Featured Video Play Icon

বিহুনাম গাই মুগা কটাত ব্যস্ত শিপিনী

…..মৃদুল কুমাৰ গগৈ….

আজিকালি সহজতে দেখিবলৈ নোপোৱা এক সুন্দৰ দৃশ্য আগবঢ়ালো ।অসম পাটমুগা সূতাৰ বাবে পৰিচিত ৷এই সূতাৰেই অসমীয়া জীয়ৰী বোৱাৰীয়ে তাঁত শালত সপোন ৰচে ৷ মহামানৱ মহাত্মা গান্ধীয়েও অসমৰ শিপিনীক ভূয়সী প্ৰশংসা কৰি গৈছে৷ কিন্তু পৰিতাপৰ বিষয় যে আধুনিকতাই গ্ৰাস কৰা বৰ্তমান অসমীয়া সমাজখনলৈ এই স্বাভিমানী শিল্প বিধৰ পৰা ক্ৰমে আঁতৰি অহা দেখা গৈছে ৷
সুখৰ খবৰ যে, বৰ্তমানেও শিৱসাগৰ জিলাৰ পালেঙীৰ ধোন্দৰ মুখ গাৱঁৰ ৯০%শতাংশ মানুহে মুগা পালন কৰে। আজি আমাৰ মা, বাইদেউ,খুৰীদেউ,বৰমাৰ সতে বিহুনাম। বিয়ানাম গাই মুগা কটাত ব্যস্ত হৈ আছে তেনে সময়তে মবাইলৰ কেমেৰাত বন্দী হ’ল এই সুমধুৰ দৃশ্যাংশ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *