Beautiful lines for life by Lord Budha

এবাৰ গৌতম বুদ্ধ এখন ঘন জংঘলৰ মাজেৰে গৈ আছিল এনেতে তিনিজন লোক দৌৰি তেওঁৰ ওচৰ পাইছিল। লোক কেইজনে গৌতম বুদ্ধক সুধিছিল, ” আপুনি কি এইফালেদি কোনো মহিলাক পলাই যোৱা দেখিছে”? বুদ্ধদেৱে উত্তৰ দিছিল, ” নাই, মই এই ফালে কাকো পলাই যোৱা দেখা নাই , কিন্ত আপোনালোক ইমানেই চিন্তিত আৰু হতাশাতContinue Reading

Share it with:
Causes of cervical cancer

   চাৰভিক্স কেন্সাৰ হৈছে মহিলাৰ জৰায়ুৰ তলৰ ভাগ যি যোনিৰ ওপৰৰ ভাগৰ লগত সংযোগ হৈ থাকে অৰ্থাৎ চাৰভিক্স ( Cervix) ত হোৱা এবিধ ৰোগ। চাৰভিক্স কেন্সাৰে প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নিদিয়ে। কিন্তু যেতিয়া ই বিয়পে তেতিয়াহে লক্ষণ সমূহ দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগৰ ভালেমান লক্ষণৰ অইন ৰোগৰ লক্ষণৰContinue Reading

Share it with:
finest way to pray god

তিনিজন সাধু আৰু এজন গীৰ্জাৰ পাদ্ৰী – লিও টলষ্টয়ৰ গল্প। ৰোমৰ তিনিজন সন্ন্যাসী হঠাতে বিখ্যাত আৰু জনপ্ৰিয় হৈ পৰিছিল, তেওঁলোক ইমানেই জনপ্ৰিয় হৈছিল যে সেই ঠাইত থকা আটাইতকৈ ডাঙৰ গীৰ্জাৰ পাদ্ৰী জনেও সেই সন্ন্যাসী তিনিজনক হিংসা কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো এওঁলোকৰ জনপ্ৰিয়তাৰ বাবে মানুহ গীৰ্জালৈ অহা বন্ধ কৰিছিল ফলতে গীৰ্জাContinue Reading

Share it with:
Good work to do on the first day of new year

  প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যাতে আগন্তুক বছৰটো সকলোৰে ভালে কুশলে পাৰ হয় তাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই যত্নপৰ হোৱা উচিত । মান্যতা দিয়া হয় যে কিছুমান কাম নৱবৰ্ষৰ প্ৰথম দিন অৰ্থাৎ বহাগৰ প্ৰথম দিনটোত কৰিলে গোটেই বছৰত অপাই অমংগল হয়। কিয়নো কোৱাContinue Reading

Share it with:
white vaginal discharge in female

  মহিলা সকল সদায় ঘৰত আনকি ঘৰৰ বাহিৰত বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে নিজৰ কিছু সৰু সৰু শাৰীৰিক সমস্যাক সদায়ে আওকাণ কৰি থাকে বা থাকিবলৈ বাধ্য হয়। তেওঁলোকে প্ৰথমতে এই সমস্যাক গুৰুত্ব নিদিয়াৰ ফলতে  দিন পাৰ হয় আৰু যেতিয়া গুৰুত্ব দিয়ে তেতিয়া অনেক দেৰি হৈ যায়। এনেধৰণৰ এটি সমস্যাContinue Reading

Share it with:
Facts of reverse psychology in relationship

  সম্পৰ্কত reverse psychology ৰ প্ৰয়োগ আজিৰ নতুন কথা নহয়, আমি নজনাকৈয়ে এই reverse psychology ৰ ব্যৱহাৰ কৰি থাকোঁ। এই অস্ত্ৰ পাত কেতিয়াবা সম্পৰ্কত থকা কাৰোবাক blackmail কৰিবলৈ, কোনোয়ে একো ভুল নকৰাকৈয়ে দোষী সাব্যস্ত কৰিবলৈ, কাৰোবাৰ ইচ্ছাৰ বিপৰীতে কিবা সিদ্ধান্ত লবৰ বাবে বাধ্য কৰাবলৈ আনকি কাৰোবাক ভুল প্ৰমাণ কৰিবলৈকেও এইContinue Reading

Share it with:
Ill effect of musterbation habit

  চিকিৎসকৰ ওচৰলৈ নানান ধৰণৰ লোকে নানান ধৰণৰ ৰোগ আৰু নানান সমস্যা লৈ অহাটো সাধাৰণ কথা। আৰু চিকিৎসকৰ নিজৰ কৰ্তব্য ব্যস্ততাৰ ভিতৰতে কিছুমান এনে লৰা উপস্থিত হয় যিয়ে খুব লাজ লাজকৈ নিজৰ সমস্যাৰ কথা কব আৰম্ভণি কৰে । যি হৈছে তেওঁলোকৰ এক কুঅভ্যাস বা এক নিচা বুলিও অভিহিত কৰিব পৰাContinue Reading

Share it with:
never miss this words in life

  বহু সময়ত আমাৰ নিজৰ ভুলৰ বাবে আমাৰ জীৱনত বহুত ক্ষতি হৈ যায় আৰু যেতিয়া ভুলটি বুজি পোৱা যায় তেতিয়ালৈ ইতিমধ্যে বহুত পলম হৈ পৰে আৰু কৰিবলৈ একো নাথাকে। এবাৰ গৌতম বুদ্ধই তেওঁৰ শিষ্যক এটি গল্প শুনাইছিল ,, সেইমতে এজন ৰজা এবাৰ জংঘলত চিকাৰ কৰিবলৈ যায়, ঘন জংঘলত সোমাই সেইContinue Reading

Share it with:
Side effect of less sleep

  Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়াContinue Reading

Share it with:
New inventions in future

   এবাৰ ভাবি চাওঁকচোন আজিৰ পৰা ৫০ বছৰ আগতে পৃথিৱীৰ সকলো প্ৰযুক্তিবিদ্যা কি স্তৰত আছিল , আজি কি অৱস্থা পাইছে আৰু অনাগত ৫০ বছৰ পিছত এই প্ৰযুক্তিবিদ্যা কি স্তৰ পাবগৈ ! বিজ্ঞানীসকলে ভৱিষ্যত প্ৰযুক্তিৰ বিষয়ে চকু ৰাখি নতুন কিছু সামগ্ৰীৰ আবিষ্কাৰৰ বাবে অহৰহ ভাবে লাগি আছে। আৰু অনুমান কৰা হৈছেContinue Reading

Share it with: