কমদামী প্ৰাণবায়ূ আহি আছে ভাৰতত

“ক’ৰণাৰ সতে যুজঁ দিবলৈ প্ৰাণ বায়ু”

আই আই টি ৰূৰকীয়ে সাজি উলিয়াইছে অতি কম খৰচী, যতে ততে লৈ ফুৰিব পৰা portable Ventilator যাৰ নাম দিয়া হৈছে “প্ৰাণ_বায়ু” |
এক তথ্য মতে আমাৰ দেশৰ সমুহ চিকিৎসালয়ত থকা সৰ্বমুঠ ventilator সংখ্যা প্ৰায় ৫০ হাজাৰ মানহে হ’ব। ক’ৰণা ভাইৰাছ সংক্ৰমণ যদিহে আমাৰ দেশত চতুৰ্থ স্তৰলৈ যায় নাইবা মহামাৰী ৰূপ ধাৰণ কৰে কম সময়ৰ ভিতৰত ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডত এক বুজন পৰিমাণ ৰ ভেন্টিলেটৰৰ প্ৰয়োজন হ’ব। এনেকুৱা এক জটিল সময়ত ৰূৰকী আই আই টি য়ে এনেকুৱা কম খৰচীventilator প্ৰস্তুত কৰি নিশ্চয় আমাক সকাহ দিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *