WALKING BEST MEDICINE FOR HEART AND LUNGS

খোজ কেতিয়া কাঢ়িব? কিমান সময় খোজ কাঢ়িব? কি লাভ পাব খোজকাঢ়িলে ?? স্বাস্থ্যই পৰম সম্পদ । আৰু বহু সম্পদ অনৰ্থক যদিহে দেহ ৰুগীয়া হৈ পৰে।  সুন্দৰ স্বাস্থ্য গঢ়ি তুলি তাক অটুট ৰাখিবলৈ প্ৰয়োজন কিছু শাৰীৰিক ব্যায়ামৰ। খোজ কাঢ়া, দৌৰা আদি হ’ল এক উত্তম ব্যায়াম। দৈনিক কমেও ৩৫ মিনিট খোজ কাঢ়িলেContinue Reading

Share it with:
GUAVA AS SUPERIOR FRUIT THAN APPLE

মধুৰীআম আৰু আপেল কোনবিধ বেছি স্বাস্থ্য উপকাৰী ?? মধুৰীআম আৰু আপেল দুয়োবিধ স্বাস্থ্যসন্মত ফল । কিন্তু আপেলৰ তুলনাত মধুৰীআমত বহুতেই বেছিকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী থাকে।  তাৰোপৰি মধুৰীআমত বেছিকৈ খনিজ দ্ৰব্য আৰু ভিটামিন উপলদ্ধ। প্ৰবাদ আছে এক কেজি আপেলেহে এটি মধ্যবৰ্গৰ মধুৰীক ফেৰ মাৰিব পাৰে। তুলনা মূলক ভাবে কোনবিধ ফল বেছিContinue Reading

Share it with:
5 human habits damage brain

মানুহৰ ৫ টি বেয়া অভ্যাসে মগজু বেয়া কৰি  পেলাই !! মানুহৰ মগজু অৰ্থাৎ Brain ত লাখ লাখ কোষ থাকে। আৰু এই কোষৰ সংখ্যা ১০০ বিলিওন ৰ ওপৰত বুলি অনুমান কৰা হয়। এই কোষমুহে গোটেই লোক জনৰ দেহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে।  বহু লোকে জানিয়ে হওঁক বা নাজানিয়ে হওঁক দৈনন্দিন কিছু ঋণাত্মকContinue Reading

Share it with:

কৰ্কট ৰোগক প্ৰতিৰোধ কৰিব পাৰে এই ১২ বিধ খাদ্যই :-    সমগ্ৰ বিশ্বতে এক ভয়ানক ৰোগ হৈছে কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰোগ।   দেহৰ যিকোনো অংগত হব পাৰে এই ৰোগ। দেহৰ কোষ এটি অসাধাৰণ ভাবে বিভাজন হৈ সৃষ্টি হয় এই ৰোগ। দেহৰ কিছু অংগত হোৱা কেঞ্চাৰ সোনকালে চিকিৎসা কৰালে সম্পূৰ্ণ ভালContinue Reading

Share it with:

বেছি প্ৰ’টিনযুক্ত খাদ্য কোনে খাব লাগে ? কি খাদ্যত থাকে বেছিকৈ প্ৰ’টিন ?   প্ৰটিন হ’ল দেহ গঠনকাৰী মৌলিক উপাদান সমূহৰ এটি। আন কেইটি হ’ল কাৰ্বোহাইড্ৰেট, চৰ্বী, খনিজ লৱন, ভিটামিন আৰু পানী। মানুহৰ দেহ প্ৰায় ৬২% পানী, ১৬% প্ৰটিন, ৬% খনিজ লৱন, ১% তকৈ কম কাৰ্বোহাইড্ৰেট আৰু অতি নগণ্য ভিটামিনেৰেContinue Reading

