NCB ৰ জেৰাৰ সন্মুখীন হব মোহময়ী অভিনেত্ৰী দীপিকা পাদুকণ:-

জেৰাৰ সন্মুখীন হব মোহময়ী অভিনেত্ৰী দীপিকা পাদুকণ:-

সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ ৰহস্যৰ নতুন সন্ধান বিচাৰি এইবাৰ NCB য়ে এই সপ্তাহতে জেৰাৰ বাবে তলব কৰিব বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাদুকণক অভিনেত্ৰী গৰাকী ড্ৰাগছ ক্ৰয় আৰু সেৱনৰ লগত সাঙোৰ খাই পৰিছে ৰিয়া চক্ৰৱৰ্তী ৰ স্বিকাৰোক্তিৰ ভিত্তিত। এই জেৰাৰ পিছত হয়তো ওলাই পৰিব আৰু নতুন নতুন ৰহস্য।
এই সংক্ৰান্তত ২৩/০৯/২০ তাৰিখত দিপিকাৰ মেনেজাৰ কৰিশ্মাকো প্ৰশ্নৰ বাবে মাতিছে NCB য়ে।

  বিশেষ সুত্ৰই প্ৰকাশ কৰা মতে NCB য়ে লগতে জেৰা কৰিব অভিনেত্ৰী চাৰা আলী খান আৰু শ্ৰধ্যা কাপুৰকো। কিয়নো শ্ৰধ্যা কাপোৰ আৰু চাৰা খান কেইবাবাৰো সুশান্ত ৰ সহিতে পুনেলৈ গৈছিল আৰু পাৰ্টি ত অংশগ্ৰহণ কৰিছিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *