Cambodia as tourist venue

এখন দেশৰ নাৰীৰ চকুত যাদু আছে – কম্বোডিয়াৰ ৰহস্যময় কথা !

  এই ৰহস্যময় পৃথিৱীত এনে এখন দেশ আছে যাৰ গাওঁসমূহ আৰু বসবাস কৰা লোক সকলৰ জীৱন যাপন সম্পূৰ্ণ পৃথক। সেই দেশৰ লোকসকল কৃষি আৰু মৎস সম্পদৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। সেই দেশত পুৰুষৰ তুলনাত বেছি সংখ্যক নাৰীয়ে ব্যৱসায় বাণিজ্য কৰে। যি দেশত এখন গাঁও প্ৰেমৰ গাঁও হিচাপে পৃথিৱী খ্যাত। সেই গাঁওত মা দেউতাৰ অনুমতি অনুসৰি চিনাকি হওঁক বা অচিনাকি ল’ৰাৰ সৈতে ছোৱালী প্ৰেম কৰিব পাৰে , আনকি ল’ৰা ছোৱালীয়ে সময় কটাবলৈ টকা ব্যয় কৰি অভিভাৱকে পৃথক ঘৰো সাজি দিয়ে নিজৰ চৌহদত। কি আশ্চৰ্যৰ কথা নহয়নে !

Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue

সেই দেশ হৈছে কম্বোডিয়া ( Cambodia ) ; সেই দেশৰ লোক বহুত শান্ত আৰু নম্ৰ স্বভাৱৰ , সেই দেশৰ নাৰীসকল দেখিবলৈ পৰীৰ দৰে , সেই দেশৰ নাৰীৰ চকুত যাদু আছে , তেওঁলোকৰ চকুৰ যাদুত ধৰাশয় হয় বহু পুৰুষ।

Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue
দক্ষিণ পূব এছিয়াৰ এখন দেশ হৈছে কম্বোডিয়া ; কম্বোডিয়াৰ উত্তৰ পূৰ্বে লাওছ ( Laus ) , দক্ষিণ পূৰ্বে ভিয়েটনাম ( Vietnam ) , পশ্চিম আৰু উত্তৰ পশ্চিমে থাইলেণ্ড ( Thailand ) আৰু দক্ষিণ পশ্চিমে থাইলেণ্ড সাগৰ। দেশখনৰ ৰাজধানী হৈছে নমপেন ( Phnom penh ) । কিন্তু দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ আৰু দেশখনৰ বণিজ্যিক চহৰ হৈছে চিয়াং শীল। ৰাজধানী নমপেনত বসবাস কৰে মাত্ৰ 25 ৰ পৰা 30 লাখ মানুহ, আৰু সমগ্র কম্বোডিয়াৰ জনসংখ্যা হৈছে প্ৰায় এক কোটি চল্লিশ লাখ , সেই দেশৰ আয়তন 181000 বৰ্গকিলমিটাৰ , জনসংখ্যাৰ প্ৰায় 95 শতাংশ লোকে বৌদ্ধধৰ্মী ; খ্ৰীষ্টান আৰু ইছলাম হৈছে কম্বোডিয়াত সংখ্যালঘু।

Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue
সেই দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা অধিক, আৰু দেশৰ স্বাক্ষৰতাৰ হাৰ 73 শতাংশ। এই দেশে 1953 চনত স্বাধীনতা লাভ কৰিছিল ফ্ৰান্সৰ দখলৰ পৰা । সেই দেশৰ লোকৰ জনপ্ৰিয় বাহন হৈছে মটৰ চাইকেল , সেই দেশৰ নিজা ভাষা থাকিলেও তেওঁলোকে ইংৰাজী ভাষাৰ প্ৰচলন বেছি কৰে।

Cambodia as tourist venue
পোছাক শিল্পত এই দেশ বহু আগবঢ়া আৰু সেইবাবেই পৰ্যটক সকলে ভিৰ কৰে সেই দেশত। কম্বোডিয়াৰ ভূমিত প্ৰচুৰ পৰিমাণে সাৰুৱা তেল আছে যি বৈদেশিক মুদ্ৰাত চহকী কৰে কম্বোডিয়ান সকলক। ইমানৰ পিছতো কম্বোডিয়া এখন দৰিদ্ৰ দেশ , তাৰ বেছিভাগ মানুহ হৈছে কৃষিজীৱি। সেই দেশৰ লোকৰ প্ৰধান খাদ্য হৈছে ভাত আৰু মাছ ।

Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue

মহিলা সকলে প্ৰধানত ঘৰত কাম কৰে আৰু ব্যৱসায় বাণিজ্য কৰে ; পুৰুষ সকলে কৃষিভূমিত কঠোৰ পৰিশ্ৰম কৰে। সেই দেশত পৰ্যটকৰ আকৰ্ষণ হৈছে নদীত ওচৰত বসবাস কৰা মানুহৰ গৃহ সমূহ, নদী সমূহ আৰু ধুনীয়া যুৱতী সমূহ, বস্ত্ৰশিল্প সমূহ আৰু এটি মিঠা পানী বৈ থকা হ্ৰদ । নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ পৰ্যটক সকলে ভিৰ কৰে সেই দেশত।

Cambodia as tourist venue Cambodia as tourist venue Cambodia as tourist venue
কম্বোডিয়াৰ ৰত্নাগিৰী প্ৰদেশত বসবাস কৰে ক্ৰেইন সম্প্ৰদায়ৰ লোকসকল , এই ক্ৰেইন লোকসকলৰ জনসংখ্যা হৈছে মাত্ৰ 23 হাজাৰ । সেই ক্ৰেইন লোকসকলৰ এলেকাৰ যুৱতী সকলক পৰিচিত বা অপৰিচিত ল’ৰা অথবা যুৱকৰ সৈতে প্ৰেম বিনোদন কৰিবলৈ হাকা বাধা নকৰে তেওঁলোকৰ অভিভাৱক সকলে । আৰু যেতিয়ালৈকে সেই যুৱতীয়ে নিজৰ পছন্দৰ পুৰুষ জন বিচাৰি নাপায় তেতিয়ালৈকে চলাই যাব পাৰে সেই ভালপোৱা ; যুৱতীৰ পৰিয়াল বৰ্গই সেই কামৰ বাবে নিজৰ ভূমিত এটি জুপুৰি গৃহ নিৰ্মাণ ও কৰি দিয়ে , আৰু সেই জুপুৰিত নিশা বহু পুৰুষ অথবা যুৱকৰ সৈতে কটাই সেই সম্প্ৰদায় ৰ যুৱতী । তাৰ পিছত যিদিনাই সেই যুৱতীয়ে উপযুক্ত যুৱক বিচাৰি পাব তেতিয়া কোনো দেৰি নকৰাকৈ ধুমধাম কৰি সেই যুৱকৰ সৈতে যুৱতীৰ বিবাহ কৰি দিয়া হয়। কিন্তু এটা কথা, বিবাহৰ পিছত সেই যুৱতীয়ে এজন পুৰুষৰ সৈতে জীৱন কটাব লাগে আৰু সেয়া হৈছে তেওঁলোকৰ বিধি ও নিয়ম।

সুন্দৰী যুৱতীৰ দেশ , বিদেশী যুৱকৰ সৈতে ফুৰ্তি কৰে যুৱতীয়ে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

সুন্দৰী যুৱতীৰ দেশ , বিদেশী যুৱকৰ সৈতে ফুৰ্তি কৰে যুৱতীয়ে !

যুৱতী বিবাহ নকৰে ! ৰহস্যময় পৃথিৱী আৰু ৰহস্যময় মানুহ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

যুৱতী বিবাহ নকৰে ! ৰহস্যময় পৃথিৱী আৰু ৰহস্যময় মানুহ !

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে !

আজিৰ দিনটো সেই ক্ৰেইন সম্প্ৰদায়ৰ লোকে জংঘলৰ ঘাঁহ বনৰে ৰোগৰ চিকিৎসা কৰে তেওঁলোকে নিজেই।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *