“ক’ৰণাৰ সতে যুজঁ দিবলৈ প্ৰাণ বায়ু” আই আই টি ৰূৰকীয়ে সাজি উলিয়াইছে অতি কম খৰচী, যতে ততে লৈ ফুৰিব পৰা portable Ventilator যাৰ নাম দিয়া হৈছে “প্ৰাণ_বায়ু” | এক তথ্য মতে আমাৰ দেশৰ সমুহ চিকিৎসালয়ত থকা সৰ্বমুঠ ventilator সংখ্যা প্ৰায় ৫০ হাজাৰ মানহে হ’ব। ক’ৰণা ভাইৰাছ সংক্ৰমণ যদিহে আমাৰ দেশতContinue Reading

Share it with:

…..জেহেৰুল ৰাজু হক…. বিশ্বায়নৰ এই যুগতো কিছুমান তথাকথিত ধৰ্মান্ধ ধৰ্মগুৰু(?) আৰু অন্ধ অনুগামীৰ ধৰ্মৰ নামত বিয়পাই ফুৰা গোড়ামীৰ বিষবাষ্পই গোটেই সামাজিক ব্যৱস্থাটোকেই কলুষিত কৰাই নহয় একপ্ৰকাৰ পংগু কৰি পেলাইছে যি কথা আমি সময়ে সময়ে কৈ আহিছিলো আৰু তাৰ প্ৰমাণ আজি সকলোৰে হাতে হাতে।বহু দূৰলৈ নগৈ আমাৰ অসমৰ এইকেইদিনৰ প্ৰেক্ষাপটৰ কথাইContinue Reading

Share it with:

(সাহিত্যিক প্ৰাণেশ্বৰ শৰ্মাৰ লিখনিৰ পৰা) মই যিটো বিষয়ে লিখিব ওলাইছো,সেইটো এগৰাকী বন্ধুৰ এটি পোষ্টৰ উদ্ধৃতিৰে আৰম্ভ কৰো— মাননীয় প্ৰধানমন্ত্ৰীয়ে এপ্ৰিলৰ 5তাৰিখে চাকি আৰু মমবাতি জ্বলাবলৈ দিয়া আহ্বানৰ প্ৰসঙ্গত তেখেতে লিখিছে–RIP, Digital India(পোষ্টটো চমুকৈ উল্লেখ কৰিছো) এতিয়া কথা হ’ল, আমি ইমানেই দিজিটেল হৈ গলোনে যে আমি এগছি চাকি বা এডাল মমবাতিContinue Reading

Share it with:

….প্ৰাণেশ্বৰ শৰ্মা…. লক ডাউনে দেশৰ তথা জনসাধাৰণৰ ভীষণ ক্ষতি সাধন কৰিব।এই সময়ছোৱাত হোৱা আৰ্থিক লোকচান পূৰণ কৰোতে পৰৱৰ্তী সময়ত অতিশয় কষ্ট হব।গতিকে দেশ তথা জনসাধাৰণ এক অনাকাংঙ্খিত দুৰ্যোগৰ মাজত সোমাই পৰিব।লক ডাউনে ক্ষতি কৰা সৰ্বসাধাৰণ দৰিদ্ৰ লোকসকলৰ প্ৰতি আমাৰ হৃদয়ে কান্দি উঠে। কিন্তু পৰোক্ষভাৱে লক ডাউনে কিছু সুফলো কঢ়িয়াই আনিছেContinue Reading

Share it with:

……হামজা চৌধুৰী…… গোটেই বিশ্বত প্ৰায় ৮০০ কোটি মানুহ আছে। তাৰে এক-চতুৰ্থাংশ(২০০ কোটি) নিৰিশ্বৰবাদীক বাদ দিলেও ৬০০ কোটি ইশ্বৰ বিশ্বাসী মানুহে মনে প্ৰাণে অহৰহ দিনে নিশাই প্ৰাৰ্থনা কৰি আছে এই ক’ৰনা ভাইৰাছৰ বিশ্বত্ৰাশৰ পৰা মুক্তি পাবলৈ। সৃষ্টিকৰ্তা বিশ্বাসী এই ৬০০ কোটি মানুহৰ প্ৰতি জন মানুহৰে মাত্ৰ এটাই প্ৰাৰ্থনা হোৱাৰ পিছতো কিন্তুContinue Reading

Share it with:
Featured Video Play Icon

দৰং জিলাৰ পথৰুঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই পথৰুঘাট অঞ্চলৰ কেইবাটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। সমগ্ৰ দেশ ক’ৰণা আতংকত Lock down ৰ সময়ত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল পৰিছে আৰ্থিক সংকটত। এই জটিল সময়ত মহেন্দ্ৰ শৰ্মাই কেইবাটি পৰিয়াললৈ নিজৰ পকেটৰ ধন খৰছ কৰি খাদ্য সম্ভাৰ যোগানContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা…… বন্ধুসকল, লক ডাউনৰ ইতিমধ্যে পাৰ হোৱা সময়ছোৱাত ফেচবুকত দুই এটি অবাঞ্চিত পোষ্টে ভুমুকি মৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে এয়া সংখ্যাত অতি তাকৰ। দুই এজনে এই সময়তো ৰাজনৈতিক মতলবেৰে লেতেৰা ৰাজনৈতিক পোষ্ট দিছে।তেওলোকৰ মতে চৰকাৰেহে যেনিবা কৰণা ভাইৰাছ কঢ়িয়াই আনিছে।বা বেলেগ চৰকাৰ থাকিলে কৰণা সোমাবই নোৱাৰিলেহেতেন। আকৌ কিছুমানে বিভিন্নContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দন আহমেদ….. হেৰাল নেকি তোমাৰ ঠিকনা? চাগৈ তোমাৰ নতুন প্ৰেমিক আহিল ! আৰ চি চি ২ ,আয়ুৰ্বেদিক কিন্বা ইংজিনিয়াৰিং তোমাৰেই ভালপোৱাৰ শপত কৃষ্ণচূড়াৰ কাষৰ ঠেঙাল আহত ! জালুকবাৰী ! হবানে তুমি সাক্ষী এবুকু সপোন আৰু মৰম প্ৰেমৰ হালধীয়া ঠন ধৰি কবানে মোৰ সোনাৰু ? তেওঁ জানো নাছিল মোৰ, মাথোনContinue Reading

Share it with: