দন্তক্ষয় আৰু দাঁতৰ ছিদ্ৰই জ্বলা কলা কৰিছে নেকি ?
মানুহৰ অতি মূল্যবান সম্পদ হৈছে দাঁত। এটি অতি সুন্দৰ হাঁহি মাৰিবলৈ সুন্দৰ দাঁতৰ প্ৰয়োজন, সুস্বাদু খাদ্য চোৱাই খাবলৈ দৰকাৰ মজবুত দাঁতৰ। আৰু এই সুন্দৰ দাঁত দুই পাৰীৰ অভাৱ হ’লে যেন শূণ্য হৈ পৰে জীৱনৰ বহু মাদকতা। কথাতে কয় দাঁত নাই মানে কাম নাই। বৰ্তমান সময়ত দাঁতৰ ক্ষয় আৰু ছিদ্ৰContinue Reading