কৰনা সংক্ৰমণ ৰ মেজিক সংখ্যা 24 // নতুন তথ্য // চাওক এই প্ৰতিবেদন

    * কৰ’না সংক্ৰমণৰ নতুন তথ্য (Corona infection New update) :-

  •       যদিহে আপুনি কৰনা ৰ লেবর্তৰীত  RTPCR পৰীক্ষা কৰিছে আৰু আপোনাৰ পজিটিভ ৰিপোৰ্ট আহিছে তেন্তে আপুনি আৰু এটা কথা জানিব লগা কথা হল আপোনাৰ CT লেভেল অৰ্থাৎ CYCLE THRESOLD, আৰু যদি আপোনাৰ কত লেভেল 24 বা তাতোকৈ বেছি আপোনাৰ পৰা কৰুণা ভাইৰাছ অইন লোকৰ গালৈ সংক্ৰমন হোৱাৰ ভয় কম । আৰু যদি আপোনাৰ CT লেভেল 24 তকৈ কম তেন্তে আপোনাৰ পৰা এই ভাইৰাছ আনৰ গালৈ বিয়পাৰ ভয় বেছি।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *