Featured Video Play Icon

মঙ্গল গ্ৰহত প্ৰসৱ হৈছিল বাতামৰ !! সেয়ে ওখ হৈ গৈছে 😆

জিও আৰু ভদাৰ সংসাৰ কমেদি ধাৰাবাহিকৰ ছয় নং খণ্ড। জেঠী মাৰ ঘৰ বিচাৰি আহি ইতিমধ্যেই ৰাস্তাতে লটিঘটি হৈ কিবাকৈ ঘৰখন পালে। কিন্তু ইফালে জেঠী ঘৰত নাই জেঠাও নাই, আছে মাত্ৰ জেঠীৰ নতুন বোৱাৰী আৰু গাঁৱৰ এগৰাকী বুঢ়ী টিলে।

BUMPER COMEDY VIDEOবাতাম আৰু গাভৰু মইনাক তালি টোপোলা ই দেখি জেঠীৰ নতুন বোৱাৰী ভয়তে দৌৰিলে তাৰ পিছত আৰু কি যে হল নহয় 😆😆

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *