ঔম নমঃ শিবাই ; মহাদেৱ শিৱৰ এনে এটি মহামন্ত্ৰ আছে যিটো পাঠ কৰিলে মানুহৰ জীৱনৰ একাধিক সমস্যা খুব দ্ৰুতগতিত সমাধান হৈ পৰে। এই মন্ত্ৰ অতি সহজ আৰু এই মন্ত্ৰ জপ কৰিবলৈ পালন কৰিবলগীয়া সাৱধানতা ও বহু বেছি নাই। এই মন্ত্ৰক মনস্কামনাপূৰণ মন্ত্ৰ বুলিও কোৱা হয়। মহাদেৱ শিৱ হৈছে বিনাশিকContinue Reading

Share it with:
Bolivia as tourist venue

    পৃথিৱীত এনে অদ্ভুত ধৰণৰ দেশ আছে যি দেশৰ ঐতিহ্য, অতি প্ৰাকৃতিক সৌন্দৰ্য আৰু খনিজ সম্পদ থাকিলেও সেই দেশক বিশ্বৰ দৰিদ্ৰ দেশৰ এখন বুলি ধৰা হয় । যি দেশত জেইলত থকা অপৰাধীয়ে জেইলৰ ভাড়া দিব লাগে , আনকি সেই দেশৰ অপৰাধীয়ে অনুমতি বিচাৰিলে নিজৰ পৰিয়ালৰ সৈতে থকাৰ অনুমতি পায়।Continue Reading

Share it with:
End of human life

  ঔম নমঃ ভগৱতে বাসুদেৱাই ; জয় শ্ৰীকৃষ্ণ , জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে । এই জগতৰ এক বাস্তৱ আৰু চৰম সত্য যে এই পৃথিৱীত জন্ম ললে এদিন মৃত্যু আছে। মৃত্যুক কোনোৱে এৰি চলিব নোৱাৰে, কিন্তু এইটো নহয় যে মৃত্যুৰ লগতে সকলো শেষ হৈ যায়, মৃত্যুৰ পিছতো আৰু বহুতো বিষয় ৰৈContinue Reading

Share it with:

 এই পৃথিৱীত মাত্ৰ তিনিখন দেশ আছে যত হিন্দু হৈছে সংখ্যা গৰিষ্ঠ ; তাৰ ভিতৰত এখন হৈছে আফ্ৰিকা মহাদেশৰ মৰিছাচ ( MAURITIUS ) নামৰ এখন দ্বীপ ৰাষ্ট্ৰ । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মনোৰম এখন দেশ মৰিছাচৰ মুঠ জনসংখ্যাৰ 48.5 % লোক হিন্দু ধৰ্মী। দেশ খনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী উভয়েContinue Reading

Share it with:
Cambodia as tourist venue

  এই ৰহস্যময় পৃথিৱীত এনে এখন দেশ আছে যাৰ গাওঁসমূহ আৰু বসবাস কৰা লোক সকলৰ জীৱন যাপন সম্পূৰ্ণ পৃথক। সেই দেশৰ লোকসকল কৃষি আৰু মৎস সম্পদৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। সেই দেশত পুৰুষৰ তুলনাত বেছি সংখ্যক নাৰীয়ে ব্যৱসায় বাণিজ্য কৰে। যি দেশত এখন গাঁও প্ৰেমৰ গাঁও হিচাপে পৃথিৱী খ্যাত। সেই গাঁওতContinue Reading

Share it with:
marriage rules in world

  এই পৃথিৱীত আজিৰ তাৰিখত প্ৰায় আঠ বিলিয়নৰ অধিক মানুহ বসবাস কৰে ; এই পৃথিৱীত আছে 195 খন দেশ আৰু প্ৰত্যেক দেশৰ মানুহৰ বিবাহৰ সময়ত কিছু নিজস্ব নিয়ম আছে। তাৰে ভিতৰত এনে কিছুমান নিয়ম আছে যে কোনো দেশৰ নাগৰিকে বিয়াৰ সময়ত হাঁহি ধেমালি কৰা খুব ভাল বুলি বিশ্বাস কৰে আৰুContinue Reading

Share it with:
German

  এই পৃথিৱীৰ বেছি ধনী দেশসমুহৰ লোকসকলৰ চিন্তাধাৰা অতি বেছি আধুনিক হয় ; সেই কাৰণে তেনে দেশৰ চৰকাৰে সেই দেশৰ লোকৰ বাবে অদ্ভুত কিছুমান নিয়ম বা আইন প্ৰস্তুত কৰিবলৈ বাধ্য হয়। তেনে এখন দেশ হৈছে জাৰ্মানী ; সেই দেশ যিমান আধুনিক আৰু ধনী তাতোকৈ বেছি ধনী আৰু আধুনিক সেই দেশৰContinue Reading

Share it with:
SPIRITUAL WAY OF LIFE

  যদিহে আপুনি প্ৰতিদিনে ৰাতি টোপনিৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ দুটি প্ৰণাম মন্ত্ৰ জপ কৰিব পাৰে তেনেহলে আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট লাহে লাহে দিনে প্ৰতিদিনে, দূৰ হৈ গৈ থাকিব ! যদিহে কোনোৱে নিজৰ জীৱনত অত্যাধিক আনন্দ বিচাৰে, যদি জীৱনৰ দুখ কষ্ট দূৰ কৰি অপাৰ সৌভাগ্য ৰ অধিকাৰী হ’ব বিচাৰে তেন্তেContinue Reading

Share it with:
Bulgaria as tourist venue

   পৃথিৱীৰ এনে এখন দেশ যি দেশৰ ১২ শতাংশ লোক ইছলাম ধৰ্মী হলেও সেই দেশত বোৰ্খা পিন্ধা নিষিদ্ধ , যি দেশৰ বজাৰত কিনিবলৈ পোৱা যায় কুমাৰী যুৱতী। সেই দেশ হৈছে ইউৰোপ মহাদেশৰ এখন সৰু দেশ বুলগেৰিয়া ( Bulgaria ) । মাত্ৰ সত্তৰ লাখ জনসংখ্যাৰ দেশ বুলগেৰিয়া আৰু তাৰ প্ৰায় পোন্ধৰContinue Reading

Share it with:
Uzbekistan as tourist attraction

  পৃথিৱীত এনে এখন দেশ আছে যাৰ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰে। আনকি সেই দেশলৈ লক্ষ্য লক্ষ্য পৰ্যটক ফুৰিবলৈ যায়, সেই দেশৰ সুন্দৰী যুৱতীয়ে ক্লাব আৰু ব্যক্তিগত আবাসলৈ গৈ অনৈতিক কাম কাজ কৰাতো পাকৈত।  বিদেশী পৰ্যটক সেই দেশলৈ ফুৰিবলৈ গলে প্ৰতিজনক সেই দেশৰ চৰকাৰে তিনি হাজাৰ ডলাৰ কৈ উপহাৰ দিয়ে, সেইContinue Reading

Share it with: