Signs of extra ordinary person !

  পৃথিৱীৰ প্ৰত্যেক মানুহে আশা কৰে যে তেওঁৰ মন আৰু মগজু ছাৰ আইজাক নিউটন, এলবাৰ্ট আইনষ্টাইন, নিক’লাচ টেছলা আদি বিজ্ঞানী সকলৰ দৰে হওঁক । প্ৰত্যেক মানুহ যে নিজে জিনিয়াছ Genius) হ’ব বিচাৰে সেয়া ধ্ৰুৱ সত্য ; কিন্ত সকলোৱে নোৱাৰে! আচলতে জিনিয়াছ হ’বলৈ কি কি গুণৰ প্ৰয়োজন কি কি গুণ সমূহContinue Reading

Share it with:

  এদিন গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু কৈছিল, ” হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছোঁ , নিজকে সলনি কৰি অনেক ভাল হৈ গৈছোঁ সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে বৰং মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ; যেতিয়ালৈ মই আপোনাৰ শিষ্য হোৱা নাছিলোঁ তেতিয়ালৈContinue Reading

Share it with:
human facts

 সৃষ্টিকৰ্তাৰ আটাইতকৈ সৰ্বোত্তম সৃষ্টি হৈছে মানুহ । আৰু এই আশ্চৰ্যজনক সৃষ্টি মানুহৰ নানান আশ্চৰ্যজনক কথা আছে যিসমূহ আপুনি শুনিলে অবাক হৈ পৰিব। তেনে আশ্চৰ্যজনক কিছু কথাই আজি যুগুতাই দিয়া হৈছে। ১) যিসমূহ লোকে বাওঁহাতেৰে কাম কৰে তেওঁলোকৰ বাওঁহাতৰ নখ দ্ৰুতভাৱে বাঢ়ে। একেদৰে সোঁওহাতেৰে কাম কৰা লোকৰ সোঁহাতৰ নখ অনেক দ্ৰুতভাৱেContinue Reading

Share it with:
Right time to eat fruits during the seasons

ইফটাৰৰ সময়ত এই এটি ভুল কৰাৰ বাবেই বদহজম আৰু গেষ্ট্ৰিক বাঢ়ি যায় ! ফলমূল সমূহ হৈছে সৃষ্টিকৰ্তাৰ সৃষ্টি সমূহৰ ভিতৰৰ এবিধ আটাইতকৈ অমূল্য সৃষ্টি। কিন্ত বেছিভাগ মানুহে এই ফলমূল খাব নাজানে; ফলতে তেওঁলোকে ফলমূলৰ প্ৰকৃত গুণাগুণ সমূহ লাভ কৰিবলৈ সক্ষম নহয় অৰ্থাৎ এই অমূল্য ফলমূলৰ পুষ্টিগুণৰ পৰা বঞ্চিত হোৱাৰ লগতেContinue Reading

Share it with:
Beautiful lines for life by Lord Budha

এবাৰ গৌতম বুদ্ধ এখন ঘন জংঘলৰ মাজেৰে গৈ আছিল এনেতে তিনিজন লোক দৌৰি তেওঁৰ ওচৰ পাইছিল। লোক কেইজনে গৌতম বুদ্ধক সুধিছিল, ” আপুনি কি এইফালেদি কোনো মহিলাক পলাই যোৱা দেখিছে”? বুদ্ধদেৱে উত্তৰ দিছিল, ” নাই, মই এই ফালে কাকো পলাই যোৱা দেখা নাই , কিন্ত আপোনালোক ইমানেই চিন্তিত আৰু হতাশাতContinue Reading

Share it with:
Causes of cervical cancer

   চাৰভিক্স কেন্সাৰ হৈছে মহিলাৰ জৰায়ুৰ তলৰ ভাগ যি যোনিৰ ওপৰৰ ভাগৰ লগত সংযোগ হৈ থাকে অৰ্থাৎ চাৰভিক্স ( Cervix) ত হোৱা এবিধ ৰোগ। চাৰভিক্স কেন্সাৰে প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নিদিয়ে। কিন্তু যেতিয়া ই বিয়পে তেতিয়াহে লক্ষণ সমূহ দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগৰ ভালেমান লক্ষণৰ অইন ৰোগৰ লক্ষণৰContinue Reading

Share it with:
finest way to pray god

তিনিজন সাধু আৰু এজন গীৰ্জাৰ পাদ্ৰী – লিও টলষ্টয়ৰ গল্প। ৰোমৰ তিনিজন সন্ন্যাসী হঠাতে বিখ্যাত আৰু জনপ্ৰিয় হৈ পৰিছিল, তেওঁলোক ইমানেই জনপ্ৰিয় হৈছিল যে সেই ঠাইত থকা আটাইতকৈ ডাঙৰ গীৰ্জাৰ পাদ্ৰী জনেও সেই সন্ন্যাসী তিনিজনক হিংসা কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো এওঁলোকৰ জনপ্ৰিয়তাৰ বাবে মানুহ গীৰ্জালৈ অহা বন্ধ কৰিছিল ফলতে গীৰ্জাContinue Reading

Share it with:
Good work to do on the first day of new year

  প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যাতে আগন্তুক বছৰটো সকলোৰে ভালে কুশলে পাৰ হয় তাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই যত্নপৰ হোৱা উচিত । মান্যতা দিয়া হয় যে কিছুমান কাম নৱবৰ্ষৰ প্ৰথম দিন অৰ্থাৎ বহাগৰ প্ৰথম দিনটোত কৰিলে গোটেই বছৰত অপাই অমংগল হয়। কিয়নো কোৱাContinue Reading

Share it with:
white vaginal discharge in female

  মহিলা সকল সদায় ঘৰত আনকি ঘৰৰ বাহিৰত বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে নিজৰ কিছু সৰু সৰু শাৰীৰিক সমস্যাক সদায়ে আওকাণ কৰি থাকে বা থাকিবলৈ বাধ্য হয়। তেওঁলোকে প্ৰথমতে এই সমস্যাক গুৰুত্ব নিদিয়াৰ ফলতে  দিন পাৰ হয় আৰু যেতিয়া গুৰুত্ব দিয়ে তেতিয়া অনেক দেৰি হৈ যায়। এনেধৰণৰ এটি সমস্যাContinue Reading

Share it with:
Facts of reverse psychology in relationship

  সম্পৰ্কত reverse psychology ৰ প্ৰয়োগ আজিৰ নতুন কথা নহয়, আমি নজনাকৈয়ে এই reverse psychology ৰ ব্যৱহাৰ কৰি থাকোঁ। এই অস্ত্ৰ পাত কেতিয়াবা সম্পৰ্কত থকা কাৰোবাক blackmail কৰিবলৈ, কোনোয়ে একো ভুল নকৰাকৈয়ে দোষী সাব্যস্ত কৰিবলৈ, কাৰোবাৰ ইচ্ছাৰ বিপৰীতে কিবা সিদ্ধান্ত লবৰ বাবে বাধ্য কৰাবলৈ আনকি কাৰোবাক ভুল প্ৰমাণ কৰিবলৈকেও এইContinue Reading

Share it with: