ডাঃ দেবেন দত্ত হত্যাকাণ্ডত জৰিত এজনক ফাচি ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড:- চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ২৫জন অভিযুক্তৰ ভিতৰত সঞ্জয় ৰাজোৱাৰক ফাঁচি আৰু বাকী ২৪জন অভিযুক্তক যাৱজ্জীৱন কাৰাদাণ্ডৰে দণ্ডিত কৰে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে। ১২ অক্টোবৰত এই ঘটনাত ২৫জনক দোষী সাব্যস্ত কৰিছিল আদালতে । ৩১ গৰাকী জীৱিত অভিযুক্তৰContinue Reading

Share it with:

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ঘোষণা কৰা NEET 2020 পৰীক্ষাৰ ফলাফল শুকুৰবাৰে প্ৰকাশ কৰে নেচনেল টেষ্টিং এজেন্সীয়ে।   সৰ্বভাৰতীয় ৰেংকিঙত প্ৰথমস্থান দখল কৰে ছোইব আফতাব নামৰ উৰিষ্যাৰ শিক্ষাৰ্থীয়ে । সম্পূৰ্ণ এশ শতাংশ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাৰ ছাত্ৰজনে।   ৭২০ ৰ ভিতৰত ৭২০ অৰ্থাৎ ১০০ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনলৈContinue Reading

Share it with:

    এখন্তেক আগতে 8.01 বজাত দীপিলা ব্যৱসায়ী যুৱক ভবেশ বৰুৱা মঙলদৈ ৰ পৰা বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত দমাই থোৱা শিল বালিৰ দম ত খুন্দিয়াই দুৰ্ঘটনা পতিত হৈ গুৰুতৰ ভাবে মুখমণ্ডল আৰু মূৰত আঘাত পাই পথৰ দাঁতিত ঢলি পৰে । লগতে মুখমণ্ডলৰ পৰা ৰক্তক্ষৰণ পৰিলক্ষিত হৈছে ।Continue Reading

Share it with:

এইবাৰ কভিড 19 ৰ স্বাৱ পৰীক্ষা কৰোতে ফুটিল মগজুৰ বেৰ :-      এগৰাকী 40 বছৰীয়া ভদ্ৰ মহিলাৰ কভিড 19 পৰীক্ষাৰ বাবে নাকৰ স্বাৱ সংগ্ৰহ কৰোতে পৰীক্ষাৰ ষ্টিক ডাল নাকৰ চাইনাচেৰে সোমাই গৈ মগজুৰ বেৰত আঘাত কৰাৰ ফলত নাকেৰে মগজুৰ পানী (CSF) ওলাই অহা ঘটনাই সকলোৰে চকু কপালত তুলিছে ।Continue Reading

Share it with:

সুশান্ত সিং ৰাজপুতক ডিঙি চেপি হত্যা কৰা হৈছিল :-   এক বিস্ফোৰক পোহৰলৈ আহিছে যে সুশান্ত সিং ৰাজপুটক ডিঙি চেপি হত্যা কৰা হৈছিল। আৰু এই কথা টুইটাৰ যোগে সদৰি কৰিছে সুশান্ত সিঙৰ আইন বিশেষজ্ঞ বিকাশ সিঙে।                          তেওঁ উল্লেখContinue Reading

Share it with:

জেৰাৰ সন্মুখীন হব মোহময়ী অভিনেত্ৰী দীপিকা পাদুকণ:- সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ ৰহস্যৰ নতুন সন্ধান বিচাৰি এইবাৰ NCB য়ে এই সপ্তাহতে জেৰাৰ বাবে তলব কৰিব বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাদুকণক অভিনেত্ৰী গৰাকী ড্ৰাগছ ক্ৰয় আৰু সেৱনৰ লগত সাঙোৰ খাই পৰিছে ৰিয়া চক্ৰৱৰ্তী ৰ স্বিকাৰোক্তিৰ ভিত্তিত। এই জেৰাৰ পিছত হয়তো ওলাই পৰিবContinue Reading

Share it with:

পুনৰ নিৰ্দেশ নিদিয়ালৈ দৰঙ জিলাত ১৪৪ ধাৰা জাৰি তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ জিলা দণ্ডাধিশে সমগ্র জিলা খনতে শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে। এই ধাৰা মৰ্মে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপঠত কোনো ধৰণৰ শোভাযাত্ৰা, ধৰ্ণা আৰু পথ অৱৰোধ কৰিব নোৱাৰিব। দৰঙ জিলাৰ উপযুক্ত ৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰবেশ নিষিদ্ধৰContinue Reading

Share it with:

নৈশ বাছে মহতিয়াই ৫০ মিটাৰ চোচৰাই লৈ গল যুৱকক:-  চিপাঝাৰ বাৰ্তা সন্ধিয়া ৭.০০ বজাত চিপাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত কডমতলীৰ পৰা চিপাঝাৰ ঘোঁৰাবন্ধা লৈ এ টি এম অৰ পৰা টকা উলিয়াবলৈ যোৱা অৱস্থাত কমল ওৰফে সৰু চহৰীয়া নামৰ সুন্দৰ সুঠাম যুৱক জনক তীব্রবেগী নৈশ বাছে মহতিয়াই লৈ গল চিপাঝাৰ বি এদContinue Reading

Share it with: