হৃদযন্ত্ৰ আৰু হাওঁফাওঁ বন্ধ হোৱাৰ পিছতো জীয়াই ৰাখক আপোনজনক এটি সহজ পদ্ধতিৰ দ্বাৰা:-   আপুনি হঠাতে যদি আপোনাৰ ওচৰে পাজৰে বা নিজৰ ঘৰতে কোনো লোকক বাগৰি পৰি মাত কথা বন্ধ হৈ যোৱা পাইছে তেন্তে আপুনি কি কৰিব ? প্ৰথম আপোনাৰ দায়িত্ব হ’ল এম্বুলেন্সক ফোন কৰা আৰু এম্বুলেন্স আহি পোৱা সময়Continue Reading

Share it with:

গা-ধোৱাৰ সময়ত নকৰিব এই পাঁচোটি ভূল :-    দিনটোৰ আমাৰ প্ৰথম কাম হ’ল গা-ধোৱা অৰ্থাৎ স্নান কৰা। স্কুল কলেজ, অফিচ বা যিকোনো মাংগলিক অনুষ্ঠানলৈ গা ধুইহে যাত্ৰা কৰিবলৈ সদায় যত্নপৰ হোৱা দেখা যায় সকলো লোককে। অৰ্থাৎ এই স্নান নকৰিলে যেন দিনটোৰ আধা কামেই আধৰূৱা হয়। সেয়ে এই স্নানৰ সময়ত তলতContinue Reading

Share it with:

গৰমপানী খালে ক’ৰণা মৰিবনে? চিকিৎসা বিজ্ঞানে কি কয় ?   ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ বহুপ্ৰকাৰৰ ঘৰুৱা প্ৰতিকাৰ আমি ইজনে সিজনে নিজেই ধাৰণা কৰি লৈছো। সেইবোৰৰ ভিতৰত গৰম পানীও এবিধ। বাহিৰৰ পৰা ঘূৰি ফুৰি আহি গৰম পানীৰে গা ধুলে দেহত লাগি অহা ক’ৰণা ভাইৰাছটো মৰিব আৰু সকলো সময়তে গৰম পানী খালেContinue Reading

Share it with:

   ক’লা ভেঁকুৰ কি ??   বৰ্তমান সময়ত এক বহুল ভাবে চৰ্চিত বিষয় হ’ল কলা ভেঁকুৰ। আৰু এই ভেঁকুৰে হেনো অইন বেমাৰ হোৱা লোক, যিসকলৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা(Natural immunity) অতি কম তেওঁলোকক হে ধৰিব ।   ভয় নাখাব আৰু শিকি লওঁক ইয়াৰ বিষয়ে। ই হল চিকিৎসা বিজ্ঞানৰ এক নতুনContinue Reading

Share it with:

কৃত্ৰিম অক্সিজেন অবিহনেই অক্সিজেন লেভেল বৃদ্ধি কৰক এটি সহজ উপায়েৰে:-     বৰ্তমান সময়ত ভগৱানৰ পিছতেই কৃটিম অক্সিজেনৰ ওপৰতে বহু গুণে নিৰ্ভৰ কৰিছে মানব জীৱন। আপুনি হয়তো জানিবলৈ পায় আনন্দিত হব আমাৰ এই ৰিপ’ৰ্ট। যদিহে আপুনি আপোনাৰ অক্সিজেন মাত্ৰা জোখ লোৱাৰ পিছত কিছু কম পাইছে তাৰ বাবে অতিকৈ ভয় নাখাবContinue Reading

Share it with:

মদ্যপান কৰিলে ভাইৰাছে নধৰে.. !! ( IN ASSAMESE)    বৰ্তমান সময়ত কিছুমান লোকে ধাৰণা কৰা দেখা যায় যে মদ্যপান কৰিলে ভাইৰাছে আক্ৰমন কৰিব নোৱাৰে কাৰণ ইয়াত এলক’হল আছে। আৰু চিগাৰেট হূপিলে যিকোনো ভাইৰাছ হেনো ধোৱা সহিব নোৱাৰি মৰি যাব। কিন্তু কথাটো ধাৰণা কৰা ধৰণতকৈ অলপ বেলেগহে। সেয়েহে, ভাইৰাছে আক্ৰমন কৰাContinue Reading

Share it with:

ঘৰতে পাব এই ১০ বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য:-   ১) পালেং শাক  :- আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়। ২) ইস্কছ :- ইয়াত যথেষ্টContinue Reading

Share it with:

 ডায়েবেটিছ ৰোগৰ তিনিটা সতৰ্কমুলক লক্ষণ অবহেলা নকৰিব :- আপোনাৰ দেহত ডায়েবেটিছ ৰোগৰ আবিৰ্ভাৱ আপুনি গম পায় কিন্তু আপুনি অবহেলা কৰাৰ বাবেহে এই ৰোগ আপোনাৰ দেহত পুৰনি হৈ পৰে।   দেহত আবিৰ্ভাৱ হোৱা এই ৰোগে ঘাইকৈ তিনিটা লক্ষণৰে ব্যাক্তিবিশেষক সতৰ্ক কৰে :- ১) সঘনাই পেচাব কৰাৰ প্ৰৱণতা (polyurea) । ২) সঘনাইContinue Reading

Share it with:

অবহেলা নকৰিব উচ্চ ৰক্তচাপৰ ভয়ানক তিনিটা লক্ষণ:-     আপুনি এজন স্বাস্থ্য সচেতন ব্যক্তি কিন্তু যদি আপুনি উচ্চ ৰক্তচাপত ভূগি আছে অথবা উচ্চ ৰক্তচাপৰ দৰৱ নিয়মীয়াকৈ বা অনিয়মিয়াকৈ গ্ৰহণ কৰি আছে তেন্তে হঠাতে আপোনাৰ দেহত আবিৰ্ভাৱ হোৱা তলৰ তিনিটা লক্ষণ নিশ্চিতভাবে অৱহেলা নকৰিব। অন্যথা জীৱন বিপদাপন্ন হৈ পৰিব পাৰে। ১)Continue Reading

Share it with: