContinue Reading

Share it with:

 সফলতা পাবলৈ মানুহে জীৱনত বহুত কিবাকিবি কৰে ; সন্তানৰ সুখ সমৃদ্ধি আৰু সফলতাৰ বাবে মানুহে আনকি কঠোৰ পৰিশ্ৰম কৰিবলৈকে দ্বিধাবোধ নকৰে ; কিন্তু বহু মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত লবলৈ নাজানে ! নিজৰ শিশুৰ ক্ষেত্ৰত প্ৰথমৰ পৰাই যদি মা পিতাই কিছু কথা ভালদৰে পালন কৰা যায় তেতিয়াহে শিশুটিক সফলতাৰ শিখৰতContinue Reading

Share it with:
Story of a broken mirror

আইনা এখন মানুহৰ জীৱনৰ এক অপৰিহাৰ্য বস্তু ; আইনাৰ সন্মুখত মানুহে নিজকে ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে আৰু এই কথাটো সকলোৱে জানে। কিন্তু মানুহে নাজানে যে আইনাৰ পৰা মানুহৰ ক্ষয় ক্ষতি হয় বহু সময়ত। বাস্তু শাস্ত্ৰত আইনা সম্বন্ধীয় এনে কিছুমান কথা উল্লেখ আছে যিবোৰ হয়তো বহু মানুহে তাহানিও শুনা নাই।Continue Reading

Share it with:
Think this in your loneliness

  প্ৰথমে মানুহে আপোনাক ঠাট্টা কৰিব তাৰ পিছত আপোনাৰ সংগ এৰি আঁতৰি যাব, তাৰ পিছত আপোনাৰ বিৰোধিতা কৰিব আৰু তাৰ পিছত আপোনাক হাঁহিব ; সকলো শেষত আপুনি যেতিয়া সফল হৈ পৰিব তেতিয়া এই মানুহবোৰেই কব , ” আমি আগৰ পৰাই জানো যে তুমি জীৱনত ডাঙৰ কিবা কৰিবা বুলি”। এই পৃথিৱীৰContinue Reading

Share it with:
Life changing story

 আমাৰ মানুহৰ জীৱনৰ এটি প্ৰধান সমস্যা হৈছে , ” কেতিয়াবা আমাৰ জীৱনত যি ঘটে তাৰ কাৰণটো আমি বুজি নাপাওঁ ; আৰু তেতিয়া আমি হতাশাত ভোগা আৰম্ভ কৰোঁ, সেইটো ভাবি যে এইটো আমাৰ সৈতে কিয় হৈছে “। নেদেখা জনে আমাৰ সৈতে এনেকুৱা কিয় কৰে বুলি যদি আপোনাৰ মনত প্ৰশ্ন আহিছে ;Continue Reading

Share it with:
How to win life battle

  পৃথিৱীৰ সকলো মানুহে মোক পাগল বুলি কয় ; হয় মই পাগল ! যদিহে বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত সদায় ৰাতিপুৱা ৯.০০ বজাৰ পৰা আবেলি ৫.০০ বজালৈকে নিজৰ চাকৰি কৰি সুখী থাকিব পাৰে তেন্তে , হয় মই পাগল। যদি বুদ্ধিমান লোকসকলে তেওঁলোকৰ জীৱনত risk লব নোখোজে আৰু যদি মই পাগল মানুহContinue Reading

Share it with:
How to control your luck

 এনেদৰে পৰিৱৰ্তন কৰক আপোনাৰ ভাগ্যৰ ৰেখা যাতে সকলোৱে আপোনাৰ সন্মুখত তলমূৰ কৰিবলৈ বাধ্য হয় ! কিন্তু যিকোনো মানুহে নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰে , মাত্ৰ এটি বস্তু যিটো সকলোৱে পৰিৱৰ্তন কৰিব পাৰে সেয়া হৈছে তেওঁৰ চিন্তাধাৰা ( thoughts ) । আৰু মানুহৰ চিন্তাধাৰাত এনে শক্তি লুকাই থাকে যিয়ে মানুহৰ কৰ্মContinue Reading

Share it with: