সুশান্ত সিং ৰাজপুতক ডিঙি চেপি হত্যা কৰা হৈছিল !!

সুশান্ত সিং ৰাজপুতক ডিঙি চেপি হত্যা কৰা হৈছিল :-

  এক বিস্ফোৰক পোহৰলৈ আহিছে যে সুশান্ত সিং ৰাজপুটক ডিঙি চেপি হত্যা কৰা হৈছিল। আৰু এই কথা টুইটাৰ যোগে সদৰি কৰিছে সুশান্ত সিঙৰ আইন বিশেষজ্ঞ বিকাশ সিঙে।

                       

 তেওঁ উল্লেখ কৰিছে যে তদন্তৰ দায়িত্বত থকা এইমচৰ চিকিৎসকৰ দলৰ এজন চিকিৎসকে প্ৰকাশ কৰা মতে এয়া আত্মহত্যা নহয় হত্যাহে।

 লগতে বিকাশ সিঙে উল্লেখ কৰামতে NCB আৰু CBI য়ে অযথা তদন্তৰ নামত দেৰি কৰিছে। লগতে তেওঁ লিখিছে যে NCB য়ে বলিউদৰ তাৰকা ই কোনে ড্ৰাগছ লয় কোনে নলয় তাৰ তদন্ত কৰি ফেছন শ্বৌহে পাতিলে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *