প্ৰসঙ্গ :: বিহু নৃত্য
…..প্ৰাণেশ্বৰ শৰ্মা….. কালিৰ আলোচনাত উল্লেখ কৰিছিলো যে আজিকালি বিহুসুৰীয়া আধুনিক গীতেৰে বিহুনৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ প্ৰধান কাৰণ হ’ল যন্ত্ৰস্থ গীতৰ সুলভতা।কোনো কষ্ট নকৰাকৈয়ে যন্ত্ৰস্থ গীত পোৱা যায়, সেয়ে হোৱাই নোহোৱাই তাৰ জৰিয়তেই নৃত্য প্ৰদৰ্শন কৰে। কিন্তু দৰাচলতে বিহুনৃত্যত মানুহে বাদ্য আৰু গীত ব্যৱহাৰ কৰা উচিত।তাৰ কাৰণে উদ্যোক্তাসকলে সমূহীয়াভাৱে বাদ্য বা গায়কৰContinue Reading