Featured Video Play Icon

#ধাৰাবাহিক || #উল্টা_দেশৰ_পাল্টা_কথা || খণ্ড 09 চিত্ৰনাট্য/সংলাপ/পৰিকল্পনা — প্ৰাণেশ্বৰ শৰ্মা নিৰ্দেশনা/প্ৰযোজনা/সম্পাদনা — ডাঃ আজিমুদ্দিন আহমেদ অভিনয়ত — আজিম আয়াৰ, নিলাক্ষী, প্ৰাণেশ্বৰ শৰ্মা, মতি বৰা আৰু মুকুন্দ। Disclaimer — হাঁহি ৰ খোৰাকেই ধাৰাবাহিক খনৰ মুল উদ্দেশ্য। ইয়াত উপস্থাপন কৰা কাহিনীৰ কোনো ব্যক্তি বিশেষ ৰ লগত সম্পৰ্ক নাই। ই সম্পূৰ্ণ কাল্পনিক। ভাল লাগিলে শ্ৱেয়াৰ কৰিব??Continue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. পৃথিৱীত মানৱৰ সৃষ্টিৰ পিছৰ পৰাই খাদ্য সংগ্ৰহ ,আত্মৰক্ষা আদিৰ প্ৰয়োজনত মানুহে সংঘবদ্ধ হৈ বাস কৰিবলৈ ললে।এই সংঘবদ্ধতাই কালক্ৰমত কিছুমান গোটৰ সৃষ্টি কৰিলে।আকৌ ভৌগলিক কাৰণতো সৃষ্টি হৈছিল বিভিন্ন গোটৰ।পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন জলবায়ু তথা অন্যান্য কাৰকৰ প্ৰভাৱত সৃষ্টি হল বিভিন্ন নৃগোষ্ঠীৰ। লাহে লাহে মানুহে কথা কব পৰা হল।কিন্তু পৃথিৱীৰContinue Reading

Share it with:

……ড° বীনাপাণি মহন্ত….. সংস্কৃতি হ’ল সমাজৰ দাপোনস্বৰূপ ।অসমীয়া সংস্কৃতি আৰু সভ্যতা ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ ক্ষুদ্ৰ সংস্কৰণ ।অসমীয়া সংস্কৃতিৰ প্ৰধান উৎসৱ বিহুৰ জন্ম,বিকাশ আৰু অগ্ৰগতিত বিভিন্ন জাতি-জনজাতি আৰু ভাষা গোষ্ঠীৰ সাংস্কৃতিক প্ৰভাৱ উল্লেখনীয় ।অসমীয়া বিহু শব্দটি সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা অহা বুলি পণ্ডিতসকলে মতপোষণ কৰে । আৰাকান আৰু চিটাগঙত বাসContinue Reading

Share it with:
Featured Video Play Icon

…..মৃদুল কুমাৰ গগৈ…. আজিকালি সহজতে দেখিবলৈ নোপোৱা এক সুন্দৰ দৃশ্য আগবঢ়ালো ।অসম পাটমুগা সূতাৰ বাবে পৰিচিত ৷এই সূতাৰেই অসমীয়া জীয়ৰী বোৱাৰীয়ে তাঁত শালত সপোন ৰচে ৷ মহামানৱ মহাত্মা গান্ধীয়েও অসমৰ শিপিনীক ভূয়সী প্ৰশংসা কৰি গৈছে৷ কিন্তু পৰিতাপৰ বিষয় যে আধুনিকতাই গ্ৰাস কৰা বৰ্তমান অসমীয়া সমাজখনলৈ এই স্বাভিমানী শিল্প বিধৰ পৰাContinue Reading

Share it with:

……..মণিষা শৰ্মা……… ভ্ৰমনে মানুহক আনন্দ দিয়ে।  নতুন অভিজ্ঞতা জন্মাই । নতুন ঠাই এখনৰ বিষয়ে বহু কথা শিকাই। এনে অনাবিল আনন্দ বিচাৰি গৈছিলোঁ নাগালেণ্ডৰ  এখন গাওঁলৈ । অৱেশ্য ভ্ৰমণ কৰিলে পোৱা অভিজ্ঞতা মোৰ সৰুৰে পৰাই আছে। মন গলেই ভ্ৰমণ হয় মোৰ। সিদিনা হঠাৎ  নাগালেণ্ডলৈ বুলি ওলালোঁ । মোৰ বন্ধুবৰ মুস্তাক আলিContinue Reading

Share it with:

বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱাঠ “কোভিড-১৯” ৰ আপাতকালৰ সময়ত গোটেই দেশতে এক অভাৱনীয় সমস্যাই দেখা দিছে। সেয়া হ’ল ৰক্তৰ সমস্যা ৷ কিয়নো , লক ডাউনৰ বাবে চিকিৎসালয় সমুহত যোগাযোগ ব্যাহত হোৱাত বহু ৰোগী আৰু অভিভাৱকে ৰক্ত বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ এনে পৰিস্থিতিত দেশৰ লগতে শিৱসাগৰ জিলাতো বিগতContinue Reading

Share it with:
Featured Video Play Icon

উল্টা দেশৰ পাল্টা কথা সাপ্তাহিক ধাৰাবাহিক খনৰ এইটো অষ্টম খণ্ড। এই খণ্ডত হাস্য-ব্যংগ খোৰাক ৰ লগতে কাল্পনিক ভাবে ক’ৰণা সংক্ৰমিত এটি পৰিয়ালৰ কৰুণ দৃশ্যাংশ উপস্থাপন কৰা হৈছে।Continue Reading

Share it with:

…..মণীষা শৰ্মা……. নজনা কথা জানিবলৈ নোপোৱা বস্তু পাবলৈ আৰু নেদেখা ঠাই চাবলৈ প্ৰতিজন মানুহৰে ইচ্ছা বা বাসনা থাকে। তেনে এক ইচ্ছা আগতৰাখিয়ে বাক্সা জিলাৰ অন্তৰ্গত পাঠশালাৰ পৰা বাঘমাৰা হৈ ভূটান যাত্ৰা কৰিছিলোঁ। সিদিনা আছিল ২৬জুলাই বৃহস্পতি বাৰ পাঠশালাৰ পৰা ৪০-৪৫ কিঃমিঃ গলেই ভূটান নাগলাম। ভূটানৰ গেট পোৱাত ভূটান ৰয়েল পুলিচেContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা…….. লক ডাউনৰ পৰা বিভিন্ন দিশত যিমানেই ক্ষতি নহওক কিয়, মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু উল্লেখনীয় উপকাৰ সাধন হৈছে। এইকেইদিন পৰিবেশ অতিকৈ নিৰ্মল হৈ উঠিছে।গাড়ী–মটৰ , কল-কাৰখানাৰ বিকট শব্দ নোহোৱা বাবে জীৱ জন্তুসমূহে নিৰ্ভয়ে বিচৰণ কৰিছে।জীৱ জন্তুৱে নিৰ্ভয়তা পাইছে মানুহৰ সমাগম আৰু অত্যাচাৰৰ পৰা।এইকেইদিন চৰাইৰ কাকলি কি মনোমোহাকৈContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. কালিৰ আলোচনাত উল্লেখ কৰিছিলো যে আজিকালি বিহুসুৰীয়া আধুনিক গীতেৰে বিহুনৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ প্ৰধান কাৰণ হ’ল যন্ত্ৰস্থ গীতৰ সুলভতা।কোনো কষ্ট নকৰাকৈয়ে যন্ত্ৰস্থ গীত পোৱা যায়, সেয়ে হোৱাই নোহোৱাই তাৰ জৰিয়তেই নৃত্য প্ৰদৰ্শন কৰে। কিন্তু দৰাচলতে বিহুনৃত্যত মানুহে বাদ্য আৰু গীত ব্যৱহাৰ কৰা উচিত।তাৰ কাৰণে উদ্যোক্তাসকলে সমূহীয়াভাৱে বাদ্য বা গায়কৰContinue Reading

Share it with: