……প্ৰাণেশ্বৰ শৰ্মা….. বিহুৰ বতৰত আমাৰ তৰফৰ পৰা সদৌটি বন্ধু-বান্ধৱীলৈকৈ হিয়াভৰা ওলগ যাচিলো। বিহুগীতৰ প্ৰসঙ্গত অকণমান মত বিনিময় কৰিব বিচাৰিছো। আজিকালি প্ৰকৃত বিহুগীত শুনিব নোপোৱাই হ’ল।বিভিন্ন অনুষ্ঠানত বিহুগীত বুলি গায় বিহুসুৰীয়া আধুনিক গীত।আচৰিত কথা যে, বিহুগীতৰ অনুষ্ঠানত বিহুসুৰীয়া আধুনিক গীত গাই পুৰস্কাৰো পায়। “”দাপোন ভাঙি গ’লে পেলাই দিবা পিছে মন ভাঙিContinue Reading

Share it with:

—————————————— মোৰ বিয়াৰ সময়ত বন্ধু এজন লগতলৈ ছোৱালী সুধিব গ’লো। ছোৱালী জনীয়ে দুখন প্লেটত দুটা সিজোৱা কণী দিলে।কণীৰ লগত অলপ মিঠাতেল আৰু নিমখ দিছিল।প্লেট দুখন থৈ তাই পানী আনিবলৈ গ’ল। মোৰ বন্ধুজনে চামুচেৰে কণীটোত হেচা দিওতে পিচলি কণীটো সোমালগৈ ড্ৰয়িং ৰূমটোত থকা চাঙৰ তলত। দুৰ্ঘোৰ সমস্যাত পৰিলো আমি।কণীটো আনিবলৈ চাঙৰContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. সাহিত্যৰ পথাৰখনত কৰ্ষণৰ জৰিয়তে বহুতেই নানা ফচল উৎপাদন কৰি আনকো খুৱাইছে, নিজেও ধন্য হৈছে।বহুলোকে এই ক্ষেত্ৰখনিৰ জৰিয়তে ভাষা সাহিত্যৰ ভড়াল চহকী কৰি সমাদৰ, খ্যাতি বুটলিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰখনিত সকলোৱে সমানে মনোনিবেশ নকৰে বা কৰিব নোৱাৰে।কিছুমানে ইয়াক সাধনা হিচাপে গ্ৰহণ কৰে , আকৌ কিছুমানে অংশকালিন হিচাপে লয়। সাহিত্যৰContinue Reading

Share it with:

…..ডাঃ আজিমুদ্দিন আহমেদ….. নাযাবি ও জালুকবাৰীলৈ মাথোন দুখিলা প্ৰহসনৰ মায়াত সান্ধ্য আইন নাই আজি তথাপিও পদে আঘাট পোৱাৰ আশংকা মোৰ ল’ৰালিৰ শপত গভীৰতাৰ ছাদৰ ওপৰৰে বান্দৰজাকে জোকাব বৰকৈ হাঁহিব, বৰ নিলাজ সিহঁত তই লাজ পাবি ! জাননে ? সিহঁতবোৰে তোক নজৰ কৰিব প্ৰয়োজনত তোৰ গোপনতা হৰণ কৰিবলৈ বৰ সাংঘাটিক সিহঁতContinue Reading

Share it with:

……প্ৰাণেশ্বৰ শৰ্মা…… কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৌৰৱ পাণ্ডৱ দুয়োপক্ষই মিলি যুদ্ধ সম্পৰ্কীয় কিছুমান নীতি প্ৰস্তুত কৰি লৈছিল।যেনে– ১)প্ৰতি দিনে ৰাতিপুৱা নিৰ্দিষ্ট সময়ত ৰণভেৰী বজাই যুদ্ধৰ আৰম্ভ ঘোষণা কৰা হ’ব। 2)সূৰ্যাস্তৰ লগে লগেই প্ৰতিদিনৰ যুদ্ধৰ সমাপ্তি ঘোষণা হ’ব।যুদ্ধৰ সমাপ্তি ঘোষণাৰ পিছত কোনেও কাৰো ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব।সেই সময়ত প্ৰয়োজনবোধে দুয়োপক্ষৰ লোকেContinue Reading

Share it with:

লক ডাউনৰ সময়ত আৰ্থিক সংকটৰ বাবে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত কেন্দুগুৰী গাওঁৰ কৰ্কট ৰোগী ক্ষীতিকান্ত শৰ্মা ৰ পৰিয়ালৰ ৪ জন সদস্য দিনটো অনাহাৰে আছিল। উল্লেখযোগ্য যে ক্ষীতিকান্তৰ কনিষ্ঠ পুত্ৰ বিশেষ ভাবে সক্ষম। খবৰ টো দৰং আৰক্ষী য়ে পোৱা মাত্ৰই দৰং অতিৰিক্ত আৰক্ষী উজ্জ্বল প্ৰতীম বৰুৱা আৰু পাথৰুঘাট আৰক্ষীContinue Reading

Share it with:

আকৌ ৯ জন আত্মগোপন কৰি থকা নিজামুদ্দিনৰ পৰা ঘুৰি অহা লোক দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁওৰ য়াকুব আলিৰ ঘৰত যোৱা ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল ৯ জন নিজামুদ্দিনৰ পৰা ঘুৰি অহা জামাতী সদস্য। দিল্লী নিজামুজিন জামাতত অংশ গ্ৰহণ কৰা পাছত কলিকাতা হৈ দৰঙলৈ আহিছিল তেওঁলোক। খাৰুপেটীয়া আৰক্ষীContinue Reading

Share it with: