SPIRITUAL WAY OF LIFE

ৰাতি টোপনিৰ আগত পাঠ কৰক দুটি মন্ত্ৰ , দুখ কষ্ট দূৰ হৈ পৰিব !

  যদিহে আপুনি প্ৰতিদিনে ৰাতি টোপনিৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ দুটি প্ৰণাম মন্ত্ৰ জপ কৰিব পাৰে তেনেহলে আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট লাহে লাহে দিনে প্ৰতিদিনে, দূৰ হৈ গৈ থাকিব ! যদিহে কোনোৱে নিজৰ জীৱনত অত্যাধিক আনন্দ বিচাৰে, যদি জীৱনৰ দুখ কষ্ট দূৰ কৰি অপাৰ সৌভাগ্য ৰ অধিকাৰী হ’ব বিচাৰে তেন্তে তেওঁৰ বাবে এই দুটি কৃষ্ণ প্ৰণাম মন্ত্ৰই মহৌষধ হিচাপে কাম কৰিব। এই কৃষ্ণ মন্ত্ৰ দুটি ইমানেই শক্তিশালী যে তাক পাঠ কৰিলে জীৱনৰ ৰং সলনি হৈ পৰে। লগতে এই কথা জানি থোৱা উচিত যে ভগৱান শ্ৰীকৃষ্ণক মনৰ পৰা মাতিলে তেওঁ কেতিয়াও কাকোৱে নিৰাশ নকৰে।

SPIRITUAL WAY OF LIFE tourist place Cocos island

ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ হৈছে শ্ৰীকৃষ্ণ ; আৰু তেখেত এই ধৰালৈ আহিছিল কংসৰ অত্যাচাৰৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ উদ্দেশ্যে। আৰু তেওঁ হৈছে মানৱ জাতিৰ মুক্তিৰ পথ প্ৰদর্শক।

greatness of lifeROAD TRAFFIC ACCIDENT CAUSES

কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ মুক্তি বাণী সমূহ মানুহে অৱজ্ঞা কৰাৰ বাবে মানুহৰ মুক্তি কোনোদিনে হোৱা নাই, মানুহৰ ইচ্ছা আৰু লোভ কোনোদিনে কম হোৱা নাই ; আৰু যেতিয়া সেই ইচ্ছা , আকাংশা পূৰণ নহয় তেতিয়া মানুহ নিৰাশাত ভোগে , দিনবোৰ যেন দুখ কষ্টৰ হৈ পৰে। আৰু এই দুখ কষ্টৰ যন্ত্ৰণা ৰ পৰা মুক্তি পাবলৈ অবশ্যেই ৰাতি টোপনিৰ আগতে প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰা দৰকাৰী আৰু সেয়া অত্যন্ত শুভ। আৰু তাৰ পিছত তলত উল্লেখ কৰা প্ৰণাম মন্ত্ৰ দুটি সঠিককৈ উচ্চাৰণ কৰি জপ কৰিলে জীৱনত যিসমূহ বেয়া , অশুভ আৰু অমংগল আছে সকলো জীৱনৰ পৰা দূৰ হৈ পৰিব।

how did Ramchandra diedexpectations of wife from husband

প্ৰথম মন্ত্ৰ হৈছে , ” হে কৃষ্ণ কৰুণা সিন্ধু দিনবন্ধু জগত পতে , গোপেশ গোপিকাকান্ত ৰাধাকান্ত নমোস্তুতে “।

home decoration tips

এই মন্ত্ৰৰ অসমীয়া সাৰাংশ হৈছে , “হে কৃষ্ণ তুমি কৰুণাৰ সাগৰ , তুমি দিনবন্ধু , তুমি এই জগতৰ পতি, তুমি গোপীকাৰ ঈশ্বৰ আৰু শ্ৰীমতী ৰাধা ৰাণীৰ প্ৰেম সম্পদ , তোমাৰ চৰণত নমস্কাৰ জনাইছোঁ “।

Remember four legendry woman in the morning to be worthy in lifethe ultimate car

তাৰ পিছত দ্বিতীয় প্ৰণাম মন্ত্ৰ শুদ্ধ স্বৰে পাঠ কৰা অতি দৰকাৰী , সেই মন্ত্ৰ হৈছে, ” কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে , প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ “।

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।

নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী।

এই মন্ত্ৰৰ অসমীয়া সাৰাংশ হৈছে , ” পৰমাত্মাৰ ৰূপ শ্ৰীকৃষ্ণ বাসুদেৱ হৰি , হে দক্ষ হৰি তোমাক প্ৰণিপাত কৰিছোঁ , হে গোবিন্দ তোমাক বাৰে বাৰে নমস্কাৰ কৰিছোঁ ” । জয় শ্ৰীকৃষ্ণ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *