USES OF TEA LEAFS REMAINS AFTER PREPARATION OF TEA

চাহ চেকি ৰৈ যোৱা অবশিষ্ট চাহপাত খিনি আচৰিত কামত লগাব পাৰি !! আজিৰে পৰা চাহ বনাই চেকনিৰে চাহ চেকি ৰৈ যোৱা অৱশিষ্ট চাহপাত খিনি পেলাই নিদিব। কিয়নো ইতিমধ্যে ব্যৱহাৰ হোৱা চাহপাতৰ গেদ খিনিৰ পৰাও আপুনি পাব পাৰে লাখটকীয়া লাভ ।  এই অৱশিষ্ট খিনিও বিভিন্ন অতি দৰকাৰী কামত প্ৰয়োগ কৰিব পাৰি।Continue Reading

Share it with:
HAIR STRAIGHTENING TECHNIQUE AND HARMFUL EFFECTS

চুলি যেনে তেনে স্ট্রেইট কৰাৰ আগতে জানি লওক কিছু কথা :-     মানুহৰ চুলি কেঁকুৰা ঢৌ খেলি থকা আৰু বহুতৰ জন্মৰ পৰাই চিধা বা স্ত্ৰেইট হ’ব পাৰে। ভিন্ন জনৰ ভিন্ন পছন্দৰ কথা যে কাৰোবাৰ চিধা চুলি ভাল লাগে কাৰোবাৰ আকৌ কেঁকুৰা চুলি। ৭০-৮০ দশকৰ সময়ছোৱাত কেঁকুৰা চুলিৰ বৰ চাহিদাContinue Reading

Share it with:

কলৰ কি কি স্বাস্থ্য উপকাৰ আছে ? ডায়েবেটিচ ৰোগীয়ে কল খাবনে? বজাৰৰ কাৰ্বাইদ আৰু ইথাইলিন গেছেৰে পকোৱা কল কিমান অপকাৰী ? Continue Reading

Share it with:
BEAUTIFUL HEALTH BENIFITS OF HOT WATER

গৰম পানীৰ সচাই কিবা খালে লাভ আছেনে ? গৰম পানী কেনেকৈ খাব আৰু কেতিয়া খালে ১০০% লাভ পাব !! পানী হৈছে খাদ্যৰ ৬ বিধ মৌলিক উপাদান সমূহৰ এবিধ। দেহৰ বাবে প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, ভিটামিন, খনিজ লৱন সমূহৰ পাক বিপাকীয় কাৰ্যসমূহ আৰু বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়া সুচাৰুভাৱে চলিবৰ বাবে এইContinue Reading

Share it with:
7 SIGNS YOU NEVER IGNORE THAT MAY LEAD TO HEART ATTACK

হাৰ্ট এটেকৰ এই সাতোটি পূৰ্বলক্ষণ কেতিয়াও অৱহেলা কৰা অনুচিত!!      জানানে গোটেই বিশ্বতে প্ৰায় সাত মিলয়ণ লোক হাৰ্ট এটাক হৈ প্ৰতিবছৰে মৃত্যু হয়। প্ৰতি বছৰে আমেৰিকাত আটাইতকৈ বেছি লোক হৃদযন্ত্ৰৰ ৰোগৰ বাবেই মৃত্যুবৰণ কৰে যদিও আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি লোকৰ মৃত্যু হয় শ্বাস প্ৰশ্বাসৰ সমস্যাত তাৰ পিছতে হৃদৰোগ। আমেৰিকাৰContinue Reading

Share it with:
REFINED FLOUR IS NOT A HEALTHY FOOD

বৰবিহ থাকে বাবেহে ময়দা বগা দেখি !! কি কি অপকাৰ হয় এই বিধৰে প্ৰস্তুত কৰা খাদ্য সেৱন কৰিলে  ? দৈনন্দিন জীৱনত আমি জানিয়ে হওঁক নাজানিয়ে হওঁক কিমান যে বৰবিহ সেৱন কৰি আছোঁ বা আমাক সেৱন কৰিবৰ বাবে বাধ্য কৰোৱা হৈছে তাক কৈ শেষ কৰিব নোৱাৰি। তাৰেই এবিধ হৈছে বগা ময়দাContinue Reading

Share it with:
HOW TO CONTROL BLOOD PRESSURE YOURSELF

এই ঘৰুৱা উপায়েৰে ৰক্তচাপ  সহজতে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি ?   উচ্চ ৰক্তচাপ বা হাই প্ৰেচাৰ বা হাইপাৰটেনশ্যন (Hypertension) হৈছে এটি পৰিঘটনা যত দেহৰ তেজ পৰিবাহী ধমনিসমূহৰ চাপ হিচাবৰ বাহিৰত বৃদ্ধি হয়।  প্ৰথম অৱস্থাত এই বৃদ্ধি লোকজনে অনুভৱ নকৰে কিয়নো এই অৱস্থাত কোনো লক্ষণ দেখা নাযায়। লাহে লাহে মূৰৰ পিছফালৰContinue Reading

Share it with:

  ভাত খোৱাৰ উত্তম সময় কেতিয়া ? চাহ কফি কেতিয়া খাব ? গাখীৰ খোৱাৰ উত্তম সময় ? ফলমুল খালীপেটত খাব লাগেনে ?   ভাত হৈছে উচ্চ কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য। ভাত কেতিয়া খাব লাগে এই বিষয়ত বিভিন্ন পুষ্টি বিশেষজ্ঞৰ মতামত ভিন্ন। ভাত খোৱাৰ উত্তম সময় বুলি কবলৈ হ’লে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰাৰContinue Reading

Share it with:
WHITE SUGER HAS NO REQUIRMENT IN HUMAN BODY

চেনী খাওঁ কিন্তু দেহক চেনীৰ প্ৰয়োজনে নাই, বৰং ক্ষতিহে কৰে এই চেনীয়ে!!   চেনী সাধাৰণতে ভাগ কৰিলে দুই ধৰণৰ এবিধ হৈছে প্ৰাকৃতিক চেনী যিবোৰ ফলমূল, শাক চবজি, গাখীৰ আদিত পোৱা যাই,খালে অকনমান মিঠা মিঠা লাগে আৰু মিঠা লাগিলেও  যিয়ে দেহত কোনো ক্ষতি নকৰে বৰং উপকাৰ হে সাধে।  আনবিধ কৃত্ৰিম চেনীContinue Reading

Share it with:

মানসিক অৱসাদ দূৰ কৰক পাছ মিনিটত এই সহজ উপায়েৰে – JAPANESE TECHNIQUE দৈনন্দিন জীৱনত সকলোৱে মানসিক অশান্তি, মানসিক অৱসাদত ভুগিব লগীয়া হয়। কামৰ বোজা, কাৰ্যালয়ত কামৰ হেঁচা, পাৰিবাৰিক অশান্তি, প্ৰেমৰ সংঘাত আদি নানান ধৰণৰ সমস্যাই এৰা নিদিয়া এই পৃথিৱীত মানসিক অশান্তিয়ে মানুহক জুৰুলা কৰি আহিছে।   আৰু এই অৱসাদ বাContinue Reading

Share it with: