ডায়েবেটিচ ৰোগীয়ে কি খাব কি নাখাব // DR. AZIMUDDIN AHMED

 * ডায়েবেটিচ ৰোগীয়ে কি খাব !! কি নাখাব  !! :-

১. বগা চাউলৰ ভাত নাখাব ইয়াত শৰ্কৰা বেছি থাকে। BROWN RICE বা WILD RICE উত্তম যদিও আমাৰ দেশত ই কম প্ৰচলিত। সেয়ে সিদ্ধ চাউল, বৰা চাউল আদি ব্যৱহাৰ কৰিব পাৰে।

২. বগা আতা আৰু বগা পাওৰুটি নাখাব পৰিবৰ্তে ঘেঁহুৰ পৰা তৈয়াৰী আতা খাওক।

৩. টামাতো চছ নাখাব ইয়াত ৰিফাইন শৰ্কৰা থাকে।

৪.  ক্ৰীম বিস্কুট নাখাব।

৫.  ব্লাণ্ডেড কফি নাখাব।

৬.  কুঁহিয়াৰ ।

৭.  কেন্দি আৰু চ’দা একে লগে নাখাব।

৮.  গাখীৰ।

৯.  পেন-কেক।

১০.  ফলমূল :- আঙুৰ, আম, কল, অমিতা, আনৰস, তৰমুজ আৰু এইবোৰৰ ৰস কেতিয়াও নাখাব।

১১.  চাইনীজ খাদ্য যেনে :- তন্দুৰী, ইদলী, দছা, মম’ , চাওমিন আদি।

১২. পেস্ট্ৰী নাখাব।

কি কি খাব :-

১. ফলমুল :- আপেল, কমলা, মৌচুমী, ভিন্ন প্ৰকাৰৰ বেৰী যেনে:- স্ত্ৰবেৰী, ব্লুবেৰী, ৰোচবেৰী, আঙুৰ, জাম, এভাকাদো আৰু মধুৰী খাব পাৰে।

                                                           

২. বাদাম খোৱা ভাল।                       

৩. অলিভ অইল ভাল।

৪. নহৰু খাব।

৫. হালধি প্ৰতিদিনে আধা চামুচ খালি পেটত খোৱা ভাল।

৬. বিন খাব।

৭. মাহ-জাতীয়, দাইল জাতীয় খাদ্য।

৮. পিয়াজ।

৯. তিতা কেৰেলা।

১০. পালেঙ শাক।

১১. বিলাহী, ব্রকলি খাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *