……মনীষা শৰ্মা…… প্ৰথম ইতিবাচক চিন্তা ——————————- মানুহৰ মন বোলা বস্তুটো হ’ল আটাইতকৈ শক্তিশালী।মনৰ লগত শৰীৰৰ এটা ডাঙৰ সম্পৰ্ক আছে যে মন ইমানেই শক্তিশালী মনে যি কয় শৰীৰেও সিটো পালন কৰে।সদায় ইতিবাচক চিন্তা থাকিব লাগে।এতিয়া বৰ্তমান সময়ত ক’ৰোনা হৈ গোটেই পৃথিৱী খনত বিপৰ্য্যয় ঘটিছে তাতও কিন্তু এটা ইতিবাচক কথা আছে।যিমান খিনিContinue Reading

Share it with:

…..মনীষা শৰ্মা….. শৰৎ কাল। ভ্ৰমণ ঋতুৰ শুভাৰম্ভ।সুন্দৰৱন মেনগ্ৰোভ’ (Mangrove) অৰণ্যৰ মাজত কিছু সময় কটাম বুলি ৬/১০/২০১৯ইং তাৰিখে গুৱাহাটীৰ পৰা কলিকতালৈ উৰা মাৰিলো……indigo বিমানেৰে। সময়ত কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বোস আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ বিমান অৱতৰন কৰিলে। শাৰদীয় দুৰ্গোৎসৱত কলিকতা মহানগৰ উখল -মাখল। ধুপ-ধূনা ঢাক-ঢোলেৰে গুঞ্জৰিত আকাশ -বতাহ কলিকতাত দুদিন কটাইContinue Reading

Share it with:

…..প্ৰাণেশ্বৰ শৰ্মা….. পৃথিৱীত মানৱৰ সৃষ্টিৰ পিছৰ পৰাই খাদ্য সংগ্ৰহ ,আত্মৰক্ষা আদিৰ প্ৰয়োজনত মানুহে সংঘবদ্ধ হৈ বাস কৰিবলৈ ললে।এই সংঘবদ্ধতাই কালক্ৰমত কিছুমান গোটৰ সৃষ্টি কৰিলে।আকৌ ভৌগলিক কাৰণতো সৃষ্টি হৈছিল বিভিন্ন গোটৰ।পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন জলবায়ু তথা অন্যান্য কাৰকৰ প্ৰভাৱত সৃষ্টি হল বিভিন্ন নৃগোষ্ঠীৰ। লাহে লাহে মানুহে কথা কব পৰা হল।কিন্তু পৃথিৱীৰContinue Reading

Share it with:

……ড° বীনাপাণি মহন্ত….. সংস্কৃতি হ’ল সমাজৰ দাপোনস্বৰূপ ।অসমীয়া সংস্কৃতি আৰু সভ্যতা ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ ক্ষুদ্ৰ সংস্কৰণ ।অসমীয়া সংস্কৃতিৰ প্ৰধান উৎসৱ বিহুৰ জন্ম,বিকাশ আৰু অগ্ৰগতিত বিভিন্ন জাতি-জনজাতি আৰু ভাষা গোষ্ঠীৰ সাংস্কৃতিক প্ৰভাৱ উল্লেখনীয় ।অসমীয়া বিহু শব্দটি সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা অহা বুলি পণ্ডিতসকলে মতপোষণ কৰে । আৰাকান আৰু চিটাগঙত বাসContinue Reading

Share it with:
Featured Video Play Icon

…..মৃদুল কুমাৰ গগৈ…. আজিকালি সহজতে দেখিবলৈ নোপোৱা এক সুন্দৰ দৃশ্য আগবঢ়ালো ।অসম পাটমুগা সূতাৰ বাবে পৰিচিত ৷এই সূতাৰেই অসমীয়া জীয়ৰী বোৱাৰীয়ে তাঁত শালত সপোন ৰচে ৷ মহামানৱ মহাত্মা গান্ধীয়েও অসমৰ শিপিনীক ভূয়সী প্ৰশংসা কৰি গৈছে৷ কিন্তু পৰিতাপৰ বিষয় যে আধুনিকতাই গ্ৰাস কৰা বৰ্তমান অসমীয়া সমাজখনলৈ এই স্বাভিমানী শিল্প বিধৰ পৰাContinue Reading

Share it with:

……..মণিষা শৰ্মা……… ভ্ৰমনে মানুহক আনন্দ দিয়ে।  নতুন অভিজ্ঞতা জন্মাই । নতুন ঠাই এখনৰ বিষয়ে বহু কথা শিকাই। এনে অনাবিল আনন্দ বিচাৰি গৈছিলোঁ নাগালেণ্ডৰ  এখন গাওঁলৈ । অৱেশ্য ভ্ৰমণ কৰিলে পোৱা অভিজ্ঞতা মোৰ সৰুৰে পৰাই আছে। মন গলেই ভ্ৰমণ হয় মোৰ। সিদিনা হঠাৎ  নাগালেণ্ডলৈ বুলি ওলালোঁ । মোৰ বন্ধুবৰ মুস্তাক আলিContinue Reading

Share it with:

বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱাঠ “কোভিড-১৯” ৰ আপাতকালৰ সময়ত গোটেই দেশতে এক অভাৱনীয় সমস্যাই দেখা দিছে। সেয়া হ’ল ৰক্তৰ সমস্যা ৷ কিয়নো , লক ডাউনৰ বাবে চিকিৎসালয় সমুহত যোগাযোগ ব্যাহত হোৱাত বহু ৰোগী আৰু অভিভাৱকে ৰক্ত বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ এনে পৰিস্থিতিত দেশৰ লগতে শিৱসাগৰ জিলাতো বিগতContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা….. চীনৰ পৰা পি পি ই কিট সৰবৰাহ কৰাৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণে কৈছে। মই ভাবো জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবেই এয়া কৰিবলগীয়া হৈছে।প্ৰথমতে জীৱন তথা দেশ ৰক্ষা, তাৰ পিছত আন চিন্তা। জৰুৰীকালীন এই সময়ত এইটো হয়তো একো ভাবিবলগীয়া কথা হোৱা নাই।কিন্তু মই পৰৱৰ্তী সময়ৰ কথাহে ভাবিছো। আমাৰ আশা আছিলContinue Reading

Share it with:

…..মণীষা শৰ্মা……. নজনা কথা জানিবলৈ নোপোৱা বস্তু পাবলৈ আৰু নেদেখা ঠাই চাবলৈ প্ৰতিজন মানুহৰে ইচ্ছা বা বাসনা থাকে। তেনে এক ইচ্ছা আগতৰাখিয়ে বাক্সা জিলাৰ অন্তৰ্গত পাঠশালাৰ পৰা বাঘমাৰা হৈ ভূটান যাত্ৰা কৰিছিলোঁ। সিদিনা আছিল ২৬জুলাই বৃহস্পতি বাৰ পাঠশালাৰ পৰা ৪০-৪৫ কিঃমিঃ গলেই ভূটান নাগলাম। ভূটানৰ গেট পোৱাত ভূটান ৰয়েল পুলিচেContinue Reading

Share it with:

…….প্ৰাণেশ্বৰ শৰ্মা…….. লক ডাউনৰ পৰা বিভিন্ন দিশত যিমানেই ক্ষতি নহওক কিয়, মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু উল্লেখনীয় উপকাৰ সাধন হৈছে। এইকেইদিন পৰিবেশ অতিকৈ নিৰ্মল হৈ উঠিছে।গাড়ী–মটৰ , কল-কাৰখানাৰ বিকট শব্দ নোহোৱা বাবে জীৱ জন্তুসমূহে নিৰ্ভয়ে বিচৰণ কৰিছে।জীৱ জন্তুৱে নিৰ্ভয়তা পাইছে মানুহৰ সমাগম আৰু অত্যাচাৰৰ পৰা।এইকেইদিন চৰাইৰ কাকলি কি মনোমোহাকৈContinue Reading

Share it with: