লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য আটাইতকৈ উত্তম ??   লিভাৰ হৈছে এবিধ মানৱদেহৰ আভ্যন্তৰীণ অংগ যাক দেহৰ অইন অংগ প্ৰতঙ্গ সমূহৰ শক্তিৰ ভঁৰাল বুলি জনাজাত। কিয়নো এই লিভাৰে বহু ধৰণৰ ক্ৰিয়া সম্পাদন কৰে।  লিভাৰে দেহৰ প্ৰয়োজনীয় প্ৰটিন উৎপাদন কৰে, কলেষ্টৰল আৰু বাইল প্ৰস্তুত কৰে, কাৰ্বহাইড্ৰেট, মিনাৰেল আৰু ভিটামিন সঞ্চয়Continue Reading

Share it with:

বুধবাৰৰ পৰা আৰম্ভ হব পবিত্ৰ ভাদ মাহ। এই মাহতে দুজনা গুৰুৰে তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী লগতে বিশ্বকৰ্মাৰ পূজা। ভাদ মাহ আৰম্ভৰ লগে চহা কৃষকৰ পথাৰৰ ব্যস্ততা নাইকিয়া হয়। অসমীয়া সমাজত ভাদ মাহ এটি ডাঙৰ মাহ আৰু বহুজনে এই মাহ এক অতি পবিত্র মাহ হিচাপে মান্যতা দিছে । কিয়নো এই মাহতেContinue Reading

Share it with:

সদায় আঙুৰ খালে কি স্বাস্থ্য উপকাৰ হব ?? ডায়েবেটিচ ৰোগ বাঢ়িব নেকি??   আঙুৰ এবিধ সুস্বাদু ফল। সমগ্ৰ বিশ্বতে প্ৰায় ২০০ প্রকাৰৰ আঙুৰ উপলব্ধ। ঠিক তেনেদৰে ইয়াৰ ৰঙবোৰো ভিন্ন যেনে:- কলা, বগা, গুলপীয়া, সেউজীয়া আৰু নীলা আদি।  একেদৰে এই আঙুৰক পৰিপুষ্টিৰ ভঁৰাল বুলি কোৱা হয়। মানুহৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰাইবিধContinue Reading

Share it with:

ৰাতিপুৱা এই চাৰিটা কাম কৰিব নালাগে !!    ৰাতিপুৱা শুই উঠি প্ৰথমে কি কৰিব কি নকৰিব ইয়াৰ বহুত ধৰণৰ বিতৰ্ক শুনা গৈছে। আমি সেইবোৰলৈ নাযাও মাত্ৰ যিকেইটা কাম শুই উঠিয়েই কৰিলে বিজ্ঞানসন্মতভাবে দৈহিক আৰু মানসিক স্বাস্থ্যৰ বাবে অহিতকৰ তাকেহে কবলৈ যত্ন কৰা হৈছে।  ১) এলাৰ্ম ক্লকৰ সহায়ত ৰাতিপুৱা শুই উঠিবContinue Reading

Share it with:
WALKING BEST MEDICINE FOR HEART AND LUNGS

খোজ কেতিয়া কাঢ়িব? কিমান সময় খোজ কাঢ়িব? কি লাভ পাব খোজকাঢ়িলে ?? স্বাস্থ্যই পৰম সম্পদ । আৰু বহু সম্পদ অনৰ্থক যদিহে দেহ ৰুগীয়া হৈ পৰে।  সুন্দৰ স্বাস্থ্য গঢ়ি তুলি তাক অটুট ৰাখিবলৈ প্ৰয়োজন কিছু শাৰীৰিক ব্যায়ামৰ। খোজ কাঢ়া, দৌৰা আদি হ’ল এক উত্তম ব্যায়াম। দৈনিক কমেও ৩৫ মিনিট খোজ কাঢ়িলেContinue Reading

Share it with:
GUAVA AS SUPERIOR FRUIT THAN APPLE

মধুৰীআম আৰু আপেল কোনবিধ বেছি স্বাস্থ্য উপকাৰী ?? মধুৰীআম আৰু আপেল দুয়োবিধ স্বাস্থ্যসন্মত ফল । কিন্তু আপেলৰ তুলনাত মধুৰীআমত বহুতেই বেছিকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী থাকে।  তাৰোপৰি মধুৰীআমত বেছিকৈ খনিজ দ্ৰব্য আৰু ভিটামিন উপলদ্ধ। প্ৰবাদ আছে এক কেজি আপেলেহে এটি মধ্যবৰ্গৰ মধুৰীক ফেৰ মাৰিব পাৰে। তুলনা মূলক ভাবে কোনবিধ ফল বেছিContinue Reading

Share it with:
5 human habits damage brain

মানুহৰ ৫ টি বেয়া অভ্যাসে মগজু বেয়া কৰি  পেলাই !! মানুহৰ মগজু অৰ্থাৎ Brain ত লাখ লাখ কোষ থাকে। আৰু এই কোষৰ সংখ্যা ১০০ বিলিওন ৰ ওপৰত বুলি অনুমান কৰা হয়। এই কোষমুহে গোটেই লোক জনৰ দেহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে।  বহু লোকে জানিয়ে হওঁক বা নাজানিয়ে হওঁক দৈনন্দিন কিছু ঋণাত্মকContinue Reading

Share it with:

কৰ্কট ৰোগক প্ৰতিৰোধ কৰিব পাৰে এই ১২ বিধ খাদ্যই :-    সমগ্ৰ বিশ্বতে এক ভয়ানক ৰোগ হৈছে কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰোগ।   দেহৰ যিকোনো অংগত হব পাৰে এই ৰোগ। দেহৰ কোষ এটি অসাধাৰণ ভাবে বিভাজন হৈ সৃষ্টি হয় এই ৰোগ। দেহৰ কিছু অংগত হোৱা কেঞ্চাৰ সোনকালে চিকিৎসা কৰালে সম্পূৰ্ণ ভালContinue Reading

Share it with:

বেছি প্ৰ’টিনযুক্ত খাদ্য কোনে খাব লাগে ? কি খাদ্যত থাকে বেছিকৈ প্ৰ’টিন ?   প্ৰটিন হ’ল দেহ গঠনকাৰী মৌলিক উপাদান সমূহৰ এটি। আন কেইটি হ’ল কাৰ্বোহাইড্ৰেট, চৰ্বী, খনিজ লৱন, ভিটামিন আৰু পানী। মানুহৰ দেহ প্ৰায় ৬২% পানী, ১৬% প্ৰটিন, ৬% খনিজ লৱন, ১% তকৈ কম কাৰ্বোহাইড্ৰেট আৰু অতি নগণ্য ভিটামিনেৰেContinue Reading

Share it with:
INDIAN PALMISTRY

হাতৰ তলুৱাত চন্দ্ৰচিহ্নৰেখা আছে নেকি ? এয়া থকাৰ ৰহস্য কি??   হস্তৰেখা বিজ্ঞানত ব্যক্তি এজনৰ হাতৰ ৰেখাবোৰ চাই তেওঁৰ স্বভাৱ আৰু বহুতো ৰহস্যময় কথা গম পোৱা যায়। দুয়োখন হাত লগ লগাই দিলে কিছুমান লোকৰ হাতত আধা চন্দ্ৰৰেখা দেখা যায়, আৰু কিছুমানৰ হাতত পূৰ্ণ চন্দ্ৰৰেখা দেখিবলৈ পোৱা যায়। দুয়োখন হাত জোৰাContinue Reading

Share it with: