বিনা বস্ত্ৰৰে স্নান কৰে নেকি?? সাবধান!!

গা-ধোৱাৰ সময়ত নকৰিব এই পাঁচোটি ভূল :-

   দিনটোৰ আমাৰ প্ৰথম কাম হ’ল গা-ধোৱা অৰ্থাৎ স্নান কৰা। স্কুল কলেজ, অফিচ বা যিকোনো মাংগলিক অনুষ্ঠানলৈ গা ধুইহে যাত্ৰা কৰিবলৈ সদায় যত্নপৰ হোৱা দেখা যায় সকলো লোককে। অৰ্থাৎ এই স্নান নকৰিলে যেন দিনটোৰ আধা কামেই আধৰূৱা হয়। সেয়ে এই স্নানৰ সময়ত তলত উল্লেখিত ভূল কেইটাৰ ওপৰত সদায় চকু ৰাখিব।

   ১) আধা শৰীৰ কেতিয়াবা ও নুধুব । অৰ্থাৎ শৰীৰৰ সম্পূৰ্ণ  অংগ পানীৰে ধুুুব । আধা স্নান  কৰিলে আপোনাৰ আৰু আপোনাৰ ঘৰখনত আবিৰ্ভাৱ হ’ব মাৰাত্মক ৰোগ আৰু ঘৰখন লৈ নামি আহিব ভয়ংকৰ আকাল কিয়নো আধা গা ধুলে ব্যাক্তি জীৱনৰ কুণ্ডলি সলনি হয়।। সমাজৰ প্ৰায় ৪০% লোকেই এই ভূল কৰা দেখা যাৰ কুফল তেওঁলোকে ভোগ কৰে।

   ২) গাত বস্ত্ৰ অবিহনে গা নুধুব। এনে কৰিলে ভগৱানৰ কোপ দৃষ্টিত আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা নামি আহিব লগতে দুৰাৰোগ্য ৰোগে বাহ ল’ব পাৰে দেহত । গতিকে কমেও এখন বস্ত্ৰৰে লাজ ঢাকিহে স্নান কৰিব।

   ৩) স্নান কৰি পৰিয়ালৰ লোক অথবা অইন লোকৰ বস্ত্ৰৰে গা নুমুচিব। এনে কৰিলে ইজনৰ গাৰ কুষ্ঠ (খৰ-খজুৱতি) ৰোগ সিজনৰ গা লৈ বিয়পিব।

   ৪) গা ধুলে প্ৰথমতে মুৰত পানী লব নালাগে। প্ৰথমতে ভৰিৰ ফালৰ পৰাহে পানীৰে তিয়াই মুৰৰ ফালে তিয়াব লাগে। প্ৰথমতে মুৰ তিয়ালে হৃদযন্ত্ৰ ৰ গতি হ্ৰাস হৈ হৃদযন্ত্ৰ বিকল হব পাৰে । আৰু এই  কথাবিজ্ঞান সন্মত।
শেষত:-
৫) কঠোৰ পৰিশ্ৰম কৰি , খুব গৰম পৰিবেশৰ পৰা আহি লগে লগে গা নুধুব। এনে কৰিলে শৰীৰত নানান ৰোগৰ আগমন ঘটিব।

Share it with:

3 Comments

  1. কৰ পৰা পালে আপোনালোকে বিনা বস্ত্ৰৰে গা ধুলে দুৰাৰোগ্ হয় অদ্ভুত কথাৰে সমাজত পুৰণা শাস্ত্ৰ নিমিলাব বৈজ্ঞানিক যুগত ভুল পথে ভুল বাৰ্তা নিবিপিয়াব কব পাৰে যে বিনা বস্ত্ৰৰে গা নোধোব এয়া উপদেশ কিন্তু বেমাৰ হব এইবোৰ কি কথা আপোনালোকৰ বোলে গৰুৰ মুত খালে স্নান কৰিলে কৰুণা নহয় শুনি আহিছোঁ প্ৰচাৰ কৰিছিল বিধায়িকা এজন এইবোৰ কি মানে আজিৰ দিনত কি কথা

  2. বোৰ্খা পিন্ধি গা ধুব লাগে

Leave a Reply

Your email address will not be published. Required fields are marked *