Share it with:
INDIAN PALMISTRY

হাতৰ তলুৱাত চন্দ্ৰচিহ্নৰেখা আছে নেকি ? এয়া থকাৰ ৰহস্য কি??   হস্তৰেখা বিজ্ঞানত ব্যক্তি এজনৰ হাতৰ ৰেখাবোৰ চাই তেওঁৰ স্বভাৱ আৰু বহুতো ৰহস্যময় কথা গম পোৱা যায়। দুয়োখন হাত লগ লগাই দিলে কিছুমান লোকৰ হাতত আধা চন্দ্ৰৰেখা দেখা যায়, আৰু কিছুমানৰ হাতত পূৰ্ণ চন্দ্ৰৰেখা দেখিবলৈ পোৱা যায়। দুয়োখন হাত জোৰাContinue Reading

Share it with:
POLICE SIREN AND PROP UP CAMERA PHONE HIDDEN FACTS

পুলিচৰ গাড়ীত ৰঙা আৰু নীলা ৰঙৰ চাইৰেন লাইট কিয় থাকে? বেলেগ ৰঙৰ কিয় নাথাকে ?? প্ৰপ আপ (  prop up ) কেমেৰা মোবাইল ফোন কিয় বন্ধ কৰিলে মোবাইল কম্পেনী সমুহে ?   পুলিচৰ চৰকাৰী বাহনত ৰঙা আৰু নীলা ৰঙৰ চাইৰেন লাইট  লগোৱা হয় যিটো গাড়ীৰ বাহিৰৰ ফালে ওপৰত লাগি থাকে।Continue Reading

Share it with:
SUPERHIT FUNNY VIDEO
Featured Video Play Icon

জিও আৰু ভদাৰ সংসাৰ কমেদি ধাৰাবাহিকৰ ছয় নং খণ্ড। জেঠী মাৰ ঘৰ বিচাৰি আহি ইতিমধ্যেই ৰাস্তাতে লটিঘটি হৈ কিবাকৈ ঘৰখন পালে। কিন্তু ইফালে জেঠী ঘৰত নাই জেঠাও নাই, আছে মাত্ৰ জেঠীৰ নতুন বোৱাৰী আৰু গাঁৱৰ এগৰাকী বুঢ়ী টিলে। বাতাম আৰু গাভৰু মইনাক তালি টোপোলা ই দেখি জেঠীৰ নতুন বোৱাৰী ভয়তেContinue Reading

Share it with:
HEALTH BENIFITS OF FISH

মাছ খাওঁক আৰু ষ্ট্ৰক হোৱাৰ পৰা বাছি থাকক:-   আমিষভোজী লোকৰ এবিধ প্ৰিয় খাদ্য হ’ল মাছ। কিয়নো অতি সহজতে অতি কম সময়তে মাছৰ এক সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। তদুপৰি মাছৰ আছে বহুতো স্বাস্থ্য উপকাৰী গুণ। বিভিন্ন গৱেষণাত প্ৰকাশ যে সপ্তাহত অতি কমেও দুসাজ মাছ সেৱন কৰাটো স্বাস্থ্য ৰক্ষাৰ বাবেContinue Reading

Share it with:
5 FOODS NOT FIT FOR HYPOTHYROID CONDITION

থাইৰয়ডৰ সমস্যা থাকিলে এই পাছবিধ খাদ্য ভুলতেও নাখাব :-   থাইৰইড গ্ৰন্থিৰ পৰা তিনিটা থাইৰইড হৰম’ন TSH, T3 আৰু T4 ক্ষৰণ হয়। এই হৰমন সমূহে দেহৰ সকলো বিপাকীয় কাৰ্য্য ( METABOLISM) ৰ যত্ন লয়। সেয়ে এই হৰম’নৰ মানৱ দেহত নিয়ন্ত্ৰিত মাত্ৰাত থকা অতি প্ৰয়োজন। যদিহে তেজত এই হৰমনৰ মাত্ৰা পৰীক্ষাৰContinue Reading

Share it with: