Causes of cervical cancer

মহিলাৰ চাৰভিক্স কেন্সাৰ লক্ষণ সমূহ সকলো মহিলাই জানি থোৱা উচিত !

   চাৰভিক্স কেন্সাৰ হৈছে মহিলাৰ জৰায়ুৰ তলৰ ভাগ যি যোনিৰ ওপৰৰ ভাগৰ লগত সংযোগ হৈ থাকে অৰ্থাৎ চাৰভিক্স ( Cervix) ত হোৱা এবিধ ৰোগ। চাৰভিক্স কেন্সাৰে প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নিদিয়ে। কিন্তু যেতিয়া ই বিয়পে তেতিয়াহে লক্ষণ সমূহ দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগৰ ভালেমান লক্ষণৰ অইন ৰোগৰ লক্ষণৰ সৈতে মিল দেখা যায় আৰু সেইবাবেই এই ৰোগক বহুজনে প্ৰথমে উপেক্ষা কৰে।

Advertisement

এই ৰোগৰ লক্ষণ মাহেকীয়াৰ অনিয়মীয়াৰ পৰা আৰম্ভ কৰি আৰু ভিন ভিন হ’ব পাৰে। অনিয়মীয়া মাহেকীয়া বুলি কওঁতে দীঘলীয়া মাহেকীয়া স্ৰাব, দুটা ঋতুচক্ৰৰ মাজত ৰক্তক্ষৰণ , অত্যাধিক মাহেকীয়া ৰক্তক্ষৰণ, মেনপজ’ ( menopause) ৰ পিছতো ৰক্তক্ষৰণ, সহবাসৰ পিছত ৰক্তক্ষৰণ আদি।

causes of cervical cancer in female

দুৰ্গন্ধ যুক্ত যোনি স্ৰাব যি ৰঙা, হালধীয়া বা বগা ৰঙৰ নহওঁক চাৰভিক্স কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

মহিলাৰ বগা স্ৰাব কিমান ক্ষতিকাৰক জানিবলৈ তলত ক্লিক কৰি পঢ়ক

মহিলাৰ বগা স্ৰাব কিমান ক্ষতিকাৰক সকলো মহিলাই জানা উচিত !

Continue reading main post…

উপৰোক্ত লক্ষণ সমূহৰ লগতে তলপেটৰ বিষ, কঁকালৰ বিষ আদি থাকিব পাৰে।

causes of cervical cancer in female

শৌচৰ লগত তেজ নিৰ্গত হোৱা, শৰীৰৰ ওজন কমি যোৱা, মূৰ ঘূৰণী আদি লক্ষণ সমূহ ওপৰোক্ত লক্ষণৰ লগত জড়িত হৈ থাকিব পাৰে। সেয়ে এনে লক্ষণ সমূহ যদিহে প্ৰত্যক্ষ কৰিছে আৰু যদিহে আপোনাৰ বয়স ৩০ বছৰৰ ঊৰ্ধ তেন্তে নিশ্চিত ভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্চনীয়।

ডঃ স্বপ্না লুলা ; স্ত্ৰীৰোগ আৰু প্রসূতি ৰোগ বিশেষজ্ঞ , ক্লাউড লাইন হস্পিতাল , নৈদা।

হিট কমেডী ভিডিঅ’ – প্ৰথমে জুখি দিম তাৰ পিছতহে 😁😁

হস্ত মৈথুনৰ ভয়ংকৰ পৰিনাম জানা উচিত ! এৰিব কেনেকৈ এই নিচা ?জানিবলৈ তলত ক্লিক কৰি পঢ়ক

হস্ত মৈথুনৰ ভয়ংকৰ পৰিনাম জানা উচিত ! এৰিব কেনেকৈ এই নিচা ?

 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *