How to be a successful in life

  জংঘলত এবাৰ এটি সিংহৰ এটি পোৱালি জন্ম দি মৃত্যু হৈছিল ; মা’ৰ মৃত্যুৰ পিছত সিংহ পোৱালীজনী মাকৰ ওচৰতে পৰি ৰৈছিল। আৰু একে পথেদি হৰিণৰ এটি জাক গৈ আছিল, তাকে দেখি সিংহৰ পোৱালী জনীয়ে লাহে লাহে খোজ দিবলৈ আৰম্ভ কৰিছিল আৰু হৰিণৰ জাকৰ সৈতে মিলি গৈছিল, লাহে লাহে হৰিণৰ জাকৰContinue Reading

Share it with:
Music Vs human brain

 আপুনি জানেনে Earphone কাণত লগাই গান শুনিলে বা খালী music শুনিলে মগজুৰ সকলো অংশ সক্ৰিয় হৈ পৰে। আনকি গান শুনাৰ সময়ত আপোনাৰ আবেগ ( emotion ) , সৃষ্টিশীলতা ( creativity) আৰু আনকি কাৰ্যদক্ষতা ( skills ) ও সক্ৰিয় হৈ পৰে। আপোনাৰ লগত এনেকুৱা হৈছেনে কেতিয়াবা যে আপুনি খুব দৰকাৰী কামContinue Reading

Share it with:

  এজনী ছোৱালী সকলো সময়তে অসহায় ; অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোন বোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে লওঁতে কাটি যায়, সেয়া দেউতাৰ ঘৰতে হওঁক বা তেওঁৰContinue Reading

Share it with:
life solution

“বৰষুণৰ সময়ত যিবোৰ পোক পিপৰা গাঁতৰ পৰা সোনকালে ওলাই আহে সিহঁত সোনকালে মৰি যায়”, ইয়াৰ পৰা আমি এইটো শিক্ষা পাওঁ যে এই পৃথিৱীত যাৰ সময় শেষ হয় তেওঁ সোনকালে গুচি যায়। দুৰ্বল মানুহে সকলো ক্ষেত্ৰতে প্ৰতিশোধ লব খোজে আৰু শক্তিশালী লোকে ক্ষমা কৰি দিয়ে, কিন্তু বৃদ্ধিমান লোকে সেইবোৰক ignore কৰিContinue Reading

Share it with:
Carrier guidance

   আজিৰ দিনত বহু ছাত্ৰ ছাত্ৰী আছে যিয়ে বহু চেষ্টা কৰিও পঢ়াশুনাত মন লগাব নোৱাৰে, সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় ; যেন কিছুমান অদৃশ্য শক্তিয়ে তেওঁলোকৰ কেৰিয়াৰৰ ওপৰত বাধা হৈ দৌৰিছে। আজি এই অদৃশ্য শক্তি সমূহৰ কথা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এই শত্ৰু সমূহৰ পৰা যদিহে কোনো ছাত্ৰ ছাত্ৰীয়েContinue Reading

Share it with:

 বৈবাহিক সম্পৰ্ক ভালে ৰাখিবলৈ হলে, দাম্পত্য জীৱনৰ সুখ শান্তি বজাই ৰাখিবলৈ হলে দম্পত্তি সকলে কিছু নহয় কিছু কথা মানি চলা খুব দৰকাৰী। অভিজ্ঞতা সম্পন্ন দম্পত্তিয়ে এই কথাও কয় যে সম্পৰ্ক এটি সুমধুৰ কৰি ৰাখিবলৈ হ’লে বহু সৰু সৰু মিছা কথাও কবলগীয়া থাকে, অৱশ্যে তেনে মিছা কথাহে যিবোৰে কাৰো ক্ষতি নকৰেContinue Reading

Share it with:

  আপোনাৰ সন্তান যদি বুদ্ধিমান হয় তেনেহলে আপুনি তাৰ অনুমান শিশুকালৰ পৰাই পাব পাৰে ; আৰু যদিহে খুব অসাধাৰণ গুণসম্পন্ন হয় আপোনাৰ শিশু, তাৰ বাহিৰে আন একো আনন্দৰ কথা থাকিব নোৱাৰে পিতৃ মাতৃ হিচাপে। যদি আপোনাৰ শিশু সাধাৰণ গুণৰো হয় তথাপিও শিশুৰ ওপৰত চাপ প্ৰয়োগ কৰা অনুচিত। এনে কিছুমান গুণContinue Reading

Share it with:
SWAMI VIVEKANANDA LESIONS

স্বামী বিবেকানন্দই এবাৰ এখন ট্ৰেইনেৰে যাত্ৰা কৰিছিল আৰু যাত্ৰাৰ সময়ত তেওঁ হাতত এজন ৰজাই উপহাৰ দিয়া ঘড়ী এটি পিন্ধিছিল। তেওঁ উঠা সেই একে ডবাটোত এটি ছোৱালীৰ দল উঠিছিল। ছোৱালীৰ দলটিয়ে স্বামীৰ দেহত গেৰুৱা পোছাক অৰ্থাৎ সন্ন্যাসীৰ পোছাক দেখি স্বামীক কিছু ধেমালি কৰিব বিচাৰিছিল আৰু স্বামীৰ সেই ঘড়ীটো খুলিবলৈ কৈছিল, লগতেContinue Reading

Share it with:

 সফলতা পাবলৈ মানুহে জীৱনত বহুত কিবাকিবি কৰে ; সন্তানৰ সুখ সমৃদ্ধি আৰু সফলতাৰ বাবে মানুহে আনকি কঠোৰ পৰিশ্ৰম কৰিবলৈকে দ্বিধাবোধ নকৰে ; কিন্তু বহু মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত লবলৈ নাজানে ! নিজৰ শিশুৰ ক্ষেত্ৰত প্ৰথমৰ পৰাই যদি মা পিতাই কিছু কথা ভালদৰে পালন কৰা যায় তেতিয়াহে শিশুটিক সফলতাৰ শিখৰতContinue Reading

Share it with:
Story of a broken mirror

আইনা এখন মানুহৰ জীৱনৰ এক অপৰিহাৰ্য বস্তু ; আইনাৰ সন্মুখত মানুহে নিজকে ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে আৰু এই কথাটো সকলোৱে জানে। কিন্তু মানুহে নাজানে যে আইনাৰ পৰা মানুহৰ ক্ষয় ক্ষতি হয় বহু সময়ত। বাস্তু শাস্ত্ৰত আইনা সম্বন্ধীয় এনে কিছুমান কথা উল্লেখ আছে যিবোৰ হয়তো বহু মানুহে তাহানিও শুনা নাই।Continue Reading

Share it with: