নাৰিকল কিয় নাৰিকলৰ পানী খাব লাগে  :-          নাৰিকল আৰু নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ভিটামিন A, মেগনেচিয়াম, মেন্গানিজ, পটাচিয়াম, ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিন আৰু চদিয়াম থাকে। লগতে দেহত প্ৰয়োজন হোৱা ইলেক্ট্ৰলাইট আৰু যথেষ্ট পৰিমানৰ পানী থাকে। ইয়াৰ উপৰিও যথেষ্ট পৰিমাণে এন্টী-অক্সিডেন্ট , প্ৰটিন, চৰ্বী আছে। নৈমিত্তিকContinue Reading

Share it with:

দেহৰ ওজন কেনেকৈ কমাব ?? ১) মিঠা পনীয় (sweet drinks) আৰু মিঠাই খোৱা বন্ধ কৰক। ২) দিনটোত ৩-৪ কাপ গ্ৰীণ টি খাওঁক। ইয়াত কেটচিন নামৰ চৰ্বী বিয়োজক এন্টী অক্সিডেন্ট থাকে। ৩) অস্বাস্থ্যকৰ খাদ্য যেনে :- ফাষ্ট ফুড, চাইনীজ ফুড, এলকহল ইত্যাদি সেৱন নকৰিব। ৪) ঘনাই দাঁত ব্ৰাছ কৰক। ৫) প্ৰতিদিনেContinue Reading

Share it with:

পানীলাও কিয় খাব লাগে:- এবিধ উত্তম পাচলি পানীলাও। ইয়াক যদিহে আমি চুপাৰ ফুডৰ তালিকাত নাৰাখো ভুল কৰা হব। পানীলাওত আমাৰ দেহত প্ৰয়োজন হোৱা প্ৰচুৰ পৰিমাণৰ ভিটামিন C, ভিটামিন B আৰু ভিটামিন D লগতে প্ৰচুৰ মাত্ৰাত খনিজ লৱন চদিয়াম, ফলেট, মেগনেচিয়াম, পটাচিয়াম, ফচফৰাছ আৰু কেলচিয়াম থাকে। আৰু এই উপাদান সমুহে দেহতContinue Reading

Share it with:

Home remedy for Gastritis and acidity:- #what is gastritis and acidity ?    Gastritis is nothing but the inflamation caused by irrosion and irritation on the lining of the stomach. As a result you suffer nausea(vomiting tendency), vomiting, indigestion and also heart burn.    #Remedy :-   1. Take aContinue Reading

Share it with:

কুকুৰ বা যিকোনো মেৰুদণ্ডী প্ৰাণী যেনে মেকুৰী, বান্দৰ, বাঘ, শিয়াল, নিগনি আদিয়ে কামুৰিলে বেজী লবই নেকি :-        সাধাৰণতে শুনা যায় যে পোহনীয়া কুকুৰে কামুৰিছে যেতিয়া একো নহয় আকৌ শুনা যায় যে মেকুৰীটোৱে আঁচোৰ মাৰি দিয়া যেন পালো কিন্তু তেজ ওলোৱা নাই এতিয়া কি কৰোঁ। সাধু যেন লাগিলেওContinue Reading

Share it with:

সৰ্পদংশন হলে কি কৰিব ?? কেনেকৈ গম পাব কামোৰা সাপটি বিষাক্ত নে অবিষাক্ত??       আপুনি জানেনে বিষাক্ত সাপে কামুৰিলে খুব বেছি এজন লোক ২ ৰ পৰা ৩ ঘণ্টা জীয়াই থাকে। আচৰিত যেন লাগিছে যদিওবা এয়াই সত্য। সেয়ে আপুনি এই সময় খিনিত যদিহে সঠিক সিদ্ধান্ত লৈছে তেতিয়াহে ৰক্ষা পৰিবContinue Reading

Share it with:

                           কিডনী পাথৰ হলে কি কৰিব ??  * কি কি খাব :- ১. প্ৰতিদিনে ৰাতিপুৱা এটাকৈ দাৱ-নাৰিকলৰ পানী সেৱন কৰক তিনি মাহৰ বাবে। ২. কল-পছলা টুকুৰা-টুকুৰকৈ কাতি লৈ মিক্সীত ভালকৈ পিচি ৰস খিনি এগিলাচ হোৱাকৈ চেকিলৈ অকনমান নিমখContinue Reading

Share it with:

 * ডায়েবেটিচ ৰোগীয়ে কি খাব !! কি নাখাব  !! :- ১. বগা চাউলৰ ভাত নাখাব ইয়াত শৰ্কৰা বেছি থাকে। BROWN RICE বা WILD RICE উত্তম যদিও আমাৰ দেশত ই কম প্ৰচলিত। সেয়ে সিদ্ধ চাউল, বৰা চাউল আদি ব্যৱহাৰ কৰিব পাৰে। ২. বগা আতা আৰু বগা পাওৰুটি নাখাব পৰিবৰ্তে ঘেঁহুৰ পৰাContinue Reading

Share it with:

    * কৰ’না সংক্ৰমণৰ নতুন তথ্য (Corona infection New update) :-       যদিহে আপুনি কৰনা ৰ লেবর্তৰীত  RTPCR পৰীক্ষা কৰিছে আৰু আপোনাৰ পজিটিভ ৰিপোৰ্ট আহিছে তেন্তে আপুনি আৰু এটা কথা জানিব লগা কথা হল আপোনাৰ CT লেভেল অৰ্থাৎ CYCLE THRESOLD, আৰু যদি আপোনাৰ কত লেভেল 24 বাContinue Reading

Share it with:

           তেজত ইউৰিক এচিড বাঢ়িলে কি কি খাব কি কি নাখাব:- কি কি খাব:- ১. দিনত দুই-তিনি গিলাচ নাৰিকলৰ পানী। ২. দিনটোৰ ভিতৰত এটাকৈ নেমুৰ ৰস। ৩. দিনটোৰ ভিতৰত দুই-তিনি গিলাচ ৰঙা চাহ। অবশ্যে গ্ৰীণটি বেছি ভাল আৰু আদ্ৰক দি চাহকাপ খালে বেছি লাভ পাব। ৪.Continue Reading

Share it with: