নৈশ বাছে মহতিয়াই ৫০ মিটাৰ চোচৰাই লৈ গল যুৱকক:- 

নৈশ বাছে মহতিয়াই ৫০ মিটাৰ চোচৰাই লৈ গল যুৱকক:- 

চিপাঝাৰ বাৰ্তা

সন্ধিয়া ৭.০০ বজাত চিপাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত কডমতলীৰ পৰা চিপাঝাৰ ঘোঁৰাবন্ধা লৈ এ টি এম অৰ পৰা টকা উলিয়াবলৈ যোৱা অৱস্থাত কমল ওৰফে সৰু চহৰীয়া নামৰ সুন্দৰ সুঠাম যুৱক জনক তীব্রবেগী নৈশ বাছে মহতিয়াই লৈ গল চিপাঝাৰ বি এদ কলেজ সন্মুখলৈ  । ফলত অকাল মৃত্যুক সাবটিলে কমল চহৰীয়াই।

নিহত কমল ওৰফে সৰু চিপাঝাৰৰ সাতঘৰীয়া মাজ চুবুৰীৰ মঞ্জু চহৰীয়া আৰু শৰৎ চহৰীয়াৰ পুত্ৰ।

ৰাষ্ট্ৰীয় ঘাই পথৰ অবিজ্ঞান সন্মত ভাজবোৰতে হয় দুৰ্ঘটনা…

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *